VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘দেশী বস্তু’ বুলি কিহক আঙুলিয়ালে দেশী গাৰ্ল প্ৰিয়ংকাই ?

সামাজিক মাধ্যমত ভাইৰেল হ'ল দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা, দিলজিৎ দোচাঞ্জ আৰু লিলী সিঙৰ আমোদজনক ফটো

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 29, 2022
in মনোৰঞ্জন
‘দেশী বস্তু’ বুলি কিহক আঙুলিয়ালে দেশী গাৰ্ল প্ৰিয়ংকাই  ?
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

প্ৰিয়ংকা চোপ্ৰাই বন্ধু লিলী সিঙৰ সৈতে লছ এঞ্জেলছত তেওঁৰ সংগীতানুষ্ঠানত তীব্ৰ খলকনি তোলাৰ  পিছত সামাজিক মাধ্যমত গায়ক দিলজিৎ দোচাঞ্জৰ সৈতে ফটো শ্বেয়াৰ কৰিছে। তেওঁ গায়ক দিলজিতৰ সংগীতানুষ্ঠানত উপস্থিত হৈ এটা অতি আনন্দদায়ক নিশা অতিবাহিত কৰা বুলি ব্যক্ত কৰাৰ  পিছত তেওঁৰ সৈতে ফটো তুলিছে  য’ত  তেওঁলোকে  হাত জোৰ কৰি ইজনে সিজনক “নমস্কাৰ” কৰিছে। সামাজিক মাধ্যমত ফটোখন আপলোড কৰি প্ৰিয়ংকাই লিখিছে যে কিছুমান বস্তু আছে যি আপোনাক ঘৰৰ আমেজ দিব পাৰে।  ছবিখনৰ একেটা শাৰীত থিয় হৈ  প্ৰিয়ংকা, লিলী আৰু দিলজিতে প্ৰথমে কেমেৰাৰ বাবে ভংগীমা দিছে আৰু তাৰ পিছত প্ৰিয়ংকাই ইজনে সিজনক “সন্মান” জনাই  নমস্কাৰ কৰি কৈছে যে ই “দেশী বস্তু”  ।

তিনিওজনৰ মাজত নমস্কাৰ কৰাৰ প্ৰতিযোগিতা হোৱা যেন লগা আকৰ্ষণীয় ছবিবোৰ আপলোড কৰি  প্ৰিয়ংকাই  লিখিছে  ‘’ চাওঁক ,আমাৰ  ইজনে সিজনক সন্মান জনাবলৈ চেষ্টা কৰিছোঁ ! মই তললৈ নমস্কাৰ কৰিম! লল!” লগতে লিখিলে যে ই ‘’দেশী বস্তু’’।

দিলজিতক চুপাৰষ্টাৰ বুলি অভিহিত কৰি প্ৰিয়ংকাই লগতে কৈছে যে সংগীতানুষ্ঠানৰ নিশাটো তেওঁৰ বাবে অতি প্ৰয়োজনীয় নিশা আছিল। তেওঁ দিলজিতৰ দলটোক তেওঁলোকৰ দৰ্শকক আনন্দিত  কৰাৰ বাবে ধন্যবাদ জনায় । তেওঁ লগতে কয় যে অনুষ্ঠানটোত  দিলজিতে  দৰ্শকসকলক তেওঁৰ সংগীতেৰে মোহাছন্ন কৰি ৰাখিছিল! দৰ্শকৰ মাজৰ কোনেও এক মুহূৰ্তৰ বাবেও বহা নাছিল!

আনহাতে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ  বন্ধু লিলীক সৰ্বশ্ৰেষ্ঠ নিশাটোৰ  বাবে ধন্যবাদ জনাইছিল। লিলীয়ে আগতে তেওঁলোকৰ অনুৰাগীসকলক তেওঁ আৰু প্ৰিয়ংকাই কৰা আনন্দৰ এক আভাস দিবলৈ সংগীতানুষ্ঠানৰ ভিডিঅ’ স্নিপেট ভাগ বতৰা কৰিছিল।

প্ৰিয়ংকাই অলপতে নিক জোনাছৰ সৈতে লছ এঞ্জেলচত দেশৰ গায়ক কেনি চেচনীৰ সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিছিল। অভিনেত্ৰীগৰাকীক অতি শীঘ্ৰেই  ছেম হিউগান আৰু চেলিন ডিয়নৰ সৈতে এইবাৰ হলীউডৰ এখন  ছবিত দেখা পাব তেওঁৰ অনুৰাগী সকলে ।

 

Previous Post

গৃহস্থ আমেৰিকালৈ ফুৰিবলৈ যোৱাৰ সময়তে দিল্লীত ঘৰুৱা সহায়কে লুটি নিলে নগদ ধনসহ ১০ কোটিৰ গহণা

Next Post

ঘন জংঘলত উদ্ধাৰ অৰুণাচলৰ পৰা সন্ধানহীন হোৱা অসমৰ ৫ শ্ৰমিকৰ মৃতদেহ

Related Posts

গাড়ী  দুৰ্ঘটনাত পতিত  অভিনেত্ৰী এনি হেচেক  চিকিৎসালয়ত ভৰ্তি
মনোৰঞ্জন

গাড়ী দুৰ্ঘটনাত পতিত অভিনেত্ৰী এনি হেচেক চিকিৎসালয়ত ভৰ্তি

August 6, 2022
“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”
মনোৰঞ্জন

“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”

August 5, 2022
‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ  বিশ্ব প্ৰিমিয়াৰত  অসম সন্তান  ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’
মনোৰঞ্জন

‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ বিশ্ব প্ৰিমিয়াৰত অসম সন্তান ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’

August 4, 2022
এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই
মনোৰঞ্জন

এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই

August 3, 2022
এজন অভিনেতাৰ অভিনয়ৰ বাবে নিৰ্দিষ্ট বয়স থাকে নেকি?
মনোৰঞ্জন

এজন অভিনেতাৰ অভিনয়ৰ বাবে নিৰ্দিষ্ট বয়স থাকে নেকি?

August 2, 2022
মৃত্যুৰ ভাবুকি,  ছলমান খানক প্ৰদান কৰা হ’ল অস্ত্ৰৰ অনুজ্ঞাপত্ৰ
মনোৰঞ্জন

মৃত্যুৰ ভাবুকি, ছলমান খানক প্ৰদান কৰা হ’ল অস্ত্ৰৰ অনুজ্ঞাপত্ৰ

August 1, 2022
Next Post
ঘন জংঘলত উদ্ধাৰ অৰুণাচলৰ পৰা সন্ধানহীন হোৱা অসমৰ  ৫ শ্ৰমিকৰ মৃতদেহ

ঘন জংঘলত উদ্ধাৰ অৰুণাচলৰ পৰা সন্ধানহীন হোৱা অসমৰ ৫ শ্ৰমিকৰ মৃতদেহ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7