VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অক্ষয়-সুনীল-পৰেশ ৰাৱালৰ সৈতে দেখা যাব সঞ্জয় দত্তক, , ‘হেৰা ফেৰী ৩’ অন্ধ ডনৰ চৰিত্ৰ ৰূপায়ন কৰিব সঞ্জয়ে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 16, 2023
in মনোৰঞ্জন
অক্ষয়-সুনীল-পৰেশ ৰাৱালৰ সৈতে দেখা যাব সঞ্জয় দত্তক, , ‘হেৰা ফেৰী ৩’ অন্ধ ডনৰ চৰিত্ৰ ৰূপায়ন কৰিব সঞ্জয়ে ?
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

প্ৰায় দুটা দশকৰ অপেক্ষাৰ অন্তত বিগ স্ক্ৰীণলৈ ওভতি আহিব হেৰা ফেৰী ৷ ‘হেৰা ফেৰী ৩’ ছবিখনত একেলগে পৰ্দালৈ ঘূৰি আহিছে অক্ষয় কুমাৰ-সুনীল ছেট্টী-পৰেশ ৰাৱাল । দৰ্শক আৰু অনুৰাগীয়ে ছবিখনৰ বাবে অপেক্ষা কৰি আছে। ইতিমধ্যে ছবিখনৰ টিজাৰ শ্বুট কৰা হৈছে। ছ’চিয়েল মিডিয়াতো দেখা গৈছে শ্বুটিং ফ্ল’ৰৰ ফটো। ইয়াৰ পূৰ্বে খবৰ ওলাইছিল যে বলীউডৰ অভিনেতা সঞ্জয় দত্তই ‘হেৰা ফেৰী ৩’ ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। কিছুদিন পূৰ্বে অভিনেতাজনে নিজেই এই খবৰটো নিশ্চিত কৰিছিল। এইবাৰ অভিনেতাজনে  ছবিখনত নিজৰ চৰিত্ৰৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে ৷

‘হেৰা ফেৰী ৩’ ছবিখনত সঞ্জয় দত্তক খলনায়ক হিচাপে দেখা যাব। চৰিত্ৰটোৰ বিষয়ে সোধাত অভিনেতাজনে কয় যে তেওঁ অন্ধ ডনৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে। সঞ্জয়ে কয়, ‘এইটো এটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ। ‘ৱেলকাম’ ছবিখনৰ ফিৰোজ খানৰ চৰিত্ৰটোৰ লগত এই চৰিত্ৰটোৰ বহুত মিল আছে। আশাকৰোঁ  আৰ ডি এক্সৰ লগতে এই চৰিত্ৰটোও দৰ্শকে ভাল পাব।”

‘হেৰা ফেৰী ৩’ত আইকনিক চৰিত্ৰ ‘বাবু ভাইয়া’ হিচাপে ঘূৰি আহিছে পৰেশ ৰাৱাল। এইবাৰ লছ এঞ্জেলছ, ডুবাই আৰু আবুধাবিত ছবিখনৰ দৃশ্যগ্ৰহণ হ’ব।

Previous Post

ৰাছিয়া আৰু ইৰাণক সংগী !আৰৱ সাগৰত আৰম্ভ চীনৰ নৌসেনাৰ চাৰিদিনীয়া যুদ্ধ অনুশীলন

Next Post

গুৱাহাটীলৈ উৰণৰ সময়ত ককপিটত গুজিয়া খাই ‘হোলী’ পালন , দুই পাইলটক কর্তব্যৰ পৰা নিলম্বন

Related Posts

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো  কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?
মনোৰঞ্জন

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?

March 31, 2023
অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত  অভিনয় কৰিব বাণী কাপুৰে
মনোৰঞ্জন

অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত অভিনয় কৰিব বাণী কাপুৰে

March 30, 2023
পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?
মনোৰঞ্জন

পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?

March 29, 2023
কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ
মনোৰঞ্জন

কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ

March 28, 2023
ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত
মনোৰঞ্জন

ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত

March 27, 2023
কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?
মনোৰঞ্জন

কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?

March 25, 2023
Next Post
গুৱাহাটীলৈ উৰণৰ সময়ত ককপিটত গুজিয়া খাই ‘হোলী’ পালন , দুই পাইলটক কর্তব্যৰ পৰা নিলম্বন

গুৱাহাটীলৈ উৰণৰ সময়ত ককপিটত গুজিয়া খাই ‘হোলী’ পালন , দুই পাইলটক কর্তব্যৰ পৰা নিলম্বন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7