VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

‘গাল্লি বয়’ ৰেপাৰ ধৰ্মেশ পাৰমাৰৰ মৃত্যু ;শোকস্তব্ধ অনুৰাগী

এম চি ট’ৰ ফ’ৰ ৰূপে খ্যাত ধৰ্মেশৰ বয়স মাত্ৰ ২৪ বছৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 22, 2022
in মনোৰঞ্জন, মুখ্য সংবাদ
‘গাল্লি বয়’ ৰেপাৰ ধৰ্মেশ পাৰমাৰৰ  মৃত্যু ;শোকস্তব্ধ অনুৰাগী
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

আকৌ এক দুঃখবৰ ৷ মাত্ৰ ২৪ বছৰ বয়সতে মৃত্যুক আঁকোৱালি লয় ৰেপাৰ ধৰ্মেশ পাৰমাৰ তথা  এম চি ট’ৰ ফ’ৰ নামে খ্যাত শিল্পী গৰাকীয়ে। তেওঁ ৰণবীৰ সিং-সিদ্ধান্ত চতুৰ্বেদী অভিনীত ‘গাল্লি বয়’ত ‘ইণ্ডিয়া ৯১’ শীৰ্ষক গীতটোত কণ্ঠ দান কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল। দুয়োজন অভিনেতাই ধৰ্মেশৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

মুম্বাইস্থিত হিপ-হপ কালেক্টিভ স্বদেশী মুভমেণ্টৰ অংশ, এমচি টড ফড জয়া আখটাৰ চলচ্চিত্ৰত অৱদান আগবঢ়োৱা ৫০ জনৰো অধিক ৰেপাৰৰ ভিতৰত অন্যতম আছিল ধৰ্মেশ । অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷

ৰণবীৰে ভঙা হৃদয়ৰ ইমোজিৰ সৈতে ৰেপাৰজনৰ এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। ইফালে, সিদ্ধান্তই স্বৰ্গীয় ৰেপাৰজনৰ সৈতে হোৱা কথোপকথনৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে, য’ত তেওঁলোকে ইজনে সিজনৰ প্ৰদৰ্শনক অভিনন্দন জনাইছে।

স্বদেশী মুভমেণ্টেও তেওঁলোকৰ অফিচিয়েল চেনেলত গুজৰাটী ৰেপাৰজনৰ এটা প্ৰদৰ্শন শ্বেয়াৰ কৰি তেওঁক গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে শোক প্ৰকাশ কৰিছে ৷

‘গাল্লি বয়’ জয়া আখটাৰৰ দ্বাৰা পৰিচালিত হৈছিল আৰু দুজন ৰেপাৰ ডিভাইন আৰু নেজিৰ জীৱনৰ আধাৰত সৃষ্টি হৈছিল চলচিত্ৰখন । জনপ্ৰিয় অভিনেতা ৰণবীৰে বস্তিৰ এজন ৰেপাৰৰ চৰিত্ৰত অভিনয় কৰিছিল । ছবিখনত আলিয়া ভট্ট, কল্কি কোয়েচলিন, বিজয় বৰ্মা, অমৃতা সুভাষ আৰু বিজয় ৰাজেও বিশিষ্ট চৰিত্ৰত অভিনয় কৰিছিল।

ছবিখনৰ সেই বিশেষ গীতটিত সদায়েই অমৰ হৈ ৰ’ব এম চি ট’ৰ ফ’ৰ ধৰ্মেশ ৷

Previous Post

ইণ্ডিয়া জাপান লেব

Next Post

মহিলা বিশ্বকাপ ২০২২;১১০ ৰাণত বাংলাদেশক পৰাস্ত কৰি ভাৰতৰ বিজয়

Related Posts

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন
মনোৰঞ্জন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
জুবিনৰ অনুষ্ঠানত বোকাত নাচিলে ভৰিব লাগিব দণ্ড
মনোৰঞ্জন

জুবিনৰ অনুষ্ঠানত বোকাত নাচিলে ভৰিব লাগিব দণ্ড

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
Next Post
মহিলা বিশ্বকাপ ২০২২;১১০ ৰাণত বাংলাদেশক পৰাস্ত কৰি ভাৰতৰ বিজয়

মহিলা বিশ্বকাপ ২০২২;১১০ ৰাণত বাংলাদেশক পৰাস্ত কৰি ভাৰতৰ বিজয়

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7