VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 24, 2022
in মনোৰঞ্জন
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

২০১৬ চনত বিবাহপাশত আবদ্ধ হোৱা ৰেপাৰ ৰাফতাৰ আৰু ইণ্টেৰিয়ৰ ডেকোৰেটৰ কোমল ভোহৰাৰ মাজৰ সম্পর্কত ফাঁট মেলিছে ৷ বিবাহৰ মাত্ৰ তিনিটা বছৰৰ পাছতে সম্পর্ক তিক্ত হৈ পৰা ৰাফতাৰ আৰু কোমলে বিবাহ বিচ্চেদ বিচাৰি আৱেদন দাখিল কৰিছে ৷ ২০২০ চনত তেওঁলোকে  বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায় ৷ অৱশ্যে চলিত  বৰ্ষৰ অক্টোবৰ মাহতহে  তেওঁলোকে চূড়ান্ত কাগজত স্বাক্ষৰ কৰিব । দম্পতীহালৰ ঘনিষ্ঠ সূত্ৰই সংবাদ মাধ্যমক জনোৱা মতে, “ক’ৰোনা মহামাৰীৰ বাবে সকলো কামত পলম হৈছিল। ৬ অক্টোবৰত তেওঁলোকে বিবাহ বিচ্ছেদৰ কাগজত স্বাক্ষৰ কৰিব।” দম্পতীহালৰ ঘনিষ্ঠ সূত্ৰটোৱে লগতে কয় যে  বিবাহৰ মাত্ৰ কেইদিনমানৰ পিছতেই তেওঁলোকৰ মাজত সমস্যা আৰম্ভ হৈছিল ৷ অৱশ্যে  দুয়োজনেই নিজ নিজ জীৱনত আগবাঢ়িছে আৰু দম্পতীহালে পৰিয়ালৰ সৈতে আন্তৰিকতাৰে আছে। ছ’চিয়েল মিডিয়াতো ৰাফতাৰ আৰু কোমল ভোহৰাই ইজনে সিজনক আনফ’ল’ কৰাৰ লগতে নিজ নিজ ছ’চিয়েল মিডিয়াৰ হেণ্ডেলত ইজনে সিজনৰ লগত থকা ফটোও ডিলিট কৰিছে বুলি জানিব পৰা গৈছে।

দম্পতীহালে এতিয়াও  আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ৷ ২০১১ চনত  এজন বন্ধুৰ ঘৰত ৰাফতাৰ আৰু কোমলৰ সাক্ষাৎ হৈছিল । প্ৰায় ৫ বছৰ ডেটিং কৰি ২০১৬ চনত তেওঁলোকৰ  বিয়া হৈছিল। তেতিয়া ৰাফতাৰে  নিজৰ বিয়াৰ অনুষ্ঠানৰ এখন ছবি শ্বেয়াৰ কৰি নিজৰ বিয়াৰ খবৰটো ঘোষণা কৰিছিল  লগতে তেওঁ  তেওঁ লিখিছিল, “মোৰ মনৰ সঙ্গীক বিয়া কৰাইছো।” উল্লেখ্য যে ৰাফতাৰৰ, প্ৰকৃত নাম দিলিন নায়াৰ ৷  কেইবাটাও হিত গান গোৱাৰ উপৰি ৰাফতাৰে টিভি শ্ব’ ডান্স ইণ্ডিয়া ডান্সৰ এটা ছিজনৰ বিচাৰক হিচাপে আছিল ৷

Previous Post

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

Next Post

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

Related Posts

শুভ জন্মদিন ‘প্ৰিন্স অৱ টলিউড’আৰু  ‘গ্ৰীক গড অৱ টলিউড’
মনোৰঞ্জন

শুভ জন্মদিন ‘প্ৰিন্স অৱ টলিউড’আৰু ‘গ্ৰীক গড অৱ টলিউড’

August 9, 2022
মুক্তি পালে ‘দিল্লী ক্ৰাইম চিজন ২’ ৰ ট্ৰেইলাৰ:
মনোৰঞ্জন

মুক্তি পালে ‘দিল্লী ক্ৰাইম চিজন ২’ ৰ ট্ৰেইলাৰ:

August 8, 2022
গাড়ী  দুৰ্ঘটনাত পতিত  অভিনেত্ৰী এনি হেচেক  চিকিৎসালয়ত ভৰ্তি
মনোৰঞ্জন

গাড়ী দুৰ্ঘটনাত পতিত অভিনেত্ৰী এনি হেচেক চিকিৎসালয়ত ভৰ্তি

August 6, 2022
“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”
মনোৰঞ্জন

“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”

August 5, 2022
‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ  বিশ্ব প্ৰিমিয়াৰত  অসম সন্তান  ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’
মনোৰঞ্জন

‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ বিশ্ব প্ৰিমিয়াৰত অসম সন্তান ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’

August 4, 2022
এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই
মনোৰঞ্জন

এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই

August 3, 2022
Next Post
১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7