VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘গৌৰী খানে একো ভাল নাপায়’, কিয় তেনেকৈ ক’লে আলিয়া ভাটে ?

শ্বাহৰুখেও কিয় ক’লে যে গৌৰীয়ে যদি কিবা ভাল পায়, ই এক বৃহৎ জয় বুলি ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 27, 2022
in মনোৰঞ্জন
‘গৌৰী খানে একো ভাল নাপায়’, কিয় তেনেকৈ  ক’লে আলিয়া ভাটে ?
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

এইবাৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰ প্ৰযোজনা আৰু গৌৰী খানৰ সহ-প্ৰযোজনাৰে অতি শীঘ্ৰেই মুক্তি লাভ কৰিব ‘ডাৰ্লিংছে’ ৷ ছবিখনৰ সহপৰিচালক গৌৰীখানৰ প্ৰতিক্ৰিয়াকলৈ যথেষ্ট সুখী প্ৰযোজক আলিয়া ভাট ৷ সেয়েহে শেহতীয়াকৈ  ছবিখনৰ বিষয়ে প্ৰযোজক গৰাকীয়ে কৈছে যে তেওঁৰ আহিবলগীয়া ছবি ‘ডাৰ্লিংছ’ৰ সহ-প্ৰযোজক, গৌৰী খানে চিনেমাখন ভাল পাইছে আৰু এইটো তেওঁৰ বাবে  এক বৃহৎ জয়তকৈ কোনো গুণেই কম নহয়। আলিয়াই কৈছিল যে গৌৰীয়ে কেতিয়াবাহে কিবা এটা  ভাল পায়  আৰু সেয়েহে  যেতিয়া গৌৰীয়ে  ‘ডাৰ্লিংছ’ৰ দৰে কৰিছিল, আলিয়াই  সকাহ অনুভৱ কৰিছিল

এইবাৰ কেৱল অভিনেত্ৰী হিচাপেই  নহয় এগৰাকী  পৰিচালক হিচাপে  আত্মপ্ৰকাশ কৰা আলিয়াই সোমবাৰে সহ-অভিনেতা শ্বেফালী শ্বাহ, বিজয় বৰ্মা আৰু পৰিচালক জছমিত কে ৰীনৰ সৈতে ‘ডাৰ্লিংছ’ৰ ট্ৰেইলাৰ উন্মোচন কৰে । এইবাৰ আলিয়াই  নৱনিৰ্মিত ছবি ‘ডাৰ্লিংছ’ৰ  জৰিয়তে  প্ৰযোজক হিচাপে  আত্মপ্ৰকাশ কৰিছে  যি  ৫ আগষ্টত নেটফ্লিক্সত মুক্তিলাভ কৰিব।

চিনেমা ‘ডাৰ্লিংছ’ৰ প্ৰতি গৌৰীৰ প্ৰতিক্ৰিয়াৰ বিষয়ে উল্লেখ কৰি আলিয়াই সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত কয় যে গৌৰীয়ে ছবিখন ভাল পোৱাত আলিয়া  অত্যন্ত সুখী। কাৰণ তেওঁ  এনেকৈ ভাবিছিল যে গৌৰীয়ে যদি চিনেমাখন ভাল পাই, তেওঁ বহুত কৃতজ্ঞ হ’ব। কাৰণ ই  অতি বিৰল । কাৰণ গৌৰীয়ে সহজে  কোনো বস্তুৱেই ভাল নাপায়। যদিও তেওঁ চিনেমাখনৰ প্ৰযোজক, তেওঁ  ছবিখন ভাল পাইছে বাবে  আলিয়াই  সকাহ অনুভৱ কৰিছে।  যেতিয়া তেওঁলোকে আলিয়ালৈ  ফোন কৰিছিল তেওঁ এই কথা ব্যক্ত কৰিছিল ৷ আনকি শ্বাহৰুখেও  এই কথা কৈছিল যে  গৌৰীয়ে যদি কিবা ভাল পাই তেন্তে ই এক বৃহৎ জয়।

‘ডাৰ্লিংছ’ত শ্বেফালী আৰু আলিয়াই এগৰাকী মাতৃ-কন্যাৰ যুটি হিচাপে অভিনয় কৰিছে য’ত আলিয়াৰ স্বামীক অপহৰণ কৰা হয় ৷ ছবিখনত  বিজয় বৰ্মাই আলিয়াৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰিছে।আনহাতে  শ্বাহৰুখ খানৰ ‘ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট’ৰ সহযোগত আলিয়াই তেওঁৰ ‘বেনাৰ ইটাৰ্ণেল চানচাইন প্ৰডাকচন’ৰ জৰিয়তে ছবিখনৰ প্ৰযোজনা কৰিছে।

ডাৰ্লিংছ ট্ৰেইলাৰ মুকলি কৰা  অনুষ্ঠানত কথা পাতি আলিয়াই কয় যে শ্বাহৰুখে তেওঁক কৈছিল যে তেওঁ সাধাৰণতে চলচ্চিত্ৰৰ সহ-প্ৰযোজনা নকৰে কিন্তু তাইৰ ক্ষেত্ৰত ই “ব্যতিক্ৰম” ।

৫ আগষ্টত নেটফ্লিক্সত মুক্তিলাভ কৰাৰ পিছত হে জানিব পৰা যাব প্ৰকৃততে আলিয়া আৰু গৌৰী প্ৰযোজিত ‘ডাৰ্লিংছ’ক কেনেদৰে আদৰি ল’ব চলচ্চিত্ৰ প্ৰেমী সকলে !

Previous Post

অসমৰ মাটিত হায়দৰাবাদৰ ছোৱালীক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা হাৰিয়ানাৰ যুৱকৰ

Next Post

৩,৪১৯ কোটি টকাৰ বিদ্যুত বিল দেখি অসুস্থ হৈ পৰিল গ্ৰাহক, ভর্ত্তি হ’ল হাস্পতালত , ক’ত ঘটিল এই ঘটনা !!

Related Posts

গাড়ী  দুৰ্ঘটনাত পতিত  অভিনেত্ৰী এনি হেচেক  চিকিৎসালয়ত ভৰ্তি
মনোৰঞ্জন

গাড়ী দুৰ্ঘটনাত পতিত অভিনেত্ৰী এনি হেচেক চিকিৎসালয়ত ভৰ্তি

August 6, 2022
“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”
মনোৰঞ্জন

“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”

August 5, 2022
‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ  বিশ্ব প্ৰিমিয়াৰত  অসম সন্তান  ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’
মনোৰঞ্জন

‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ বিশ্ব প্ৰিমিয়াৰত অসম সন্তান ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’

August 4, 2022
এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই
মনোৰঞ্জন

এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই

August 3, 2022
এজন অভিনেতাৰ অভিনয়ৰ বাবে নিৰ্দিষ্ট বয়স থাকে নেকি?
মনোৰঞ্জন

এজন অভিনেতাৰ অভিনয়ৰ বাবে নিৰ্দিষ্ট বয়স থাকে নেকি?

August 2, 2022
মৃত্যুৰ ভাবুকি,  ছলমান খানক প্ৰদান কৰা হ’ল অস্ত্ৰৰ অনুজ্ঞাপত্ৰ
মনোৰঞ্জন

মৃত্যুৰ ভাবুকি, ছলমান খানক প্ৰদান কৰা হ’ল অস্ত্ৰৰ অনুজ্ঞাপত্ৰ

August 1, 2022
Next Post
৩,৪১৯ কোটি  টকাৰ বিদ্যুত বিল দেখি অসুস্থ হৈ পৰিল গ্ৰাহক, ভর্ত্তি হ’ল হাস্পতালত , ক’ত ঘটিল এই ঘটনা !!

৩,৪১৯ কোটি টকাৰ বিদ্যুত বিল দেখি অসুস্থ হৈ পৰিল গ্ৰাহক, ভর্ত্তি হ’ল হাস্পতালত , ক’ত ঘটিল এই ঘটনা !!

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7