VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বলিউড তাৰকাসকলৰ ঈদ উদযাপনৰ দৃশ্য ভাতৃত্ববোধৰ এক সুন্দৰ নিদৰ্শন

মঙলবাৰে  ভগ্নী অৰ্পিতা খানৰ ঈদ উদযাপন অনুষ্ঠানত দেখা গ’ল চলমান খানকে আদি কৰি বহু বলিউড তাৰকাক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 4, 2022
in মনোৰঞ্জন
জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বলিউড তাৰকাসকলৰ ঈদ উদযাপনৰ দৃশ্য ভাতৃত্ববোধৰ এক সুন্দৰ নিদৰ্শন
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে  ভগ্নী অৰ্পিতা খানৰ ঈদ উদযাপন অনুষ্ঠানত চলমান খানক দেখা পোৱা গ’ল তেওঁৰ কেইবাজনো সহ-তাৰকাৰ সৈতে । তেওঁলোকৰ ভিতৰত আছিল কৰিশ্মা কাপুৰ, যি তেওঁৰ সৈতে আন্দাজ আপনা আপনা, হাম সাথ-সাথ হে, বিৱি নম্বৰ ১ আৰু চল মেৰে ভাইকে ধৰি কেইবাখনো জনপ্ৰিয়  চলচ্চিত্ৰত কাম কৰিছিল ৷ আনহাতে জনপ্ৰিয় অভিনেত্ৰী তথা চলমানৰ ভাল বান্ধৱীওকৰিশ্মা কাপুৰে চলমানক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি আলিংগন কৰা দৃশ্য বন্দী হ’ল কেমেৰাত ।পাৰ্টিৰ পিছত, কৰিশ্মাই ছলমানৰ সৈতে তোলা দুখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল আৰু  শিৰোনাম দিছিল, “বেক উইথ দ্য অ’জি। ঈদ মুবাৰক সকলোকে #bestfriendsforever।”

ঈদৰ এই বিশেষ পাৰ্টিত অংশগ্ৰহণ কৰা আন সকলৰ ভিতৰত আছিল আন কেইবাগৰাকীও  জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী ৷ তেওঁলোক হ’ল সোণাক্ষী সিনহা, জেকলিন ফাৰ্ণাণ্ডেজ, দিয়া মিৰ্জা, কাৰ্তিক আৰ্যন, ৰিতেশ আৰু জেনেলিয়া দেশমুখ আৰু টাবু।সোনাক্ষী সিনহা আৰু হুমা কুৰেছি, যাক এতিয়া ‘ডাবল এক্সএল’ত দেখা যাব, ফটোগ্ৰাফাৰসকলৰ বাবে দুয়ো একেলগে প’জ দিছিল। দিয়া মিৰ্জা , ছানী লিয়নী আৰু সুস্মিতা সেন তেওঁৰ ডাঙৰ জীয়েক ৰেনিৰ সৈতে পাৰ্টিটোত উপস্থিত আছিল।  চেইফ আলী খানৰ পুত্ৰ ইব্ৰাহিম আলী খানকো দেখা গৈছিল অনুষ্ঠানত।

শীঘ্ৰেই ‘ভুল ভুলইয়া ২’ ত একেলগে দেখা পাবলগীয়া  কিয়াৰা আৰু টাবুক দেখা গৈছিল অনুষ্ঠানস্থলীৰ ভিতৰত । পত্নী জেনেলিয়া দেশমুখৰ সৈতে ৰীতেশ দেশমুখো  উপস্থিত আছিল পাৰ্টিত। ইফালে  পত্নী নেহা ধুপিয়াৰ সৈতে দেখা গৈছিল অঙ্গদ বেদীক ৷  পুলকিত সম্ৰাট প্ৰেমিকা কৃতি খাৰবান্দাৰ সৈতে  উপস্থিত আছিল।আনহাতে মনীষ মালহোত্ৰাই অনুষ্ঠানৰ বহুতো ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ।

চলমানৰ দ্বিতীয় মাতৃ হেলেন, ভগ্নী আলভিৰা অগ্নিহোত্ৰী আৰু স্বামী অতুল অগ্নিহোত্ৰী, ভাতৃ ছোহেল খান, আৰবাজ খানৰ প্ৰেমিকা জিঅৰ্জিয়া এন্দ্ৰিয়ানি আৰু অনুষ্ঠানটোৰ আয়োজক অৰ্পিতা খান আৰু স্বামী আয়ুষ শৰ্মাকো ঈদ উদযাপনৰ এই বিশেষ অনুষ্ঠানটোত আকৰ্ষণীয় ৰূপত ফটোগ্ৰাফাৰসকলে বন্দী কৰিছিল কেমেৰাত ।

Previous Post

ধর্ষণৰ গোচৰ দিবলৈ আহি থানাৰ ভিতৰতে পুনৰ ধর্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী, ক’ত ঘটিল এই জঘন্য ঘটনা !

Next Post

ডেনমাৰ্কৰ ৰাণী মাৰ্গ্ৰেথ দ্বিতীয়ক সম্বর্ধনা প্ৰধানমন্ত্ৰী মোদীৰ

Related Posts

২০২২ বৰ্ষৰ  ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব মালাইকা আৰু অৰ্জুন
মনোৰঞ্জন

২০২২ বৰ্ষৰ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব মালাইকা আৰু অৰ্জুন

May 18, 2022
৯০দশকৰ বঁটা প্ৰদান অনুষ্ঠানত জনপ্ৰিয় বলীউড যুটি ‘শ্বাহৰুখ-গৌৰী’
মনোৰঞ্জন

৯০দশকৰ বঁটা প্ৰদান অনুষ্ঠানত জনপ্ৰিয় বলীউড যুটি ‘শ্বাহৰুখ-গৌৰী’

May 16, 2022
মুক্তি লাভ কৰিলে ‘দ্য আৰ্চিছ’ৰ প্ৰথমখন পোষ্টাৰে
মনোৰঞ্জন

মুক্তি লাভ কৰিলে ‘দ্য আৰ্চিছ’ৰ প্ৰথমখন পোষ্টাৰে

May 14, 2022
‘ল’ৰাবোৰক মাৰপিট কৰে’ বুলি বিয়পি পৰা উৰাবাতৰিৰ বাবেই  বিয়া হোৱা নাই কংগনা ৰাণাৱটৰ
মনোৰঞ্জন

‘ল’ৰাবোৰক মাৰপিট কৰে’ বুলি বিয়পি পৰা উৰাবাতৰিৰ বাবেই বিয়া হোৱা নাই কংগনা ৰাণাৱটৰ

May 12, 2022
‘কা  চলচিত্ৰ মহোৎসৱ ২০২২’
মনোৰঞ্জন

‘কা চলচিত্ৰ মহোৎসৱ ২০২২’

May 11, 2022
সামাজিক মাধ্যমত সন্তানৰ প্ৰথম খন ফটো শ্বেয়াৰ প্ৰিয়ংকা চোপ্ৰাৰ
মনোৰঞ্জন

সামাজিক মাধ্যমত সন্তানৰ প্ৰথম খন ফটো শ্বেয়াৰ প্ৰিয়ংকা চোপ্ৰাৰ

May 9, 2022
Next Post
ডেনমাৰ্কৰ ৰাণী মাৰ্গ্ৰেথ দ্বিতীয়ক সম্বর্ধনা প্ৰধানমন্ত্ৰী মোদীৰ

ডেনমাৰ্কৰ ৰাণী মাৰ্গ্ৰেথ দ্বিতীয়ক সম্বর্ধনা প্ৰধানমন্ত্ৰী মোদীৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7