VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘কাশ্মীৰ ফাইল্ছ’ৰ বিষয়ে কি ক’লে কানাডিয়ান চলচ্চিত্ৰ নিৰ্মাতা ডিলান মোহন গ্ৰেয়ে ?

‘কাশ্মীৰ ফাইল্ছ’ অস্কাৰলৈ প্ৰেৰণ কৰাটো সঁচাকৈয়ে ভাৰতৰ বাবে হ'ব নেকি লজ্জাজনক ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 18, 2022
in মনোৰঞ্জন
‘কাশ্মীৰ ফাইল্ছ’ৰ বিষয়ে কি ক’লে কানাডিয়ান চলচ্চিত্ৰ নিৰ্মাতা ডিলান মোহন গ্ৰেয়ে ?
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত কাশ্মীৰ ফাইলছ নামৰ ছবিখনে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰাৰ লগতে বহু সমালোচনাৰো সন্মূখীন হ’ব লগা হ’ল ৷ বৰ্তমান ‘অস্কাৰ’লৈ কাশ্মীৰ ফাইলছ’ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত সমালোচনাৰ সন্মূখীন হৈছে ‘কাশ্মীৰ ফাইলছ্’ৰ নিৰ্মাতা ৷

শেহতীয়াকৈ কানাডিয়ান চলচ্চিত্ৰ নিৰ্মাতা ডিলান মোহন গ্ৰেয়ে  ক’লে যে ‘কাশ্মীৰ ফাইল্ছ’ অস্কাৰলৈ প্ৰেৰণ কৰিলে ই ভাৰতৰ বাবে লজ্জাজনক’ হ’ব ৷ চলচ্চিত্ৰ নিৰ্মাতা গৰাকীয়ে  কাশ্মীৰ ফাইলছক ‘কোনো কলাত্মক গুণ নথকা  আৱৰ্জনা’ বুলি অভিহিত কৰিছে ৷   ছবিখনৰ বিৰুদ্ধে অনুৰাগ কাশ্যপৰ মন্তব্যক সমালোচনা কৰি বিবেক অগ্নিহোত্ৰীৰ টুইটৰ সঁহাৰি দিছে ডিলানে ।

চলচ্চিত্ৰ নিৰ্মাতা ডিলান মোহন গ্ৰেয়ে কৈছে যে কাশ্মীৰ ফাইলছ হৈছে ‘কোনো কলাত্মক গুণ নথকা এক আৱৰ্জনা’ ৷  লগতে তেওঁ  কয় যে অনুৰাগ কাশ্যপে  ছবিখন এই বছৰ অস্কাৰৰ আনুষ্ঠানিক প্ৰৱেশৰ বাবে  নিৰ্বাচিত নহয়  বুলি কৈ তেওঁ কেৱল ভাৰতৰ বাকী থকা সুনামখিনি ৰক্ষা  কৰিবলৈহে চেষ্টা কৰিছে  । উল্লেখনীয় যে কানাডাৰ চলচ্চিত্ৰ নিৰ্মাতা ডিলানে  ২০২০ চনত মুক্তি পোৱা নেটফ্লিক্স ডকু-চিৰিজ ‘বেড বয় বিলিয়নেয়াৰ ইণ্ডিয়া’ নিৰ্মাণ কৰিছে।

আনহাতে বিবেক অগ্নিহোত্ৰীয়ে তেওঁৰ মূল টুইটটোত লিখিছিল যে বলিউডৰ গণহত্যা-অস্বীকাৰক লবীয়ে তেওঁৰ ছবিখনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। তেওঁ অনুৰাগৰ উদ্ধৃতিৰে এটা বাতৰিৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি বুধবাৰে বিয়লি টুইট কৰি কয় যে  ‘দুবাৰা’ৰ  নিৰ্মাতা অনুৰাগৰ নেতৃত্বত বলীউডৰ দুষ্ট, গণহত্যা অস্বীকাৰ কৰা লবীয়ে অস্কাৰত প্ৰবেশত বাবে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিৰুদ্ধে এক অভিযান আৰম্ভ কৰিছে ।

ইফালে অনুৰাগে এই বছৰ ভাৰতৰ অস্কাৰত আনুষ্ঠানিক প্ৰৱেশৰ বাবে  আৰ আৰ আৰৰ হৈ মাত মাতিছে আৰু শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে  ভাৰতে প্ৰকৃততে হয়তো ফাইনেল ফাইভত মনোনয়ন লাভ কৰিব পাৰে যদিহে তেওঁলোকে বাছি লোৱা ছবিখন ‘আৰ আৰ আৰ’ হয়। কিন্তু কোনে কি ছবি বাছি ল’ব সেইটো কোনেও নাজানে৷ অৱশ্যে তেওঁ আশা কৰে যে সেই ছবিখন ‘দ্য কাশ্মীৰ ফাইলছ’ নহয়।

বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত কাশ্মীৰ ফাইলছত অনুপম খেৰ, পল্লৱী যোশী, মিথুন চক্ৰৱৰ্তী আৰু দৰ্শন কুমাৰ আদি জনপ্ৰিয় অভিনেতা সকলে  মুখ্য চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখন মিশ্ৰিত পৰ্যালোচনাৰ বাবে মুকলি হৈছে আৰু এই বছৰ শীৰ্ষ উপাৰ্জনকাৰী হিন্দী চলচ্চিত্ৰসমূহৰ ভিতৰত এখন  হিচাপে আত্মপ্ৰকাশ কৰিছে। চলচ্চিত্ৰখন ১৯৮০ৰ দশকৰ শেষৰ ফালে কাশ্মীৰ উপত্যকাৰ পৰা প্ৰস্থান কৰা কাশ্মীৰী পণ্ডিতসকলৰ  ওপৰত আধাৰিত।

যদিও চলচ্চিত্ৰখনে এটা সংবেদনশীল বিষয়ৰ চিত্ৰায়নৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আনহাতে  বহুতে সকলো মুছলমান ধৰ্মাৱলম্বী লোকক আক্ৰমণকাৰী হিচাপে চিত্ৰিত কৰাৰ বাবে  ছবিখনক সমালোচনা কৰিছিল।

 

Previous Post

১১৪ কোটি দর্শক থকা ৮ ইউটিউব চেনেল কিয় নিষিদ্ধ কৰিলে চৰকাৰে!!

Next Post

বিপদত বিজেপি নেতা শ্বাহনাৱাজ হুছেইন , দিল্লী উচ্চ ন্যায়ালয়ে দিলে ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ অনুমতি

Related Posts

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা
মনোৰঞ্জন

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

September 30, 2023
হেৰী পটাৰৰ  নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত  মাইকেল গাম্বনৰ মৃত্যু
মনোৰঞ্জন

হেৰী পটাৰৰ নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত মাইকেল গাম্বনৰ মৃত্যু

September 29, 2023
‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ
মনোৰঞ্জন

‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ

September 27, 2023
কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা
মনোৰঞ্জন

কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা

September 26, 2023
ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
Next Post
বিপদত বিজেপি নেতা শ্বাহনাৱাজ হুছেইন , দিল্লী উচ্চ ন্যায়ালয়ে  দিলে ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ অনুমতি

বিপদত বিজেপি নেতা শ্বাহনাৱাজ হুছেইন , দিল্লী উচ্চ ন্যায়ালয়ে দিলে ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ অনুমতি

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7