VOICE 24x7
Tuesday, May 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিবাহ অনুষ্ঠানত কেতিয়াও নৃত্য প্ৰদর্শন নকৰে কংগনাই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 23, 2022
in মনোৰঞ্জন
বিবাহ অনুষ্ঠানত কেতিয়াও নৃত্য প্ৰদর্শন নকৰে কংগনাই
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

ব্যক্তিগত পাৰ্টি বা বিয়াত বলীউডৰ তাৰকাই নৃত্যানুষ্ঠান পৰিৱেশন কৰাটো কোনো  নতুন কথা নহয়। এই ধৰণৰ অনুষ্ঠানত নৃত্যানুষ্ঠানেৰে তাৰকাসকলে বহু টকা লাভ কৰে ৷ আনকি শ্বাহৰুখ খান, ৰণবীৰ সিং, ছলমান খানৰ দৰে তাৰকাইয়ো এনেধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিছে ৷ কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম অভিনেত্ৰী কংগনা ৰানাৱত ৷ অভিনেত্ৰীগৰাকীয়ে বিবাহ অনুষ্ঠানত নৃত্য  প্ৰদর্শন নকৰে বুলি সদৰী কৰিছে ৷  যদিও কংগনাই ‘লণ্ডন থুমকাডা’, ‘সাদি গল্লী’ৰ দৰে হিট গীতত  নৃত্য প্ৰদৰ্শন কৰিছে । এনেকুৱা নহয় যে কংগনাই বিবাহত নাচিবলৈ প্ৰস্তাৱ লাভ কৰা নাই ৷ বৰঞ্চ বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত এনে প্ৰস্তাৱ লাভ কৰি আহিছে ৷   কিন্তু প্ৰতিবাৰেই তেওঁ এয়া নাকচ কৰিছে ৷ প্ৰয়াত সংগীত শিল্পী লতা মংগেশকাৰেও এনে প্ৰস্তাৱ নাকচ কৰিছিল ৷

শেহতীয়াকৈ কংগনাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত আশা ভোছলেৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। তাতে শিল্পীগৰাকীয়ে  লতা মংগেশকাৰৰ সিদ্ধান্ত সকলোৰে সন্মুখত প্ৰকাশ কৰিছে ৷ ভিডিঅ’টোত আশা ভোছলেই কয়, “দিদীক বহুবাৰ বিয়াত গান গাবলৈ নিমন্ত্ৰণ কৰা হৈছে, কিন্তু যোৱা নাই।“ লতা মংগেশকাৰে দীৰ্ঘদিনীয়া কেৰিয়াৰত প্লে ব্লেক আৰু লাইভ ইভেণ্টৰ বাহিৰে আন কোনো ব্যক্তিগত অনুষ্ঠানত গান গোৱা নাই। তেওঁ নিজৰ সিদ্ধান্তত অটল আছিল।

আশা ভোছলেৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰি কংগনাই লিখিছে, “বিয়াত নৃত্যৰ অফাৰো কেইবাবাৰো পাইছো। কিন্তু মই কৰা নাছিলো। বহুত টকাৰ অফাৰ নাকচ কৰিছো । লতা মংগেশকাৰ , আপুনি সঁচাকৈয়ে এক প্ৰেৰণা। এই ভিডিঅ’টো চাই নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিছো।“

 

Previous Post

আত্মঘাতী বোমা বিস্ফোৰণত কঁপিল পাকিস্তানৰ ইছলামাবাদ, নিহত আৰক্ষী

Next Post

ক’বলৈ ৰৈ যোৱা কথা বোৰে বুকুৰ বঙিয়াৰে বেঙা মেলি পৃথিবীৰ পোহৰ বিচাৰি থাকে প্ৰতিনিতে;জ্যোতি পি চি শইকীয়া

Related Posts

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন  কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ
মনোৰঞ্জন

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ

May 30, 2023
ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!
মনোৰঞ্জন

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

May 29, 2023
মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷
মনোৰঞ্জন

মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷

May 27, 2023
তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!
মনোৰঞ্জন

তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!

May 26, 2023
পূর্ব নির্ধাৰিত সময়ত মুক্তি লাভ নকৰে পুষ্পাঃদ্যা ৰুলে, কি পৰিকল্পনা কৰিছে নির্মাতাই !!
মনোৰঞ্জন

পূর্ব নির্ধাৰিত সময়ত মুক্তি লাভ নকৰে পুষ্পাঃদ্যা ৰুলে, কি পৰিকল্পনা কৰিছে নির্মাতাই !!

May 25, 2023
ডুবাইলৈ যাব বিচাৰে ২০০ কোটিৰ আৰ্থিক জালিয়াতিৰ গোচৰত অভিযুক্ত জেকলিন, কি ক’লে আদালতে ?
মনোৰঞ্জন

ডুবাইলৈ যাব বিচাৰে ২০০ কোটিৰ আৰ্থিক জালিয়াতিৰ গোচৰত অভিযুক্ত জেকলিন, কি ক’লে আদালতে ?

May 24, 2023
Next Post
ক’বলৈ ৰৈ যোৱা কথা বোৰে বুকুৰ বঙিয়াৰে বেঙা মেলি পৃথিবীৰ পোহৰ বিচাৰি থাকে প্ৰতিনিতে;জ্যোতি পি চি শইকীয়া

ক’বলৈ ৰৈ যোৱা কথা বোৰে বুকুৰ বঙিয়াৰে বেঙা মেলি পৃথিবীৰ পোহৰ বিচাৰি থাকে প্ৰতিনিতে;জ্যোতি পি চি শইকীয়া

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7