VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শেহতীয়াকৈ কাৰ বিয়াৰ অতিথি হিচাপে দেখা গ’ল কৰীনা কাপুৰ খানক ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 23, 2022
in মনোৰঞ্জন
শেহতীয়াকৈ কাৰ বিয়াৰ অতিথি হিচাপে দেখা গ’ল কৰীনা কাপুৰ খানক ?
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

ভাৰতত প্ৰায় গোটেই বছৰটোৱেই বিয়াৰ বতৰ চলি থাকে যাৰ বাবে শেহতীয়া ট্ৰেণ্ডৰ ক্ষেত্ৰত শীৰ্ষত থকাটো অতি কঠিন হৈ পৰে। ভাৰতীয় সকলে সদায় বিয়াৰ বাবে আকৰ্ষণীয় সাজ-পোছাকৰ সন্ধানত থাকোঁ। বিয়াৰ নিমন্ত্ৰণ পোৱাৰ সম‌য়ৰ পৰা বিবাহ উদযাপনৰ আগৰ দিনবোৰলৈকে কোনে কি পিন্ধিব সেয়া যেন এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে। ঠিক তেনেদৰে বিয়াত উপস্থিত থকাটোও ফেশ্বনেবল হ’ব লাগিব বিশেষকৈ যদি দৰা বা ক‌ইনাক ভালদৰে চিনি পোৱা হয়।এই বিয়াবোৰত নিজকে আটাইতকৈ ভাল দেখাটো যেন এক প্ৰত্যাহ্বান।
ভাৰত এনে এখন ৰাষ্ট্ৰ য’ত বলীউডে সমাজত এক উল্লেখযোগ্য প্ৰভাৱ পেলাইছে, ইয়াত চিনেমা, চেলিব্ৰিটি আৰু তেওঁলোকে দেখুওৱা সাজ-পোছাকৰ প্ৰকাৰে বেছিভাগ কইনাৰ প্ৰেৰণাৰ এক উল্লেখযোগ্য উৎস হিচাপেও আত্মপ্ৰকাশ কৰিছে। বলীউডৰ অন্যতম অভিযোজিত অভিনেত্ৰী হৈছে কৰীণা কাপুৰ খান। কাৰোবাৰ বিয়াৰ অতিথি হিচাপে কৰীনা কাপুৰ খানক কমেইহে দেখা পোৱা যায়।
শেহতীয়াকৈ
পেষ্টেল কালাৰৰ এযোৰ লেহেংগা পৰিধান কৰা কৰীণা কাপুৰক দেখা গ’ল এখন বিয়াত। আকৰ্ষণীয় ডিঙিৰ গহনা, কাণফুলি, মাংগ টিকা, খাৰু আদি ভাৰতীয় জনগোষ্ঠীয় গহনা পিন্ধিছিল অভিনেত্ৰী গৰাকীয়ে। তেওঁৰ গহনা সংগ্ৰহৰ পৰা ইয়াক সহজেই অনুমান কৰিব পাৰি যে যিকোনো ভাৰত-আধুনিক সাজ-পোছাকক উন্নত কৰাৰ বাবে পৰম্পৰাগত ভাৰতীয় গহনাই হৈছে আদৰ্শ বিকল্প।
অতি আকৰ্ষণীয় প্ৰসাধন , অলংকাৰ আৰু লেহেংগাযোৰেও অভিনেত্ৰী গৰাকীক তুলি ধৰিছিল। এগৰাকী ভাৰতীয় নাৰী কিমান ধুনীয়া তাকেই যেন প্ৰতিপন্ন কৰিছিল অভিনেত্ৰী গৰাকীৰ এই আকৰ্ষণীয় ৰূপে ।

কৰ্মক্ষেত্ৰত কৰীনা কাপুৰ খানক শেষবাৰৰ বাবে দেখা গৈছিল লাল সিং চদ্দা নামৰ ছবিখত আমিৰ খানৰ সৈতে। শেহতীয়াকৈ লণ্ডনৰ পৰা উভতি অহা অভিনেত্ৰীগৰাকীয়ে হান্সাল মেহতাৰ শিৰোনামহীন পৰৱৰ্তী ছবিৰ শ্বুটিং কৰি আছিল। আনহাতে তেওঁৰ আগন্তুক প্ৰজেক্টসমূহৰ ভিতৰত আছে ‘দ্য ক্ৰু’ য’ত তেওঁক টাবু আৰু কৃতি চাননৰ সৈতে আৰু বিজয় ভাৰ্মা আৰু জয়দীপ আলহাৱটৰ সৈতে’ দ্য ডিভ’চন অৱ ছাস্পেক্ট এক্স’ত সৈতে দেখা পাব তেওঁৰ অনুৰাগী সকলে।

Previous Post

এখন চহৰ,খোৱা-বোৱা, বজাৰ-সমাৰ সকলো একেলগে

Next Post

ওড়িশাৰ কেইবিধমান সুস্বাদু পৰম্পৰাগত খাদ্য

Related Posts

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা
মনোৰঞ্জন

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

September 30, 2023
হেৰী পটাৰৰ  নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত  মাইকেল গাম্বনৰ মৃত্যু
মনোৰঞ্জন

হেৰী পটাৰৰ নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত মাইকেল গাম্বনৰ মৃত্যু

September 29, 2023
‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ
মনোৰঞ্জন

‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ

September 27, 2023
কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা
মনোৰঞ্জন

কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা

September 26, 2023
ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
Next Post
ওড়িশাৰ কেইবিধমান সুস্বাদু পৰম্পৰাগত খাদ্য

ওড়িশাৰ কেইবিধমান সুস্বাদু পৰম্পৰাগত খাদ্য

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7