VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অস্কাৰত দৌৰত আৰআৰআৰ ছবিৰ নাটু নাটু শীর্ষক গীত., আন কি কি শাখাত ভাৰতীয় ছবিয়ে লাভ কৰিছে বাচনি !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 22, 2022
in মনোৰঞ্জন
অস্কাৰত  দৌৰত আৰআৰআৰ ছবিৰ নাটু নাটু শীর্ষক গীত., আন কি কি শাখাত ভাৰতীয় ছবিয়ে লাভ কৰিছে বাচনি !!
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

আৰআৰআৰ আৰু চেলো শ্ব’ অস্কাৰৰ গৌৰৱ লাভৰ দিশে আৰু এখোজ ওচৰ চাপিছে। ২০২৩ চনৰ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শাখাত একাডেমী বঁটাৰ বাবে ভাৰতৰ আনুষ্ঠানিক ছবি গুজৰাটী ভাষাৰ চেলো শ্ব’ (The Last Show) অহা বছৰৰ একাডেমী বঁটাৰ বাবে চৰ্টলিষ্ট কৰা হৈছে। ইফালে, আৰআৰআৰৰ এছ এছ ৰাজামৌলিৰ নাটু নাটু শীর্ষক গীতটি শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত চৰ্টলিষ্ট কৰা হৈছে। তথ্যচিত্ৰ শিতানত ভাৰতৰ দুখন ছবিও  – অল ডেট ব্ৰিথছ আৰু দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ চর্টলিষ্ট কৰা হৈছে । বুধবাৰে নিশা একাডেমীয়ে ১০টা শাখাত চৰ্টলিষ্ট ঘোষণা কৰে। ২৪ জানুৱাৰীত ঘোষণা কৰা হ’ব একাডেমী বঁটাৰ বাবে মনোনয়ন।

চেলো শ্ব’ই আৰ্জেণ্টিনা, ১৯৮৫, ডিচিজন টু লিভ, অল কুইট অন দ্য ৱেষ্টাৰ্ণ ফ্ৰন্ট, ক্ল’জ আৰু দ্য ব্লু কাফটানকে ধৰি আন ১৪খন ছবিৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

ইফালে বিশ্বজুৰি হিন্দী, তামিল, তেলেগু আৰু মালয়ালম ভাষাত মুক্তি পোৱা আৰ আৰ আৰ  বিভিন্ন অস্কাৰ শিতানত বিবেচনাৰ বাবে নিজাববীয়াকৈ দাখিল কৰা হৈছিল। শ্ৰেষ্ঠ অনাইংৰাজী ছবি আৰু শ্ৰেষ্ঠ মৌলিক গীত নাতু নাটুৰ বাবে বাচনি লাভ কৰিছে আৰআৰআৰ-এ ।

অহা ১২ মাৰ্চত লছ এঞ্জেলছৰ ডলী থিয়েটাৰত অনুষ্ঠিত হ’ব ৯৫ সংখ্যক একাডেমী বঁটা। বিগত কেইবছৰমানৰ পৰা ভাৰতৰ ছবিয়ে  অস্কাৰত প্ৰৱেশ কৰিছে ৷ কুঝাংগল, জল্লিকাট্টু, গলি বয়, ভিলেজ ৰকষ্টাৰছ, নিউটন, বিছাৰনানী, এই সকলোবোৰ ছবিয়েই অস্কাৰৰ চৰ্টলিষ্টত স্থান লাভ কৰাত ব্যৰ্থ হয়। এতিয়ালৈকে অস্কাৰৰ বাবে মনোনীত হোৱা একমাত্ৰ ভাৰতীয় ছবিসমূহ হ’ল মাদাৰ ইণ্ডিয়া, চালাম বম্বে আৰু লগান।

Previous Post

দাড়িত পৰিধান কৰিলে ২.২৬ কিল’গ্ৰাম অলংকাৰ , ব্যতিক্ৰমী প্ৰচেষ্টাৰে বিশ্ব অভিলেখ আমেৰিকাৰ যুৱকৰ

Next Post

বিশ্বাস নে বিজ্ঞান ?

Related Posts

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি
মনোৰঞ্জন

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি

January 28, 2023
বহুল ভাৱে চৰ্চিত দক্ষিণাত্যৰ তাৰকা ৰজনীকান্তৰ এটা বক্তব্য
মনোৰঞ্জন

বহুল ভাৱে চৰ্চিত দক্ষিণাত্যৰ তাৰকা ৰজনীকান্তৰ এটা বক্তব্য

January 27, 2023
কোন বাৰু এইগৰাকী বলীউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ?
মনোৰঞ্জন

কোন বাৰু এইগৰাকী বলীউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ?

January 26, 2023
‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ লাভ কৰাটো  সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে  হ’ব এক সোণালী মুহূৰ্ত
মনোৰঞ্জন

‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ লাভ কৰাটো সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে হ’ব এক সোণালী মুহূৰ্ত

January 25, 2023
বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল
মনোৰঞ্জন

বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল

January 24, 2023
মুক্তিলাভ কৰিলে  অক্ষয়-ইমৰাণ অভিনীত ছবি ‘চেলফি’ৰ ট্ৰেইলাৰে
মনোৰঞ্জন

মুক্তিলাভ কৰিলে অক্ষয়-ইমৰাণ অভিনীত ছবি ‘চেলফি’ৰ ট্ৰেইলাৰে

January 23, 2023
Next Post
বিশ্বাস নে বিজ্ঞান ?

বিশ্বাস নে বিজ্ঞান ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7