VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

সামাজিক মাধ্যমত সন্তানৰ প্ৰথম খন ফটো শ্বেয়াৰ প্ৰিয়ংকা চোপ্ৰাৰ

১০০ দিনৰ পিছত ঘৰলৈ ঘূৰি আহিল মালতী মেৰী চোপ্ৰা জোনাছ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 9, 2022
in মনোৰঞ্জন
সামাজিক মাধ্যমত সন্তানৰ প্ৰথম খন ফটো শ্বেয়াৰ প্ৰিয়ংকা চোপ্ৰাৰ
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

প্ৰিয়ংকা চোপ্ৰাই চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পিছতে তেওঁৰ কেঁচুৱা মালতী মেৰী চোপ্ৰা জোনাছৰ প্ৰথম খন ফটো শ্বেয়াৰ কৰাৰ লগে লগে সম্পৰ্কীয় ভগ্নী পৰিণীতি চোপ্ৰা আৰু তেওঁৰ বহু সহকৰ্মী আৰু বন্ধুবৰ্গই তেওঁক ইনষ্টাগ্ৰামত শুভেচ্ছা জনায়।

প্ৰিয়ংকা চোপ্ৰাই এনআইচিইউত ১০০ দিনৰ পিছত তেওঁৰ কেঁচুৱাটো  ঘৰলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰাৰ লগে লগে, তেওঁৰ সম্পৰ্কীয় ভগ্নী পৰিণীতি চোপ্ৰা , ৰণবীৰ সিং, সোনম কাপুৰ, প্ৰীতি জিণ্টাকে ধৰি কেইবাজনো বন্ধু আৰু সহকৰ্মীয়ে কেঁচুৱাটোক মৰম যাঁচিছিল। নৱাগতক স্বাগতম জনাবৰ বাবে প্ৰিয়ংকাৰ  স্বামী নিক জোনাছ, মাতৃ মধু চোপ্ৰা, শাহু ডেনিছ জোনাছৰ সৈতে একত্ৰিত হৈছিল।

প্ৰিয়ংকাই দেওবাৰে তেওঁৰ ইনষ্টাগ্ৰামত তেওঁ কোলাত লৈ থকা কেঁচুৱাটোৰ এখন ফটো শ্বেয়াৰ কৰিছিল আৰু  এটা দীঘলীয়া টোকা লিখিছিল, যাৰ প্ৰত্যুতৰত বলীউডৰ বহু চেলিব্ৰেটিয়ে নৱাগতক স্বগতম জনাই মন্তব্য কৰিছিল লগতে প্ৰিয়ংকা আৰু নিককো শুভেচ্ছা জ্ঞাপন কৰিছিল ৷

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

‘আই পি এল২০২২’ৰ ৫৫ তম মেচত চেন্নাই চুপাৰ কিংছৰ বিজয়

Related Posts

কংগনা ৰাণাৱটৰ ছবি ‘ঢাকড়’ৰ ৮ম দিনত সংগ্ৰহ ৪৪২০ টকা
মনোৰঞ্জন

কংগনা ৰাণাৱটৰ ছবি ‘ঢাকড়’ৰ ৮ম দিনত সংগ্ৰহ ৪৪২০ টকা

May 28, 2022
‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’
মনোৰঞ্জন

‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

May 27, 2022
হতাশাগ্ৰস্ত বিদিশাৰ সমস্যাপূৰ্ণ সম্পৰ্কৰ বাবে আত্মহত্যা
মনোৰঞ্জন

হতাশাগ্ৰস্ত বিদিশাৰ সমস্যাপূৰ্ণ সম্পৰ্কৰ বাবে আত্মহত্যা

May 26, 2022
বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন
মনোৰঞ্জন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
জুবিনৰ অনুষ্ঠানত বোকাত নাচিলে ভৰিব লাগিব দণ্ড
মনোৰঞ্জন

জুবিনৰ অনুষ্ঠানত বোকাত নাচিলে ভৰিব লাগিব দণ্ড

May 25, 2022
শূন্য দৰ্শকৰ বাবে কংগনা ৰাণাৱটৰ ‘ধাকড়’ৰ সলনি চিনেমা হলত কাৰ্তিক আৰ্যনৰ ‘ভুল ভুলইয়া ২’
মনোৰঞ্জন

শূন্য দৰ্শকৰ বাবে কংগনা ৰাণাৱটৰ ‘ধাকড়’ৰ সলনি চিনেমা হলত কাৰ্তিক আৰ্যনৰ ‘ভুল ভুলইয়া ২’

May 24, 2022
Next Post
‘আই পি এল২০২২’ৰ  ৫৫ তম মেচত   চেন্নাই চুপাৰ কিংছৰ বিজয়

‘আই পি এল২০২২’ৰ ৫৫ তম মেচত চেন্নাই চুপাৰ কিংছৰ বিজয়

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7