VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মধ্যপ্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য্যই মোহিত কৰিলে ৰবীনা টেণ্ডনক

অভিনেত্ৰী গৰাকীৰ টুইট ৰিটুইট কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 5, 2023
in মনোৰঞ্জন
মধ্যপ্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য্যই মোহিত কৰিলে ৰবীনা টেণ্ডনক
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশৰ পৰ্যটনস্থলীৰ প্ৰাকৃতিক সৌন্দৰ্য্যই মোহিত কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনক।এই কথা সামাজিক মাধ্যম টুইটাৰযোগে প্ৰকাশ কৰিলে অভিনেত্ৰী গৰাকীয়ে ৷জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ এই টুইট ৰিটুইট কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। অৱশ্যে ৰবীনাক প্ৰায়েই ৰাজ্যৰ মনোমোহা ঠাইবোৰ ভ্ৰমণ কৰা দেখা যায়।

কিছুদিন পূৰ্বে ভোজপুৰ আৰু উজ্জয়িনৰ মহাকাল লোক ভ্ৰমণ কৰাৰ পিছত ৰবীনাই  ৰাইচেন জিলাত অৱস্থিত ভীমবইটকাৰ প্ৰাচীন গুহাবোৰ চাবলৈ  গৈছিল আৰু ইয়াৰ গুহাসমূহৰ শিলত খোদিত  ছবিবোৰ দেখি  মন্ত্ৰমুগ্ধ হৈ পৰিছিল ৰবীনা৷  লগতে এই ঐতিহ্যসমূহক উন্নত ধৰণে ৰক্ষা কৰাৰ বাবে পৰ্যটন বিভাগক প্ৰশংসা কৰে তেওঁ ৷

আনফালে অভিনেত্ৰী গৰাকীয়ে নিজৰ টুইটাৰ একাউণ্ট যোগে শ্বেয়াৰ কৰিলে শিলৰ ওপৰত বহি তোলা ফটো আৰু ভিডিঅ’বোৰ  । ৰবীনাই টুইটটোত লিখিলে – দিনটো  পূৰ্বপুৰুষসকলৰ শিল্পকৰ্ম চাই ভালকৈয়ে পাৰ হৈছিল। ইয়াৰে কিছুমান  ১০ হাজাৰ বছৰ পুৰণি। যি তেওঁলোকে কেনেকৈ জীৱন-যাপন কৰিছিল, নৃত্য কৰিছিল, ছবি আঁকিছিল আৰু চিকাৰ কৰিছিল তাকেই প্ৰতিফলিত কৰে। লগতে অভিনেত্ৰী গৰাকীয়ে এই ঐতিহ্য ক্ষেত্ৰখনৰ পবিত্ৰতা অক্ষত ৰখাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে মধ্য প্ৰদেশৰ পৰ্যটন বিভাগকো প্ৰশংসা কৰে।

Day well spent seeing the artwork of our ancestors.Some dating back 10 thousand years.The way they lived, danced,painted,hunted.A shout out to @mptourism , team”Bhimbetka”keeping the heritage site clean aswell as maintaining the sanctity/serenity of our ancients #incredibleindia pic.twitter.com/S8qWwR8h0e

— Raveena Tandon (@TandonRaveena) April 4, 2023

লক্ষণীয় যে জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ এই টুইট ৰিটুইট কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে শেহতীয়াকৈ ৰবীনাই ভূপালত উদযাপন কৰিছিল  কন্যা ৰাছাৰ ১৮ সংখ্যক জন্মদিন  । ইয়াৰ বাহিৰেও প্ৰায়ে বন্যপ্ৰাণী চাবলৈ মধ্যপ্ৰদেশৰ অৰণ্যলৈ যায় ৰবীনা ।

Previous Post

চৰকাৰক সমালোচনা কৰাটো দেশবিৰোধী নহয়! চৰকাৰে বন্ধ কৰা চেনেল পুনৰ সম্প্ৰচাৰৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

Next Post

কেনেদৰে কমাব ভ্ৰমণ ব্যয় ? ভ্ৰমণলৈ গ’লে কি কি নিব লগত, মানি চলক এইকেইটা টিপছ

Related Posts

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ
মনোৰঞ্জন

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ

June 1, 2023
” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”,  প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ
মনোৰঞ্জন

” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”, প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ

May 31, 2023
মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন  কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ
মনোৰঞ্জন

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ

May 30, 2023
ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!
মনোৰঞ্জন

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

May 29, 2023
মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷
মনোৰঞ্জন

মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷

May 27, 2023
তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!
মনোৰঞ্জন

তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!

May 26, 2023
Next Post
কেনেদৰে কমাব ভ্ৰমণ ব্যয় ? ভ্ৰমণলৈ গ’লে কি কি নিব লগত, মানি চলক এইকেইটা টিপছ

কেনেদৰে কমাব ভ্ৰমণ ব্যয় ? ভ্ৰমণলৈ গ’লে কি কি নিব লগত, মানি চলক এইকেইটা টিপছ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7