VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোন বাৰু এইগৰাকী বলীউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ?

প্ৰথমখন ছবিৰেই বলীউড জগতৰ তাৰকা হৈ পৰিছিল এই গৰাকী অভিনেত্ৰী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 26, 2023
in মনোৰঞ্জন
কোন বাৰু এইগৰাকী বলীউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ?
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

১৮ বছৰ বয়সত ‘মিছ এছিয়া পেচিফিক’ আৰু  ‘ফেমিনা মিছ ইণ্ডিয়া পেচিফিক’  খিতাপ  দখল কৰি বলীউড জগতত পদাৰ্পণ কৰা এইগৰাকী অভিনেত্ৰীয়ে  ১৯ বছৰ বয়সত ‘ৰেহনা হেই  তেৰে দিল মেই’  ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰি  বলীউডত জনপ্ৰিয়তা অৰ্জন কৰিছিল । প্ৰথমখন ছবিত অভিনয় কৰিয়েই  বলীউড জগতৰ তাৰকা হৈ পৰা এই গৰাকী অভিনেত্ৰীৰ নাম হ’ল ডিয়া মিৰ্জা  । মেডী ওৰফে আৰ মাধৱনৰ সৈতে  সুন্দৰ অভিনয়েৰে দৰ্শকক উন্মাদ কৰি তুলিছিল তেওঁ। মডেলিং,অভিনয় আৰু চলচ্চিত্ৰ নিৰ্মাণৰ লগতে সমাজৰ উন্নতিৰ বাবে কাম কৰা জনপ্ৰিয় অভিনেত্ৰী  দিয়া মিৰ্জাৰ শৈশৱৰ ফটো এইখন।

হায়দৰাবাদত জন্মগ্ৰহণ কৰা ডিয়া মিৰ্জাৰ পিতৃ জাৰ্মান আৰু মাতৃ হিন্দু বাঙালী পৰিয়ালৰ। কেইবছৰমান একেলগে থকাৰ পিছত ডিয়াৰ মাকৰ  প্ৰথম স্বামী ফ্ৰেংক হেণ্ড্ৰিচৰ সৈতে  বিবাহ বিচ্ছেদ ঘটে আৰু তাৰ পিছত তেওঁ আহমেদ মিৰ্জাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু দ্বিতীয় পিতৃৰ পৰা কেৱল মৰমেই নহয়  উপাধিও লাভ কৰিছিল ডিয়াই । ‘দছ’, ‘লাগে ৰাহো মুন্না ভাই, ‘সঞ্জু’, ‘পৰিণীতা, ‘ছালাম মুম্বাই’ আদি ছবিত কাম কৰি  অভিনেত্ৰীগৰাকীয়ে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । ২০১৯ চনত ‘কাফিৰ’ ৱেব ছিৰিজতো দেখা গৈছিল ডিয়াক।

ডিয়া মিৰ্জাই ২০২১ চনত ব্যৱসায়ী বৈভৱ ৰেখীৰ সৈতে বিবাহপাশত আবদ্ধ হয়, পুত্ৰ অব্যানৰ সৈতে তেওঁলোকৰ সুখৰ সংসাৰ। অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে ইনষ্টাগ্ৰামত নিজৰ পৰিয়ালৰ আৰু শৈশৱৰ বহু ছবি শ্বেয়াৰ কৰে। কিছুদিনৰ আগতে তেওঁ নিজৰ শৈশৱৰ আৰু তেওঁৰ মাতৃৰ সৈতে পুত্ৰৰ এখন ছবি শ্বেয়াৰ কৰিছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, প্ৰথম স্বামী সাহিল সংঘৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত ২০১৯ চনত দিয়াই ‘ৱান ইণ্ডিয়া ষ্ট’ৰী’ নামেৰে নিজাকৈ প্ৰডাকচন হাউচ আৰম্ভ কৰিছিল। দিয়াই এবাৰ কৈছিল যে  তেওঁ আগতে বিশ্বাস কৰিছিল যে ৩৩ বা ৩৪ বছৰৰ পিছত সুযোগ পোৱা বন্ধ হৈ যাব  কিন্তু তেওঁৰ বয়স এতিয়া ৪১ বছৰ যদিও  তেওঁ বহু উৎকৃষ্ট কাম কৰি আছে।

Previous Post

কেতিয়া ক’ত প্ৰথমবাৰৰ বাবে উত্তোলন কৰা হৈছিল আমাৰ ৰাষ্ট্ৰীয় পতাকা ?

Next Post

৭৪তম গণৰাজ্য দিৱসৰ শুভ মূহুৰ্তত যোৰহাট  কাছাৰী মৈদানত ‘মুক্তিপথ’ প্ৰকল্পৰ বাবে ‘পথিক’লৈ উৎসাহ মূলক  প্ৰশংসা পত্ৰ

Related Posts

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো  কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?
মনোৰঞ্জন

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?

March 31, 2023
অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত  অভিনয় কৰিব বাণী কাপুৰে
মনোৰঞ্জন

অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত অভিনয় কৰিব বাণী কাপুৰে

March 30, 2023
পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?
মনোৰঞ্জন

পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?

March 29, 2023
কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ
মনোৰঞ্জন

কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ

March 28, 2023
ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত
মনোৰঞ্জন

ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত

March 27, 2023
কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?
মনোৰঞ্জন

কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?

March 25, 2023
Next Post
৭৪তম গণৰাজ্য দিৱসৰ শুভ মূহুৰ্তত যোৰহাট  কাছাৰী মৈদানত  ‘মুক্তিপথ’ প্ৰকল্পৰ বাবে ‘পথিক’লৈ উৎসাহ মূলক  প্ৰশংসা পত্ৰ

৭৪তম গণৰাজ্য দিৱসৰ শুভ মূহুৰ্তত যোৰহাট  কাছাৰী মৈদানত ‘মুক্তিপথ’ প্ৰকল্পৰ বাবে 'পথিক’লৈ উৎসাহ মূলক  প্ৰশংসা পত্ৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7