VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিক জোনাছে কি উপহাৰ দিলে পত্নী প্ৰিয়ংকাক ?

সুন্দৰ উপহাৰৰ বাবে নিকক ধন্যবাদ জনাই কি ক’লে প্ৰিয়ংকাই ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 21, 2022
in মনোৰঞ্জন
নিক জোনাছে কি উপহাৰ দিলে পত্নী প্ৰিয়ংকাক ?
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

প্ৰিয়ংকা চোপ্ৰাই এক সুন্দৰ উপহাৰৰ বাবে  ধন্যবাদ জনালে স্বামী নিক জোনাছক ৷জনপ্ৰিয় অভিনেত্ৰী  প্ৰিয়ংকা চোপ্ৰাই চিটাডেলৰ ছেটত এক আনন্দৰ সময় অতিবাহিত কৰি আছে।  এটা কৰ্মব্যস্ত কঠিন দিনৰ পিছত এখন  চেলফিত প্ৰিয়ংকাক এখন সুন্দৰ বাহনৰ ভিতৰত বহি থকা দেখা গৈছে ৷  বাহনখনৰ কাষত লিখা আছে শ্ৰীমতী জোনাছ  ৷ স্বামী নিক জোনাছৰ প্ৰশংসা কৰি  সামাজিক মাধ্যমত ইতিমধ্যে এটা পোষ্ট শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । লগতে তেওঁ  নিক জোনাছক উপহাৰটোৰ বাবে  ধন্যবাদ জনাইছে আৰু  সামাজিক মাধ্যমত ভাইৰেল হোৱা পোষ্টটোত প্ৰিয়ংকাই  নিকক ” সৰ্বশ্ৰেষ্ঠ স্বামী”  বুলি অভিহিত কৰিছে ৷

ইফালে প্ৰিয়ংকা চোপ্ৰাই সামাজিক মাধ্যমত ফট’ আপলোড কৰাৰ পিছতেই  মন্তব্য শাখাটো  ইমোজিৰে ভৰি পৰিছে।তেওঁলোকৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰি প্ৰিয়ংকা চোপ্ৰাই  কয়, “প্ৰতিটো পৰিয়ালৰ যাত্ৰা অনন্য য’ত  এক নিৰ্দিষ্ট স্তৰৰ বিশ্বাসৰ প্ৰয়োজন ৷  যদিও আমাৰ বিগত কেইমাহমান প্ৰত্যাহ্বানপূৰ্ণ আছিল, এইয়া স্পষ্ট ৷ কিন্তু  চাবলৈ গ’লে সেই প্ৰতিটো মুহূৰ্তই  কিমান মূল্যৱান আৰু নিখুঁট ।”

শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাক  কেনু ৰিভছৰ  ‘দ্য মেট্ৰিক্সত দেখা গৈছিল য’ত তেওঁ  সতীৰ চৰিত্ৰত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত, প্ৰিয়ংকাৰ কিটীত ইটছ অল কামিং বেক টু মি আৰু জী লে জৰাত দেখা পাব তেওঁৰ অনুৰাগী সকলে ।

Previous Post

কিয় ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হ’ল প্ৰাক্তন এন আৰ চি সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে ? ক’ত অযোগ্য ব্যক্তি অন্তভূর্ক্ত কৰিছিল হাজেলাই

Next Post

টেটত গ্ৰেচ মার্ক প্ৰদান ব্যৱস্থাক অবৈধ আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, কি হ’ব ১,৩৮১ জন গ্ৰেচ মার্ক লাভ কৰা প্ৰার্থীৰ ভাগ্য !

Related Posts

অস্কাৰ সমিতিত যোগদান কৰিবলৈ আমন্ত্ৰণ পোৱা প্ৰথমজন তামিল অভিনেতা সূৰ্য
মনোৰঞ্জন

অস্কাৰ সমিতিত যোগদান কৰিবলৈ আমন্ত্ৰণ পোৱা প্ৰথমজন তামিল অভিনেতা সূৰ্য

June 29, 2022
মালদ্বীপত পৰিয়াল সহ  জনপ্ৰিয় গায়ক আদনান চামি , সামাজিক মাধ্যমত  ভাইৰেল আকৰ্ষণীয় ছবি
মনোৰঞ্জন

মালদ্বীপত পৰিয়াল সহ জনপ্ৰিয় গায়ক আদনান চামি , সামাজিক মাধ্যমত ভাইৰেল আকৰ্ষণীয় ছবি

June 28, 2022
বলিউডৰ নতুন চেলিব্ৰটি  পিতৃ-মাতৃ হ’ব আলিয়া –ৰণবীৰ, ফটো শ্বেয়াৰ কৰি ৰাজহুৱা কৰিলে ভাল খবৰ
মনোৰঞ্জন

বলিউডৰ নতুন চেলিব্ৰটি পিতৃ-মাতৃ হ’ব আলিয়া –ৰণবীৰ, ফটো শ্বেয়াৰ কৰি ৰাজহুৱা কৰিলে ভাল খবৰ

June 27, 2022
ভাৰতীয় চলচ্চিত্ৰ জগতত জনপ্ৰিয় অভিনেতা  শ্বাহৰুখ খানৰ ৩০ বছৰ
মনোৰঞ্জন

ভাৰতীয় চলচ্চিত্ৰ জগতত জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ ৩০ বছৰ

June 25, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন
মনোৰঞ্জন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?
মনোৰঞ্জন

কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?

June 23, 2022
Next Post
টেটত গ্ৰেচ মার্ক প্ৰদান ব্যৱস্থাক অবৈধ আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, কি হ’ব ১,৩৮১ জন গ্ৰেচ মার্ক লাভ কৰা প্ৰার্থীৰ ভাগ্য !

টেটত গ্ৰেচ মার্ক প্ৰদান ব্যৱস্থাক অবৈধ আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, কি হ’ব ১,৩৮১ জন গ্ৰেচ মার্ক লাভ কৰা প্ৰার্থীৰ ভাগ্য !

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7