VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই

৫ আগষ্টত মুক্তি লাভ কৰিব ডালকুৱেৰ চলমানৰ 'সীতা ৰামাম' ছবিখনে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 3, 2022
in মনোৰঞ্জন
এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

৫ আগষ্টত মুক্তি লাভ কৰিব দক্ষিণৰ ছবিজগতৰ আন এখন ছবি  ডালকুৱেৰ চলমানৰ ‘সীতা ৰামামে’ । সকলোকে আশ্চৰ্যচকিত কৰি  ছবিখনৰ মুক্তিৰ দুদিন আগতেই নিৰ্মাতাসকলে লাভ কৰিলে এক সুখবৰ ৷

এছ.এছ. ৰাজামৌলীৰ আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই ক্ৰয় কৰিলে ‘সীতা ৰামাম’ৰ হিন্দী সংস্কৰণৰ নাট্য আৰু  ডিজিটেল অধিকাৰ । তেওঁলোকে ছবিখনৰ এটা বিশেষ স্ক্ৰীণিং চোৱাৰ পিছতেই  এই সিদ্ধান্ত গ্ৰহণ  কৰে।

অহা ৫ আগষ্টত মুক্তি লাভ কৰিব  ছবিখনৰ তেলেগু, তামিল আৰু মালায়ালম সংস্কৰণেও । অৱশ্যে ‘সীতা ৰামাম’ৰ হিন্দী সংস্কৰণটোৱে  কিছুদিনৰ  পিছতহে মুক্তি লাভ কৰিব।

ইতিমধ্যে পিইএন ষ্টুডিঅ’ই চলচ্চিত্ৰখনৰ হিন্দী সংস্কৰণৰ  বাবে এক বৃহৎ মুক্তি আৰু প্ৰচাৰ অভিযানৰ পৰিকল্পনা কৰিছে। ইফালে  মুক্তিৰ পূৰ্বৰ  পৰা আৰম্ভ কৰি আগতীয়া বুকিঙলৈকে  দক্ষিণৰ চিনেমাখন বৰ্তমানলৈকে সফলতাৰে আগবাঢ়িছে ৷ অধীৰ আগ্ৰহেৰে ছবোখনৰ মুক্তিৰ বাবে অপেক্ষা কৰিছে এতিয়া চলচ্ছিত্ৰ প্ৰেমী দৰ্শকে ৷

Previous Post

স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ দেহাৱসান

Next Post

মার্কিন শীর্ষ বিষয়াৰ ভ্ৰমণক লৈ ক্ষুব্ধঃ টাইৱানৰ পৰা চীনে বন্ধ কৰিলে একাধিক সামগ্ৰীৰ আমদানি

Related Posts

গাড়ী  দুৰ্ঘটনাত পতিত  অভিনেত্ৰী এনি হেচেক  চিকিৎসালয়ত ভৰ্তি
মনোৰঞ্জন

গাড়ী দুৰ্ঘটনাত পতিত অভিনেত্ৰী এনি হেচেক চিকিৎসালয়ত ভৰ্তি

August 6, 2022
“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”
মনোৰঞ্জন

“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”

August 5, 2022
‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ  বিশ্ব প্ৰিমিয়াৰত  অসম সন্তান  ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’
মনোৰঞ্জন

‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ বিশ্ব প্ৰিমিয়াৰত অসম সন্তান ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’

August 4, 2022
এজন অভিনেতাৰ অভিনয়ৰ বাবে নিৰ্দিষ্ট বয়স থাকে নেকি?
মনোৰঞ্জন

এজন অভিনেতাৰ অভিনয়ৰ বাবে নিৰ্দিষ্ট বয়স থাকে নেকি?

August 2, 2022
মৃত্যুৰ ভাবুকি,  ছলমান খানক প্ৰদান কৰা হ’ল অস্ত্ৰৰ অনুজ্ঞাপত্ৰ
মনোৰঞ্জন

মৃত্যুৰ ভাবুকি, ছলমান খানক প্ৰদান কৰা হ’ল অস্ত্ৰৰ অনুজ্ঞাপত্ৰ

August 1, 2022
মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ
মনোৰঞ্জন

মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

July 31, 2022
Next Post
মার্কিন শীর্ষ বিষয়াৰ ভ্ৰমণক লৈ ক্ষুব্ধঃ টাইৱানৰ  পৰা চীনে বন্ধ কৰিলে একাধিক সামগ্ৰীৰ আমদানি

মার্কিন শীর্ষ বিষয়াৰ ভ্ৰমণক লৈ ক্ষুব্ধঃ টাইৱানৰ পৰা চীনে বন্ধ কৰিলে একাধিক সামগ্ৰীৰ আমদানি

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7