VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতি আহিল জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ

সামাজিক মাধ্যমত পত্নী হেমা মালিনীৰ ধন্যবাদসূচক আপদে'ট

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 2, 2022
in মনোৰঞ্জন
চিকিৎসালয়ৰ পৰা সুস্থ হৈ  ঘৰলৈ উভতি আহিল জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ চিকিৎসালয়ত ভৰ্তি হোৱা ধৰ্মেন্দ্ৰই সামিজিক মাধ্যমত তেওঁ জীৱনৰ পৰা পোৱা শিক্ষাৰ বিষয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ক্লিপটোত, তেওঁ উল্লেখ কৰিছিল যে এজন ব্যক্তিয়ে অত্যাধিক কাম  কৰিব নালাগে আৰু তেওঁলোকে তাৰ সীমা জানিব লাগে।

তেওঁ ভিডিঅ’টোত কৈছিল, “বন্ধুসকল, অত্যাধিক কাম নকৰিব… কামৰ সীমা জনা উচিত, মই এইটো কৰি শিক্ষা পালোঁ।” সম্পূৰ্ণ হাতৰ টি-চাৰ্ট, মাফলাৰ আৰু টুপী পিন্ধি তেওঁ তেওঁৰ অনুৰাগীসকলক পৰামৰ্শ দিছিল। অত্যাধিক পৰিশ্ৰম কৰি মই দুই-চাৰিদিনৰ বাবে চিকিৎসালয়লৈ যাব লগা হৈছিল। যি কি নহওক আপোনালোকৰ শুভকামনা, ঈশ্বৰৰ আশীৰ্বাদ লৈ মই উভতি আহিছোঁ। গতিকে চিন্তা নকৰিব। এতিয়া মই অতি সাৱধান হ’ম। আপোনালোক সকলোকে ভাল পাওঁ।”

আনহাতে তেওঁৰ সহধৰ্মিনী তথা জনপ্ৰিয় অভিনেত্ৰী হেমা মালিনীয়ে  টুইট কৰি কয়, “ধৰমজীৰ স্বাস্থ্যৰ বিষয়ে অনুসন্ধান কৰি থকা হাজাৰ হাজাৰ শুভাকাংক্ষীক মই ধন্যবাদ জনাইছো। হয়, তেওঁ কেইদিনমান চিকিৎসালয়ত আছিল কিন্তু তেওঁ এতিয়া সুস্থ আৰু সুকলমে ঘৰলৈ উভতি আহিছে।

ধৰ্মেন্দ্ৰক এই সপ্তাহৰ আৰম্ভণিতে ব্ৰিচ কেণ্ডি হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।  “শ্বুটিঙৰ সময়ত অভিনেতা ধৰ্মেন্দ্ৰৰ পিঠিত বিষ হৈছিল, যাৰ পিছত তেওঁক আজিৰ পৰা চাৰি দিন আগতে ভৰ্তি কৰোৱা হৈছিল।

কৰ্মক্ষেত্ৰত, দীৰ্ঘদিন পৰ্দাৰ পৰা আঁতৰি থকাৰ পিছত, ধৰ্মেন্দ্ৰই কৰণ জোহৰৰ ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’ৰ যোগেদি  প্ৰত্যাৱৰ্তন কৰিব। আলিয়া ভট্ট-ৰণবীৰ সিঙৰ ছবিখনত জয়া বচ্চন আৰু শ্বাবানা আজমীয়েও অভিনয় কৰিব। চলচ্চিত্ৰখন অহা বছৰৰ ১০ ফেব্ৰুৱাৰীত মুক্তি পাব। ধৰ্মেন্দ্ৰই তেওঁৰ পুত্ৰ ছানী দেওল আৰু ববি দেওলৰ সৈতে ‘আপনে ২’ তো সহযোগ কৰিব। ইফালে তেওঁৰ নাতি (ছানিৰ পুত্ৰ) কৰণ দেওলেও ২০০৭ চনৰ জনপ্ৰিয় চলচ্চিত্ৰখনৰ চিকুৱেলত যোগদান কৰিব।

 

Previous Post

প্ৰায় আধা টুইটাৰ অনুসৰণকাৰী ‘ভুৱা’ টুইটাৰৰ নতুন মালিক এলন মাস্কৰ

Next Post

ৰঙিয়াত বৰলীয়া নদীৰ মথাউৰি সবলীকৰণ আঁচনিৰ শুভাৰম্ভ বিধায়ক ভৱেশ কলিতাৰ

Related Posts

জুবিনৰ অনুষ্ঠানত বোকাত নাচিলে ভৰিব লাগিব দণ্ড
মনোৰঞ্জন

জুবিনৰ অনুষ্ঠানত বোকাত নাচিলে ভৰিব লাগিব দণ্ড

May 25, 2022
শূন্য দৰ্শকৰ বাবে কংগনা ৰাণাৱটৰ ‘ধাকড়’ৰ সলনি চিনেমা হলত কাৰ্তিক আৰ্যনৰ ‘ভুল ভুলইয়া ২’
মনোৰঞ্জন

শূন্য দৰ্শকৰ বাবে কংগনা ৰাণাৱটৰ ‘ধাকড়’ৰ সলনি চিনেমা হলত কাৰ্তিক আৰ্যনৰ ‘ভুল ভুলইয়া ২’

May 24, 2022
‘ৰিফিউজি’ৰ প্ৰিমিয়াৰত অভিষেকে পিন্ধা প্ৰথমযোৰ  চুট তৈয়াৰ কৰিছিল আকবৰ শ্বাহপুৰৱালাই
মনোৰঞ্জন

‘ৰিফিউজি’ৰ প্ৰিমিয়াৰত অভিষেকে পিন্ধা প্ৰথমযোৰ চুট তৈয়াৰ কৰিছিল আকবৰ শ্বাহপুৰৱালাই

May 23, 2022
নিক জোনাছে কি উপহাৰ দিলে পত্নী প্ৰিয়ংকাক ?
মনোৰঞ্জন

নিক জোনাছে কি উপহাৰ দিলে পত্নী প্ৰিয়ংকাক ?

May 21, 2022
দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব জনপ্ৰিয় গায়িকা কণিকা কাপুৰ
মনোৰঞ্জন

দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব জনপ্ৰিয় গায়িকা কণিকা কাপুৰ

May 20, 2022
এইবাৰ হলিউড যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট
মনোৰঞ্জন

এইবাৰ হলিউড যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট

May 19, 2022
Next Post
ৰঙিয়াত বৰলীয়া নদীৰ মথাউৰি সবলীকৰণ আঁচনিৰ শুভাৰম্ভ বিধায়ক ভৱেশ কলিতাৰ

ৰঙিয়াত বৰলীয়া নদীৰ মথাউৰি সবলীকৰণ আঁচনিৰ শুভাৰম্ভ বিধায়ক ভৱেশ কলিতাৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7