VOICE 24x7
Friday, June 24, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২০২২ বৰ্ষৰ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব মালাইকা আৰু অৰ্জুন

মালাইকা আৰু অৰ্জুন এজন আনজনৰ বাবে শক্তিৰ স্তম্ভ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 18, 2022
in মনোৰঞ্জন
২০২২ বৰ্ষৰ  ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব মালাইকা আৰু অৰ্জুন
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

এই বছৰৰ শেষৰ ফালে বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে  বলীউডৰ অন্যতম চৰ্চিত দম্পতী অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰা । ২০১৯ চনত অৰ্জুনৰ ৩৪ তম জন্মদিনৰ পিছৰে পৰাই  তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক গাঢ় হৈ পৰা দেখা যায় আৰু এতিয়া কেইবাটাও  বছৰৰ  সম্পৰ্কৰ  পিছত দম্পতীহালে অৱশেষত বিয়াত বহাৰ পৰিকল্পনা কৰিছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি  অৰ্জুন আৰু মালাইকাই এই বছৰৰ নৱেম্বৰ বা ডিচেম্বৰ মাহত বিয়াৰ পৰিকল্পনা কৰিছে।

বিবাহ পাশত আবদ্ধ হৈ  তেওঁলোকৰ সম্পৰ্কত এখোজ আগুৱাই লৈ যোৱাৰ সিদ্ধান্ত লৈছে যুটিটোৱে। যুটিটো মুম্বাইত আটাইতকৈ বেছি  শীতৰ সময়চোৱাত  বিয়াত বহিব। মালাইকা আৰু অৰ্জুন দুয়ো শীতৰ বতৰ ভাল পায় আৰু সেয়েহে তেওঁলোকে নৱেম্বৰ বা ডিচেম্বৰত তাৰিখটো চূড়ান্ত কৰাৰ আৰু বন্ধু আৰু পৰিয়ালৰ মাজত এক অন্তৰংগ বিবাহ অনুষ্ঠান কৰাৰ সিদ্ধান্ত লৈছে।

সৰলতাক  বিশ্বাস কৰা যুটিটোৱে  তেওঁলোকৰ বিয়া পঞ্জীয়ন কৰাৰ পিছত একেবাৰে নিকটতম মানুহখিনিক লৈ এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিব। মালাইকা আৰু অৰ্জুন দুয়ো কেইবছৰমান আগতে প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাইছিল  আৰু বৰ্তমানো  এজন আনজনৰ বাবে শক্তিৰ স্তম্ভ হৈ আছে। আগতে, মালাইকা আৰবাজ খানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁৰ সৈতে আৰহান নামৰ এজন পুত্ৰ আছে মালাইকাৰ ।

Previous Post

তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব এজন অসমীয়া

Next Post

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে

Related Posts

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন
মনোৰঞ্জন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?
মনোৰঞ্জন

কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?

June 23, 2022
হলিউডৰ  প্ৰকল্প কিয় প্ৰতাখ্যান কৰিলে জনপ্ৰিয় বলীউড অভিনেতা অনিল কাপুৰে
মনোৰঞ্জন

হলিউডৰ প্ৰকল্প কিয় প্ৰতাখ্যান কৰিলে জনপ্ৰিয় বলীউড অভিনেতা অনিল কাপুৰে

June 22, 2022
কইনাৰ ৰূপত ৰেম্পত খোজ কাঢ়িলে শ্বেহনাজ গিলে
মনোৰঞ্জন

কইনাৰ ৰূপত ৰেম্পত খোজ কাঢ়িলে শ্বেহনাজ গিলে

June 20, 2022
‘মুভি কৰে ত’ আগ, ৰেষ্টুৰেণ্ট কৰে ত’ পাপ?’
মনোৰঞ্জন

‘মুভি কৰে ত’ আগ, ৰেষ্টুৰেণ্ট কৰে ত’ পাপ?’

June 18, 2022
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে
মনোৰঞ্জন

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে

June 17, 2022
Next Post
সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7