VOICE 24x7
Wednesday, August 17, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বলিউডৰ নতুন চেলিব্ৰটি পিতৃ-মাতৃ হ’ব আলিয়া –ৰণবীৰ, ফটো শ্বেয়াৰ কৰি ৰাজহুৱা কৰিলে ভাল খবৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 27, 2022
in মনোৰঞ্জন
বলিউডৰ নতুন চেলিব্ৰটি  পিতৃ-মাতৃ হ’ব আলিয়া –ৰণবীৰ, ফটো শ্বেয়াৰ কৰি ৰাজহুৱা কৰিলে ভাল খবৰ
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ দুই জনপ্ৰিয় অভিনেতা – অভিনেত্ৰী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহক লৈ আৰম্ভ হোৱা ব্যাপক চর্চা মাৰ নৌযাওতেই আন এক ভাল খবৰ প্ৰকাশ কৰিছে দম্পত্তীহালে ৷ অতি শীঘ্ৰে মাতৃ হ’ব আলিয়া ৷ সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰিছে ৰণবীৰ আৰু আলিয়াই ৷ হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰি থকা মুহুর্তৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁলোকে এই কথা ৰাজহুৱা কৰিছে ৷

সোমবাৰে পুৱা আলিয়া ভাটে হাস্পতালৰ বিচনাত আল্ট্ৰাছাউণ্ড কৰি থকা এখন ছবি পোষ্ট কৰি অনুৰাগী আৰু চেলিব্ৰিটিসকলক আচৰিত কৰি লিখিছে -“আমাৰ সন্তান  সোনকালে আহি আছে” ।

ছবিখন শ্বেয়াৰ কৰাৰ পাছতে অনুৰাগী আৰু চেলিব্ৰিটিসকলে দম্পতীহালক অভিনন্দন জনায়। মাত্ৰ দুমাহ পূৰ্বে ৰণবীৰ আৰু আলিয়া বিবাহপাশত আবদ্ধ হৈছিল ৷ বলিউডৰ অন্যতম চর্চিত বিবাহ আছিল ৰণবীৰ আৰু আলিয়াৰ ৷  দুয়োগৰাকীয়ে একেলগে অভিনয় কৰা ব্ৰহ্মাস্ত্ৰ নামৰ ছবিখন অহা ৯ ছেপ্টেম্বৰত মুক্তি পাব।

Previous Post

উদ্ধৱ থাকৰেৰ ঘনিষ্ঠ সঞ্জয় ৰাউতক এনফর্চমেণ্টৰ চমন, কেতিয়া কৰা হ’ব জেৰা !!

Next Post

দুমাহ নৌহওঁতেই চাৰি ধাম যাত্ৰাত মৃত্যু২০৩ জন তীৰ্থযাত্ৰীৰ

Related Posts

কি গোচৰৰ চার্জশ্বীটত নাম আহিল জেকলিনৰ ? ৫৮ লাখ টকাৰ ঘোঁৰা- ৯ লাখ টকাৰ পার্চী মেকুৰী আৰু কি কি উপহাৰ লৈছিল জেকলিনে !!
মনোৰঞ্জন

কি গোচৰৰ চার্জশ্বীটত নাম আহিল জেকলিনৰ ? ৫৮ লাখ টকাৰ ঘোঁৰা- ৯ লাখ টকাৰ পার্চী মেকুৰী আৰু কি কি উপহাৰ লৈছিল জেকলিনে !!

August 17, 2022
নিদর্শনঃ গুটখা-সুৰাৰ ১০ কোটি টকাৰ বিজ্ঞাপনৰ প্ৰস্তাৱ নাকচ কৰিলে অল্লু অর্জুনে
মনোৰঞ্জন

নিদর্শনঃ গুটখা-সুৰাৰ ১০ কোটি টকাৰ বিজ্ঞাপনৰ প্ৰস্তাৱ নাকচ কৰিলে অল্লু অর্জুনে

August 17, 2022
মণি ৰত্নমৰ ‘বোম্বে’ত অভিনয় নকৰিবলৈ কিয় কোৱা হৈছিল মণীষা কৈৰালাক ?
মনোৰঞ্জন

মণি ৰত্নমৰ ‘বোম্বে’ত অভিনয় নকৰিবলৈ কিয় কোৱা হৈছিল মণীষা কৈৰালাক ?

August 16, 2022
স্বাধীনতা দিৱসৰ  সময়তেই   বেবীমুনৰ পৰা উভতি আহিল ৰণবীৰ-আলিয়া
মনোৰঞ্জন

স্বাধীনতা দিৱসৰ সময়তেই বেবীমুনৰ পৰা উভতি আহিল ৰণবীৰ-আলিয়া

August 15, 2022
৫৯তম জন্মদিনত মাতৃক স্মৰণ কৰি কি ক’লে শ্ৰীদেৱীৰ কন্যা জাহ্নৱী কাপুৰে ?
মনোৰঞ্জন

৫৯তম জন্মদিনত মাতৃক স্মৰণ কৰি কি ক’লে শ্ৰীদেৱীৰ কন্যা জাহ্নৱী কাপুৰে ?

August 13, 2022
ব্ৰহ্মাস্ত্ৰত ‘বানাৰস্ত্ৰ’  শ্বাহৰুখ খান,দীপিকা পাডুকণ ‘জল’
মনোৰঞ্জন

ব্ৰহ্মাস্ত্ৰত ‘বানাৰস্ত্ৰ’ শ্বাহৰুখ খান,দীপিকা পাডুকণ ‘জল’

August 12, 2022
Next Post
দুমাহ নৌহওঁতেই চাৰি  ধাম যাত্ৰাত মৃত্যু২০৩ জন তীৰ্থযাত্ৰীৰ

দুমাহ নৌহওঁতেই চাৰি ধাম যাত্ৰাত মৃত্যু২০৩ জন তীৰ্থযাত্ৰীৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সূৰ্যৰ মৃত্যু হ’লে  কি হ’ব পৃথিৱীৰ?

সূৰ্যৰ মৃত্যু হ’লে কি হ’ব পৃথিৱীৰ?

August 17, 2022
অসমৰ এগৰাকী  স্বনামধন্য কবি, ঔপন্যাসিক ৰীতা চৌধুৰীৰ আজি ওপজা দিন

অসমৰ এগৰাকী  স্বনামধন্য কবি, ঔপন্যাসিক ৰীতা চৌধুৰীৰ আজি ওপজা দিন

August 17, 2022
ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা

ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা

August 17, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7