VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা চেট্টীয়ে জন্মদিন উপলক্ষে নিজকে উপহাৰ দিলে এখন বিলাসী ভেনিটি ভেন

আজি ৪৭ তম জন্মদিন উদযাপন কৰিছে শিল্পা চেট্টীয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 8, 2022
in মনোৰঞ্জন
বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা চেট্টীয়ে জন্মদিন উপলক্ষে নিজকে  উপহাৰ দিলে এখন বিলাসী ভেনিটি ভেন
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

আজি শিল্পা চেট্টীৰ জন্মদিন  ৷  জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে নিজৰ জন্মদিন উপলক্ষে সেয়ে নিজকে  উপহাৰ দিলে এখন বিলাসী ভেনিটি ভেন, যি এটা প্ৰাসাদতকৈ কোনো গুণে কম নহয়

শিল্পা চেট্টীয়ে আজি উদযাপন কৰিছে তেওঁৰ ৪৭ তম জন্মদিন । যদিও অভিনেত্ৰীগৰাকী বৰ্তমান ‘নিকাম্মা’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে তথাপি ব্যস্ততাৰ মাজতে তেওঁ উদযাপন কৰিছে নিজৰ  বিশেষ দিনটোও ৷ অনুৰাগী সকলৰ শুভেচ্ছা আৰু আশীৰ্বাদেৰে ওপজা দিনটোত তেওঁ নিশ্চয়কৈ লাভ কৰিব বহু উপহাৰো ৷ কিন্তু এইবাৰ  শিল্পাই জন্মদিনটোত নিজেই নিজকে এটা  বিশেষ উপহাৰ দিছে। অভিনেত্ৰীগৰাকীয়ে  জন্মদিনত নিজকে উপহাৰ দিছে  এখন বিলাসী ভেনিটি ভেন ।অট্টালিকা সদৃশ ভেনখনত  আছে  বহুতো  অত্যাধুনিক সা-সুবিধা ।

আশ্চৰ্যজনক যে শিল্পাৰ ভেনিটি ভেনখনত নিখুঁত পোহৰৰ সৈতে আছে এটা আকৰ্ষণীয় মেক-আপ ৰুম। ইয়াৰ উপৰিও ভেনখনৰ ভিতৰত আছে আকৰ্ষণীয় এটা পাকঘৰ,যোগৰ বাবে সুকীয়া কোঠালি ,অতিথিশালা আদি ৷ যেতিয়া তেওঁ  দৃশ্যগ্ৰহণৰ বাবে ভেনখনত  সাজু হ’ব অভিনেত্ৰীগৰাকীয়ে নিশ্চিতভাৱে নিজকে  এগৰাকী ৰাণীৰ দৰে অনুভৱ কৰিব ।

প্ৰকৃতাৰ্থত আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী মোহময়ী শিল্পাই ৪৭বছৰীয়া ওপজা দিনত নিজকে দিলে এক সৰ্বশ্ৰেষ্ঠ উপহাৰ।

 

Previous Post

পেৰা-অলিম্পিক চেম্পিয়ন অৱনী লেখাৰাৰ আন এক সাফল্য

Next Post

চীনে নিৰ্মাণ কৰিব মহাকাশ-আধাৰিত এক সৌৰ শক্তি প্ৰকল্প

Related Posts

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন
মনোৰঞ্জন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?
মনোৰঞ্জন

কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?

June 23, 2022
হলিউডৰ  প্ৰকল্প কিয় প্ৰতাখ্যান কৰিলে জনপ্ৰিয় বলীউড অভিনেতা অনিল কাপুৰে
মনোৰঞ্জন

হলিউডৰ প্ৰকল্প কিয় প্ৰতাখ্যান কৰিলে জনপ্ৰিয় বলীউড অভিনেতা অনিল কাপুৰে

June 22, 2022
কইনাৰ ৰূপত ৰেম্পত খোজ কাঢ়িলে শ্বেহনাজ গিলে
মনোৰঞ্জন

কইনাৰ ৰূপত ৰেম্পত খোজ কাঢ়িলে শ্বেহনাজ গিলে

June 20, 2022
‘মুভি কৰে ত’ আগ, ৰেষ্টুৰেণ্ট কৰে ত’ পাপ?’
মনোৰঞ্জন

‘মুভি কৰে ত’ আগ, ৰেষ্টুৰেণ্ট কৰে ত’ পাপ?’

June 18, 2022
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে
মনোৰঞ্জন

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে

June 17, 2022
Next Post
চীনে নিৰ্মাণ কৰিব মহাকাশ-আধাৰিত এক সৌৰ শক্তি প্ৰকল্প

চীনে নিৰ্মাণ কৰিব মহাকাশ-আধাৰিত এক সৌৰ শক্তি প্ৰকল্প

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7