VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব জনপ্ৰিয় গায়িকা কণিকা কাপুৰ

সম্পন্ন হ’ল বিয়াৰ মেহেন্দি অনুষ্ঠান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 20, 2022
in মনোৰঞ্জন
দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব জনপ্ৰিয় গায়িকা কণিকা কাপুৰ
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

অতি শীঘ্ৰেই দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব জনপ্ৰিয় গায়িকা কণিকা কাপুৰ ৷ ইতিমধ্যে সম্পন্ন হোৱা হালধি আৰু মেহেন্দি অনুষ্ঠানৰ সামাজিক মাধ্যমত প্ৰকাশ পোৱা  ফটোবোৰত  দম্পতীহালে নৃত্য কৰা, কিছুমান ধেমেলীয়া খেল খেলা আৰু  তেওঁলোকৰ মেহেন্দি অনুষ্ঠানৰ প্ৰতিটো মুহূৰ্তত জীয়াই ৰাখিবলৈ চেষ্টা কৰা দেখা গৈছে।

এগৰাকী প্ৰভাৱশালী গায়িকা কণিকা কাপুৰ বিবাহ পাশত আৱদ্ধ হ’বলৈ সাজু হৈছে  লণ্ডনৰ এজন ব্যৱসায়ী গৌতমৰ সৈতে আৰু ইতিমধ্যেই  সপ্তাহ যোৰা কাৰ্যসূচীৰে লণ্ডনত তেওঁলোকৰ  বিবাহ অনুষ্ঠানৰ উদযাপন আৰম্ভ  হৈছে।

হালধি আৰু মেহেন্দি অনুষ্ঠান সম্পন্ন হোৱাৰ পিছতেই , দম্পতীহাল এতিয়া বিশেষ দিনটোৰ কাষ চাপিছে। গৌতমৰ সৈতে বিবাহ পাশত আবদ্ধ হ’বলৈ লোৱা  ‘বেবী ডল’ খ্যাত গায়িকাগৰাকীৰ  মেহেন্দি অনুষ্ঠানৰ  কেইবাখনো ফটো ইতিমধ্যে সামাজিক মাধ্যম যোগে দেখিবলৈ পাইছে তেওঁত অনুৰাগী সকলে ৷

মেহেন্দিৰ বাবে, কণিকাই এক আকৰ্ষণীয়  সেউজীয়া পোছাক আৰু ফুলৰ গহনা পিন্ধিছিল। কোৱাৰ প্ৰয়োজন নাই যে, ষ্টাইলিছ গায়িকাগৰাকীক অত্যন্ত ধুনীয়া লাগিছিল। আমি ক’ব পাৰোঁ যে দম্পতীহাল ইজনে সিজনৰ দ্বাৰা সম্পূৰ্ণৰূপে প্ৰভাৱিত হৈছিল। গৌতমে আঁঠুকাঢ়ি  তেওঁৰ  ভাবী পত্নীক গোলাপৰ থোপা এটা উপহাৰ দিছিল।

সামাজিক মাধ্যমত ফটোবোৰ শ্বেয়াৰ কৰি কণিকাই শিৰোনাম দিছিল, “জি (হৃদযন্ত্ৰৰ ইমোজি) মই তোমাক বহুত ভালপাওঁ!”

এই ধুনীয়া ছবিবোৰৰ উপৰিও, কণিকা আৰু গৌতমে ‘চিতিয়ান কলিয়ান’ত নৃত্য কৰাৰ এটা ভিডিঅ’ ওলাইছিল। এয়া কণিকাৰ দ্বিতীয় বিবাহ। গায়িকাগৰাকীয়ে আগতে এনআৰআই ব্যৱসায়ী ৰাজ চান্দোকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল যি লণ্ডনত বাস কৰিছিল।

 

Previous Post

কিমান আগবাঢ়িছে পেগাছাছ তদন্ত , কেতিয়া উচ্চতম ন্যায়ালয়ত দাখিল কৰিব লাগিব প্ৰতিবেদন !

Next Post

হেলমেট পৰিধান কৰিলেও ভৰিব লগীয়া হ’ব পাৰে জৰিমনা , কি নতুন নিয়ম মানি চলিব লাগিব দুচকীয়া বাহন চালকে ?

Related Posts

অস্কাৰ সমিতিত যোগদান কৰিবলৈ আমন্ত্ৰণ পোৱা প্ৰথমজন তামিল অভিনেতা সূৰ্য
মনোৰঞ্জন

অস্কাৰ সমিতিত যোগদান কৰিবলৈ আমন্ত্ৰণ পোৱা প্ৰথমজন তামিল অভিনেতা সূৰ্য

June 29, 2022
মালদ্বীপত পৰিয়াল সহ  জনপ্ৰিয় গায়ক আদনান চামি , সামাজিক মাধ্যমত  ভাইৰেল আকৰ্ষণীয় ছবি
মনোৰঞ্জন

মালদ্বীপত পৰিয়াল সহ জনপ্ৰিয় গায়ক আদনান চামি , সামাজিক মাধ্যমত ভাইৰেল আকৰ্ষণীয় ছবি

June 28, 2022
বলিউডৰ নতুন চেলিব্ৰটি  পিতৃ-মাতৃ হ’ব আলিয়া –ৰণবীৰ, ফটো শ্বেয়াৰ কৰি ৰাজহুৱা কৰিলে ভাল খবৰ
মনোৰঞ্জন

বলিউডৰ নতুন চেলিব্ৰটি পিতৃ-মাতৃ হ’ব আলিয়া –ৰণবীৰ, ফটো শ্বেয়াৰ কৰি ৰাজহুৱা কৰিলে ভাল খবৰ

June 27, 2022
ভাৰতীয় চলচ্চিত্ৰ জগতত জনপ্ৰিয় অভিনেতা  শ্বাহৰুখ খানৰ ৩০ বছৰ
মনোৰঞ্জন

ভাৰতীয় চলচ্চিত্ৰ জগতত জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ ৩০ বছৰ

June 25, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন
মনোৰঞ্জন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?
মনোৰঞ্জন

কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?

June 23, 2022
Next Post
হেলমেট পৰিধান কৰিলেও ভৰিব লগীয়া হ’ব পাৰে জৰিমনা , কি নতুন নিয়ম মানি চলিব লাগিব দুচকীয়া বাহন চালকে ?

হেলমেট পৰিধান কৰিলেও ভৰিব লগীয়া হ’ব পাৰে জৰিমনা , কি নতুন নিয়ম মানি চলিব লাগিব দুচকীয়া বাহন চালকে ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7