VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আই পি এলত উদ্বোধনী অনুষ্ঠানক লৈ শ্বাহৰুখৰ বিৰুদ্ধে পপতাৰকা জেনিফাৰ লোপেজে কি অভিযোগ আনিলে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 7, 2023
in মনোৰঞ্জন
আই পি এলত উদ্বোধনী অনুষ্ঠানক লৈ শ্বাহৰুখৰ বিৰুদ্ধে পপতাৰকা জেনিফাৰ লোপেজে কি অভিযোগ আনিলে ?
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

দশক দশক ধৰি তেওঁ লাখ লাখ অনুৰাগীৰ হৃদয়ত ধুমুহাৰ সৃষ্টি কৰিছে। কিন্তু  বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানো বিতর্কৰ  আৱর্তত সোমাই পৰিছে ৷  ১৯৯২ চনত এজন সাংবাদিকৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ পৰা আৰম্ভ কৰি ৱাংখেড়ে ষ্টেডিয়ামত ক্ৰিকেট বিষয়াৰ সৈতে তৰ্ক কৰালৈকে তেওঁ কেইবাবাৰো বিতর্কত সোমাই পৰিছে ৷

 

বহু সময়ত অভিনেতাজন অকাৰণতে উত্তেজিত হৈ পৰে। শেহতীয়াকৈ এনে এক বিতৰ্কিত ঘটনা পোহৰলৈ আহিছে। আমেৰিকান অভিনেত্ৰী তথা পপ সংগীতৰ জনপ্ৰিয় তাৰকা জেনিফাৰ লোপেজে শ্বাহৰুখৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰে যে ২০১৩ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ সময়ত অভিনেতাগৰাকীৰ দলৰ সদস্যসকলে তেওঁৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিছিল।

 

২০১৩ চনত আই পি এলৰ উদ্বোধনী অনুষ্ঠানত জেনিফাৰে অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল। কিন্তু তেওঁৰ ‘অতিৰিক্ত’ প্ৰয়োজনীয়তা পূৰণ কৰাটো আয়োজকসকলৰ বাবে সম্ভৱ নহ’ল। অৱশেষত জেনিফাৰে এই কার্যসূচীত অংশগ্ৰহণ নকৰিলে ৷ মুকলি অনুষ্ঠানত ৰেপাৰ পিটবুলে তেওঁৰ সলনি শেষ মুহূৰ্তত অনুষ্ঠান পৰিৱেশন কৰে।

 

জেনিফাৰে গান গাবলৈ অহাৰ চৰ্ত কি আছিল? সাধাৰণ মানুহ শুনিলেই হতভম্ব হৈ পৰিব। দাবীৰ তালিকাত আছিল ব্যক্তিগত জেট বিমান, গায়িকাগৰাকীৰ বৃহৎ দলৰ বাবে হোটেলৰ কোঠা, নিজৰ ডেকোৰেটৰ, সহায়ক আৰু ব্যক্তিগত চেফ। আকাশলংঘী দাবী জেনিফাৰৰ মেনেজাৰৰ পৰা আহিছিল, যিটো আয়োজকসকলে পূৰণ কৰিব নোৱাৰিলে।

 

যদিও গায়িকাগৰাকীৰ মুখপাত্ৰই কয়, ব্যস্ততা আৰু অন্যান্য প্ৰতিশ্ৰুতিৰ বাবে তেওঁ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে! ইফালে জেনিফাৰৰ মেনেজাৰে শ্বাহৰুখৰ দলটোৱে গায়িকাগৰাকীৰ বিৰুদ্ধে মিছা দাবী কৰি তেওঁৰ সন্মানক কলংকিত কৰাৰ অভিযোগ উত্থাপন কৰে।

 

শেহতীয়াকৈ আমেৰিকাৰ সংবাদমাধ্যমত এই খবৰ ফাদিল হৈছে। অৱশ্যে সংগঠনটোৰ এজন বিষয়াই কয়, ‘মই নিশ্চিতভাৱে ক’ব পাৰো, আমাৰ ফালৰ পৰা কোনো খবৰ ফাদিল হোৱা নাই। এই চুক্তিৰ বিষয়ে আই পি এলৰ খেলুৱৈসকলেও জানিছিল। তেওঁলোকক সুধিব লাগে।” জেনিফাৰৰ মেনেজাৰে কোম্পানীটোলৈ এটা  মেইল ​​প্ৰেৰণ কৰি কিয় এই অতি বিশেষ তথ্য আমেৰিকাৰ প্ৰেছলৈ ফাদিল হৈছিল সেই কথা জানিবলৈ বিচাৰিছে।

Previous Post

সমগ্ৰ বিশ্বতে বিঘ্নিত টুইটাৰ সেৱা

Next Post

গোৰোহাৰ অস্ত্ৰোপচাৰ হ’ব নেইমাৰৰ, চাৰি মাহৰ বাবে নেদেখিব খেলপথাৰত

Related Posts

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো  কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?
মনোৰঞ্জন

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?

March 31, 2023
অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত  অভিনয় কৰিব বাণী কাপুৰে
মনোৰঞ্জন

অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত অভিনয় কৰিব বাণী কাপুৰে

March 30, 2023
পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?
মনোৰঞ্জন

পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?

March 29, 2023
কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ
মনোৰঞ্জন

কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ

March 28, 2023
ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত
মনোৰঞ্জন

ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত

March 27, 2023
কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?
মনোৰঞ্জন

কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?

March 25, 2023
Next Post
গোৰোহাৰ অস্ত্ৰোপচাৰ হ’ব নেইমাৰৰ, চাৰি মাহৰ বাবে নেদেখিব খেলপথাৰত

গোৰোহাৰ অস্ত্ৰোপচাৰ হ’ব নেইমাৰৰ, চাৰি মাহৰ বাবে নেদেখিব খেলপথাৰত

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7