VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ফিফা বিশ্বকাপৰ ট্ৰফী উন্মোচন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে আন এক কৃতিত্ব দীপিকা পাডুকনৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 19, 2022
in মনোৰঞ্জন
ফিফা বিশ্বকাপৰ ট্ৰফী উন্মোচন কৰা প্ৰথমগৰাকী ভাৰতীয়  হিচাপে আন এক কৃতিত্ব দীপিকা পাডুকনৰ
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

ভাৰতক পুনৰ গৌৰৱান্বিত কৰি বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে ফিফা ট্ৰফী উন্মোচন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে। ছুপাৰষ্টাৰ তথা ভাৰতৰ সৰ্ববৃহৎ গ্লোবেল এম্বেছাদৰগৰাকীয়ে  ফিফা বিশ্বকাপৰ লুছাইল ষ্টেডিয়ামত উন্মোচন কৰে।

৬.১৭৫ কিলোগ্ৰাম ওজনৰ আৰু ১৮ কেৰেট সোণ আৰু মেলাচাইটেৰে নিৰ্মিত এই ট্ৰফী উন্মোচন মেচৰ পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠানৰ এক অতি গুৰুত্বপূৰ্ণ অংশ ৷  ফিফাৰ কিংবদন্তি আৰু প্ৰাক্তন ফুটবলাৰ ইকাৰ কেচিলাছ ফাৰ্নাণ্ডেজৰ সৈতে দীপিকাই ট্ৰফী মুকলি কৰি পুনৰ এবাৰ ভাৰতক আন্তঃৰাষ্ট্ৰীয় পর্যায়ত গৌৰৱান্বিত কৰিলে ৷

বগা চাৰ্ট, বাদামী ৰঙৰ অভাৰকোট, ক’লা বেল্ট পৰিধান কৰি যোৱা ছুপাৰষ্টাৰগৰাকীয়ে সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয় ৷ কেৰিয়াৰৰ কালছোৱাত ছুপাৰষ্টাৰ দীপিকা পাডুকনে ভাৰতক  বহুবাৰ গৌৰৱান্বিত কৰিছে ৷ সন্মানীয় কাঁ চলচ্চিত্ৰ মহোৎসৱত তেওঁ জুৰীৰ সদস্য হিচাপে নির্বাচিত হৈছিল ৷ ‘গোল্ডেন ৰেচিঅ’ অৱ বিউটি’ অনুসৰি বিশ্বৰ শীৰ্ষ ১০ গৰাকী ধুনীয়া মহিলাৰ তালিকাত একমাত্ৰ ভাৰতীয় হিচাপে দীপিকা পাডুকনে স্থান লাভ কৰিছে ৷ দুবাৰৰ টাইম মেগাজিনৰ বঁটা লাভ কৰিছে অভিনেত্ৰী গৰাকীয়ে ৷

Previous Post

পৰাজিত হৈয়ো নায়কত পৰিণত ফ্ৰান্সৰ এমবাপেই, ২৩ বছৰ বয়সতে পেলেৰ সৈতে সমতা স্থাপন কৰা এমবাপেই কোন ৫ ফুটবলাৰৰ অভিলেখ ভংগ কৰাৰ দিশে আগবাঢ়িছে ?

Next Post

সংস্কৃতা মালাকৰৰ কণ্ঠ আৰু অভিনয়েৰে মুক্তিপালে ‘জীৱনে’ শীৰ্ষক গীটটিৰ দৃশ্য শ্ৰব্য ৰূপ

Related Posts

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি
মনোৰঞ্জন

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি

January 28, 2023
বহুল ভাৱে চৰ্চিত দক্ষিণাত্যৰ তাৰকা ৰজনীকান্তৰ এটা বক্তব্য
মনোৰঞ্জন

বহুল ভাৱে চৰ্চিত দক্ষিণাত্যৰ তাৰকা ৰজনীকান্তৰ এটা বক্তব্য

January 27, 2023
কোন বাৰু এইগৰাকী বলীউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ?
মনোৰঞ্জন

কোন বাৰু এইগৰাকী বলীউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ?

January 26, 2023
‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ লাভ কৰাটো  সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে  হ’ব এক সোণালী মুহূৰ্ত
মনোৰঞ্জন

‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ লাভ কৰাটো সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে হ’ব এক সোণালী মুহূৰ্ত

January 25, 2023
বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল
মনোৰঞ্জন

বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল

January 24, 2023
মুক্তিলাভ কৰিলে  অক্ষয়-ইমৰাণ অভিনীত ছবি ‘চেলফি’ৰ ট্ৰেইলাৰে
মনোৰঞ্জন

মুক্তিলাভ কৰিলে অক্ষয়-ইমৰাণ অভিনীত ছবি ‘চেলফি’ৰ ট্ৰেইলাৰে

January 23, 2023
Next Post
সংস্কৃতা মালাকৰৰ কণ্ঠ আৰু অভিনয়েৰে মুক্তিপালে ‘জীৱনে’  শীৰ্ষক গীটটিৰ দৃশ্য শ্ৰব্য ৰূপ

সংস্কৃতা মালাকৰৰ কণ্ঠ আৰু অভিনয়েৰে মুক্তিপালে ‘জীৱনে’ শীৰ্ষক গীটটিৰ দৃশ্য শ্ৰব্য ৰূপ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7