VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

শ্ৰদ্ধাঞ্জলি ! ২০২০চনৰ আজিৰ দিনটোতেই আমি হেৰুৱাইছিলোঁ মহান অভিনেতা ইৰফান খানক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 29, 2022
in মনোৰঞ্জন
শ্ৰদ্ধাঞ্জলি ! ২০২০চনৰ আজিৰ দিনটোতেই আমি হেৰুৱাইছিলোঁ মহান অভিনেতা  ইৰফান খানক
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

ইৰফান খান আছিল  ভাৰতীয় চলচ্চিত্ৰ ইতিহাসত দেশৰ  এজন মহান ও জনপ্ৰিয় অভিনেতা ৷ কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ পিছত তেওঁ ২০২০ চনৰ ২৯ এপ্ৰিল তাৰিখে  মৃত্যুৰ ওচৰত হাৰ মানে অভিনেতা গৰাকীয়ে  ৷ তেওঁৰ মৃত্যুত  অনুৰাগীসকলে কেৱল মাত্ৰ যে এজন উৎসাহী অভিনেতাকহে হেৰুৱাইছিল এনে নহয়, বলীউড জগতৰ পৰা হঠাৎ নোহোৱা হৈ গৈছিল উজ্জ্বল চকুযুৰিৰ সৈতে সদায়  দেখি থকা এখন উজ্জ্বল  মুখ  ।

কমেডি চলচ্চিত্ৰৰ পৰা থ্ৰিলাৰ ফ্লিকলৈকে, ইৰফান খানে বহুতো চলচ্চিত্ৰত কাম কৰিছে যিকেইবা দশক ধৰি অনুৰাগীৰ প্ৰিয় হৈ আহিছে  আৰু তেওঁৰ চলচ্চিত্ৰৰ দৰেই, ইৰফান খানৰ কেইবাটাও সংলাপ বহু বছৰৰ  পিছতো অনুৰাগীসকলৰ মাজত আজিও জনপ্ৰিয়  হৈ আছে সেই সময়ৰ দৰেই।

২০১৮ চনৰ মাৰ্চত নিউৰোএণ্ডোক্ৰাইন টিউমাৰত আক্ৰান্ত হৈছিল ইৰফান খান আৰু লণ্ডনত চিকিৎসা গ্ৰহণ  কৰিছিল। ২০২০ চনত  এপ্ৰিলৰ শেষ সপ্তাহত মুম্বাইৰ কোকিলাবেন চিকিৎসালয়ত তেওঁক  ভৰ্তি কৰোৱা হৈছিল আৰু ২৯ এপ্ৰিলত মৃত্যু হৈছিল।

Previous Post

আজি কিমান হৈছে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য?

Next Post

৩০ এপ্ৰিলত, ২০২২ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ

Related Posts

‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’
মনোৰঞ্জন

‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

May 27, 2022
হতাশাগ্ৰস্ত বিদিশাৰ সমস্যাপূৰ্ণ সম্পৰ্কৰ বাবে আত্মহত্যা
মনোৰঞ্জন

হতাশাগ্ৰস্ত বিদিশাৰ সমস্যাপূৰ্ণ সম্পৰ্কৰ বাবে আত্মহত্যা

May 26, 2022
বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন
মনোৰঞ্জন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
জুবিনৰ অনুষ্ঠানত বোকাত নাচিলে ভৰিব লাগিব দণ্ড
মনোৰঞ্জন

জুবিনৰ অনুষ্ঠানত বোকাত নাচিলে ভৰিব লাগিব দণ্ড

May 25, 2022
শূন্য দৰ্শকৰ বাবে কংগনা ৰাণাৱটৰ ‘ধাকড়’ৰ সলনি চিনেমা হলত কাৰ্তিক আৰ্যনৰ ‘ভুল ভুলইয়া ২’
মনোৰঞ্জন

শূন্য দৰ্শকৰ বাবে কংগনা ৰাণাৱটৰ ‘ধাকড়’ৰ সলনি চিনেমা হলত কাৰ্তিক আৰ্যনৰ ‘ভুল ভুলইয়া ২’

May 24, 2022
‘ৰিফিউজি’ৰ প্ৰিমিয়াৰত অভিষেকে পিন্ধা প্ৰথমযোৰ  চুট তৈয়াৰ কৰিছিল আকবৰ শ্বাহপুৰৱালাই
মনোৰঞ্জন

‘ৰিফিউজি’ৰ প্ৰিমিয়াৰত অভিষেকে পিন্ধা প্ৰথমযোৰ চুট তৈয়াৰ কৰিছিল আকবৰ শ্বাহপুৰৱালাই

May 23, 2022
Next Post
৩০ এপ্ৰিলত, ২০২২ চনৰ প্ৰথমটো  সূৰ্যগ্ৰহণ

৩০ এপ্ৰিলত, ২০২২ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 28, 2022
আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7