VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

বিবাহৰ উৰাবাতৰি সন্দৰ্ভত কি প্ৰতিক্ৰিয়া আথিয়া চেত্ৰীৰ ?

 অহা  ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ব নেকি আথিয়া চেট্টী আৰু কে এল ৰাহুল

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 7, 2022
in মনোৰঞ্জন
বিবাহৰ উৰাবাতৰি সন্দৰ্ভত কি প্ৰতিক্ৰিয়া আথিয়া চেত্ৰীৰ ?
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

আথিয়া চেট্টীয়ে কে এল ৰাহুলৰ সৈতে তেওঁৰ  বিবাহৰ উৰাবাতৰি সন্দৰ্ভত  কয় যে , তেওঁ এই বিষয়ে  একো স্পষ্টীকৰণ  দিবলৈ নিবিচাৰে।

এই উৰাবাতৰি  সন্দৰ্ভত শেহতীয়া প্ৰতিবেদনত দাবী কৰা হৈছিল যে আথিয়া চেট্টী আৰু কে এল ৰাহুল  অহা  ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’বলৈ সাজু হৈছে। সেয়েহে আথিয়াই এতিয়া ক্ৰিকেটাৰজনৰ সৈতে ওলোৱা এই উৰাবাতৰিৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

শেহতীয়া প্ৰতিবেদন অনুসৰি  ডিচেম্বৰত ক্ৰিকেটাৰজনক বিয়া কৰাবলৈ সাজু হৈছে আথিয়া। কিন্তু আথিয়াই  কৈছে যে তেওঁৰ  এনে উৰাবাতৰি শুনি হাঁহি উঠিছে।

আথিয়া আৰু কে এল ৰাহুলে  বান্দ্ৰাৰ এটা নিৰ্মাণাধীন ভৱনত  সম্পূৰ্ণ এখন মজিয়া বুক কৰাৰ বাতৰি ইতিমধ্যে প্ৰকাশ পাইছে কিন্তু  আথিয়াই  এই কথা অস্বীকাৰ কৰি কৈছে যে এইটো সঁচা যে তেওঁ  এটা নতুন ঘৰলৈ গৈ আছে কিন্তু তেওঁৰ মাক দেউতাক সুনীল চেট্টী,মানা চেট্টী আৰু ভায়েক আহান চেট্টীৰ সৈতেহে ৰাহুলৰ সৈতে নহয় ৷

আথিয়াই সংবাদ মাধ্যমক কৈছিল, “মই কাৰো সৈতে নহয়,  মোৰ মা-দেউতাৰ সৈতে থাকিম! মই আৰু মোৰ  পৰিয়াল এই  নতুন ঘৰত থাকিম।” পৰিয়ালটোৱে বৰ্তমান দক্ষিণ মুম্বাইত তেওঁলোকৰ অল্টমাউণ্ট ৰোডৰ ঘৰত বাস কৰে।

তেওঁ  আৰু কে এল ৰাহুল বিবাহ পাশত আৱদ্ধ হোৱাৰ উৰাবাতৰিৰ বিষয়ে সোধাত আথিয়াই কয়, “মই এই প্ৰশ্নবোৰৰ কোনো উত্তৰ দিয়া নাই।  এই সকলোবোৰৰ পৰা মই ভাগৰি পৰিছোঁ, এতিয়া মোৰ  কেৱল হাঁহি উঠিছে। মানুহে যি বিচাৰে ভাবিবলৈ দিয়ক।”

আথিয়াৰ  ভায়েক আহানেও অলপতে বিয়াৰ উৰাবাতৰি সন্দৰ্ভত উল্লেখ কৰিছিল যে এনে কোনো ব্যৱস্থা কৰা হোৱা নাই। “তেনে কোনো অনুষ্ঠান নাই, এই সকলোবোৰ উৰাবাতৰি। যেতিয়া বিয়া নহয়, আমি আপোনাক কেনেকৈ তাৰিখ দিব পাৰোঁ? অহা কেইমাহমানৰ ভিতৰতো বিয়াৰ কোনো পৰিকল্পনা নাই।”

আথিয়া আৰু কে এল ৰাহুল দীৰ্ঘদিন ধৰি সম্পৰ্কত আছিল বুলি উৰাবাতৰি ওলাইছিল আৰু যোৱা বছৰ আথিয়াৰ ভায়েক আহান চেট্টীৰ ছবি ‘তাডাপ’ৰ প্ৰিমিয়াৰত উপস্থিত থকাৰ সময়ত ইয়াক আনুষ্ঠানিক কৰি তুলিছিল। আথিয়াক শেষবাৰৰ বাবে ২০১৯ চনত নৱাজুদ্দিন চিদ্দিকীৰ বিপৰীতে মতিচুৰ চাকনাচোৰ চলচ্চিত্ৰত দেখা গৈছিল।আথিয়াই  কৈছিল যে তাই বৰ্তমান দুটা প্ৰকল্পত কাম কৰি আছে আৰু সেইবোৰৰ বিষয়ে ঘোষণা সোনকালেই হ’ব পাৰে।

 

Previous Post

কি হ’ব দেশবাসীৰ অৱস্থা ?

Next Post

সাগৰীয় ঘূর্ণীয়ে জোঁকাৰি যাব দেশৰ এইখন ৰাজ্য, বতৰ বিজ্ঞানে দিলে আগজাননী

Related Posts

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন
মনোৰঞ্জন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
জুবিনৰ অনুষ্ঠানত বোকাত নাচিলে ভৰিব লাগিব দণ্ড
মনোৰঞ্জন

জুবিনৰ অনুষ্ঠানত বোকাত নাচিলে ভৰিব লাগিব দণ্ড

May 25, 2022
শূন্য দৰ্শকৰ বাবে কংগনা ৰাণাৱটৰ ‘ধাকড়’ৰ সলনি চিনেমা হলত কাৰ্তিক আৰ্যনৰ ‘ভুল ভুলইয়া ২’
মনোৰঞ্জন

শূন্য দৰ্শকৰ বাবে কংগনা ৰাণাৱটৰ ‘ধাকড়’ৰ সলনি চিনেমা হলত কাৰ্তিক আৰ্যনৰ ‘ভুল ভুলইয়া ২’

May 24, 2022
‘ৰিফিউজি’ৰ প্ৰিমিয়াৰত অভিষেকে পিন্ধা প্ৰথমযোৰ  চুট তৈয়াৰ কৰিছিল আকবৰ শ্বাহপুৰৱালাই
মনোৰঞ্জন

‘ৰিফিউজি’ৰ প্ৰিমিয়াৰত অভিষেকে পিন্ধা প্ৰথমযোৰ চুট তৈয়াৰ কৰিছিল আকবৰ শ্বাহপুৰৱালাই

May 23, 2022
নিক জোনাছে কি উপহাৰ দিলে পত্নী প্ৰিয়ংকাক ?
মনোৰঞ্জন

নিক জোনাছে কি উপহাৰ দিলে পত্নী প্ৰিয়ংকাক ?

May 21, 2022
দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব জনপ্ৰিয় গায়িকা কণিকা কাপুৰ
মনোৰঞ্জন

দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব জনপ্ৰিয় গায়িকা কণিকা কাপুৰ

May 20, 2022
Next Post
সাগৰীয় ঘূর্ণীয়ে জোঁকাৰি যাব দেশৰ এইখন ৰাজ্য, বতৰ বিজ্ঞানে দিলে আগজাননী

সাগৰীয় ঘূর্ণীয়ে জোঁকাৰি যাব দেশৰ এইখন ৰাজ্য, বতৰ বিজ্ঞানে দিলে আগজাননী

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7