VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ব্ৰিটনী স্পিয়েৰ্ছৰ গোপন বিবাহত কোনে লগালে অথন্তৰঃ কাৰ লগত বহিল বিয়াত !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 10, 2022
in মনোৰঞ্জন
ব্ৰিটনী স্পিয়েৰ্ছৰ গোপন বিবাহত কোনে লগালে অথন্তৰঃ কাৰ লগত বহিল বিয়াত !
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

পপ সাম্ৰাজ্ঞী ব্ৰিটনী স্পিয়েৰ্ছ বৃহস্পতিবাৰে দ্বিতীয় বাৰৰ বাবে বিবাহত আৱদ্ধ হয় ৷ দীর্ঘদিনীয়া  প্ৰেমিক ছেম আছঘৰীয়াৰ সৈতে আয়োজন কৰা হৈছিল এই বিবাহ অনুষ্ঠান ৷ লচ এঞ্জেলৰ তেওঁৰ বিলাসী আৱাসত গোপনে আয়োজন কৰা হৈছিল এই বিবাহ অনুষ্ঠানৰ ৷ তৎসত্বেও অথন্তৰ লাগিল বিশ্বৰ শীর্ষ পপ তাৰকা গৰাকীৰ বিবাহ অনুষ্ঠানত ৷ অনাধিকাৰ প্ৰৱেশ কৰি অনুষ্ঠানত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে ব্ৰিটনীৰ প্ৰাক্তন স্বামী জেছন আলেকজেণ্ডাৰে ৷  ২০০৪ চনত ৪০ বছৰীয়া গায়িকাগৰাকীয়ে বিবাহপাশত আবদ্ধ হোৱা শৈশৱৰ বন্ধু জেছন আলেকজেণ্ডাৰৰ সৈতে অতি কম দিনৰ বাবে একেলগে বাস কৰিছিল ৷ পৰৱর্তী সময়ত দুয়োৰে বিবাহ বিচ্চেদ ঘটে ৷

বিবাহ অভ্যর্থনাস্থলীত প্ৰৱেশ কৰিয়েই আলেকজেণ্ডাৰে হুলস্থলীয়া প্ৰৱেশৰ সৃষ্টি কৰাৰ লগতে হতাহতিত লিপ্ত হয় ৷ পাছত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ তাৰকা গৰাকীৰ আছঘৰীৰ সৈতে হোৱা বিয়াখন বহুলভাৱে প্ৰচাৰ কৰা হোৱা  নাছিল ৷ মাত্ৰ কেই ঘণ্টামানৰ আগতহে  বিয়াৰ খবৰ প্ৰকাশ পাইছিল। ২০১৬ চনত আছঘৰী আৰু স্পিয়েৰ্ছৰ চিনাকি হৈছিল ৷  “স্লাম্বাৰ পাৰ্টি”ৰ এটা মিউজিক ভিডিঅ’ত একেলগে অভিনয় কৰাৰ পাছত । যোৱা বছৰৰ শেষৰ ফালে তেওঁলোকৰ এংগেজমেণ্ট ঘোষণা কৰা হৈছিল ৷

 

Previous Post

কাক নির্বাচন কৰিব প্ৰার্থী!! ৰাষ্ট্ৰপতি নির্বাচনক লৈ কুচকাৱাজ চলাইছে বিৰোধীয়ে

Next Post

অসম আৰু মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে

Related Posts

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন
মনোৰঞ্জন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?
মনোৰঞ্জন

কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?

June 23, 2022
হলিউডৰ  প্ৰকল্প কিয় প্ৰতাখ্যান কৰিলে জনপ্ৰিয় বলীউড অভিনেতা অনিল কাপুৰে
মনোৰঞ্জন

হলিউডৰ প্ৰকল্প কিয় প্ৰতাখ্যান কৰিলে জনপ্ৰিয় বলীউড অভিনেতা অনিল কাপুৰে

June 22, 2022
কইনাৰ ৰূপত ৰেম্পত খোজ কাঢ়িলে শ্বেহনাজ গিলে
মনোৰঞ্জন

কইনাৰ ৰূপত ৰেম্পত খোজ কাঢ়িলে শ্বেহনাজ গিলে

June 20, 2022
‘মুভি কৰে ত’ আগ, ৰেষ্টুৰেণ্ট কৰে ত’ পাপ?’
মনোৰঞ্জন

‘মুভি কৰে ত’ আগ, ৰেষ্টুৰেণ্ট কৰে ত’ পাপ?’

June 18, 2022
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে
মনোৰঞ্জন

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে

June 17, 2022
Next Post
অসম আৰু মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে

অসম আৰু মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7