VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সিদ্ধাৰ্থ-কিয়াৰাৰ বিয়াক লৈ উখলমাখল জয়ছালমেৰ , অতিথিৰ বাবে ৰখা হৈছে মনোৰঞ্জনৰ সকলো ব্যৱস্থা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 6, 2023
in মনোৰঞ্জন
সিদ্ধাৰ্থ-কিয়াৰাৰ বিয়াক লৈ উখলমাখল জয়ছালমেৰ , অতিথিৰ বাবে ৰখা হৈছে মনোৰঞ্জনৰ সকলো ব্যৱস্থা
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

বলিউডত পুনৰ চলিছে বিয়াৰ বতৰ ৷ এইবাৰ বিবাহত বহিব দুই তাৰকা কিয়াৰা আদৱানি আৰু সিদ্ধার্থ মালহোত্ৰা ৷  ইয়াৰ বাবে সজাই পৰাই তোলা হৈছে ৰাজস্থানৰ জয়ছালমেৰক ৷  তাৰকা দম্পতীৰ বিবাহ অনুষ্ঠানত অতিথিসকলৰ বাবে নাচ-গানৰ পৰা আৰম্ভ কৰি পার্টীলৈকে বিভিন্ন মনোৰঞ্জনৰ ব্যৱস্থা কৰা হৈছে ৷ ছিদ-কিয়াৰাৰ বাবে সূৰ্য্যগড় ৰাজপ্ৰসাদ  সাজু হৈ উঠিছে । বিয়াখনলৈ নিমন্ত্ৰিত অতিথিৰ সংখ্যা মাত্ৰ ১০০-১২৫ জন। বিলাসী সূৰ্যগড় প্ৰাসাদত অতিথিসকলৰ বাবে ৮০টা কোঠাৰ ব্যৱস্থা কৰা হৈছে। অতিথিৰ পৰিবহণৰ বাবেও ৰখা হৈছে ৭০খন বিলাসী গাড়ী।

সূৰ্যগড় প্ৰাসাদৰ ভিতৰতে স্থানীয় লোকশিল্পীৰ সৈতে ৰাজস্থানী লোকনৃত্যৰ পৰা বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। অতিথিসকলে নিজৰ ইচ্ছামতে বজাৰ কৰিব পাৰিব। গলফ খেলাৰ ব্যৱস্থা আছে। চিদ-কিয়াৰাই অতিথিসকলৰ বাবে সকলো ধৰণৰ মনোৰঞ্জনৰ ব্যৱস্থা কৰিছে।

৭ ফেব্ৰুৱাৰীত দুয়ো তাৰকা বিবাহপাশত আৱদ্ধ হ’ব । তাৰ আগতে ৬ ফেব্ৰুৱাৰীত হালধী আৰু সংগীতৰ অনুষ্ঠান অনুষ্ঠিত হ’ব । মূল অনুষ্ঠানৰ দিনটোত মোবাইল ফোন ব্যৱহাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে যাতে বিভিন্ন বিবাহ অনুষ্ঠানৰ ছবি প্ৰকাশ নাপায় ৷ সূত্ৰ অনুসৰি, তাৰকা দম্পতীয়ে ১২ ফেব্ৰুৱাৰীত মুম্বাইত এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিব ৷

Previous Post

‘বাংলা মডেল’ অস্ত্ৰ, আজি ত্ৰিপুৰাত উপস্থিত হ’ব মুখ্যমন্ত্ৰী মমতা বেনার্জী

Next Post

৩২ সংখ্যক গ্ৰেমী লাভ কৰি ইতিহাস ৰচিলে পপ তাৰকা বিয়ন্সে

Related Posts

বিয়াৰ পাছত ২৭ বছৰ ধৰি স্বামীৰ পৰা কিয় পৃথকে বাস কৰে অলকা য়াগনিকে ?
মনোৰঞ্জন

বিয়াৰ পাছত ২৭ বছৰ ধৰি স্বামীৰ পৰা কিয় পৃথকে বাস কৰে অলকা য়াগনিকে ?

March 21, 2023
আহি আছে ‘পুষ্পা: দ্যা ৰুল ‘, আল্লু অর্জুনৰ ওপজা দিনত মুকলি কৰিব টিজাৰ
মনোৰঞ্জন

আহি আছে ‘পুষ্পা: দ্যা ৰুল ‘, আল্লু অর্জুনৰ ওপজা দিনত মুকলি কৰিব টিজাৰ

March 21, 2023
অসহ্য যন্ত্ৰণা, অমিতাভৰ শৰীৰত নতুন ৰোগ! নিশাই বাসগৃহলৈ মাতি অনা হ’ল চিকিৎসকক
মনোৰঞ্জন

অসহ্য যন্ত্ৰণা, অমিতাভৰ শৰীৰত নতুন ৰোগ! নিশাই বাসগৃহলৈ মাতি অনা হ’ল চিকিৎসকক

March 20, 2023
হলিউডত চুক্তিবদ্ধ হ’ব নেকি ৰাম চৰণ, কি নতুন ছবিত অভিনয় কৰিব তাৰকাজনে ?
মনোৰঞ্জন

হলিউডত চুক্তিবদ্ধ হ’ব নেকি ৰাম চৰণ, কি নতুন ছবিত অভিনয় কৰিব তাৰকাজনে ?

March 18, 2023
চাহ উদ্যোগৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰৰ বাজেটে, চৰকাৰৰ পদক্ষেপক প্ৰশংসা নেটাৰ
মনোৰঞ্জন

চাহ উদ্যোগৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰৰ বাজেটে, চৰকাৰৰ পদক্ষেপক প্ৰশংসা নেটাৰ

March 17, 2023
ঐশ্বৰ্যই ইনষ্টাগ্ৰামত মাত্ৰ এজন ব্যক্তিক অনুসৰণ কৰে! তেওঁ কোন, অনুমান কৰিব পাৰিবনে?
মনোৰঞ্জন

ঐশ্বৰ্যই ইনষ্টাগ্ৰামত মাত্ৰ এজন ব্যক্তিক অনুসৰণ কৰে! তেওঁ কোন, অনুমান কৰিব পাৰিবনে?

March 17, 2023
Next Post
৩২ সংখ্যক গ্ৰেমী লাভ কৰি ইতিহাস ৰচিলে পপ তাৰকা বিয়ন্সে

৩২ সংখ্যক গ্ৰেমী লাভ কৰি ইতিহাস ৰচিলে পপ তাৰকা বিয়ন্সে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7