VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অস্কাৰ সমিতিত যোগদান কৰিবলৈ আমন্ত্ৰণ পোৱা প্ৰথমজন তামিল অভিনেতা সূৰ্য

সূৰ্যৰ সৈতে  কাজলকে ধৰি মুঠ ৩৯৭ জন শিল্পীক ২০২২ৰ  অস্কাৰ সমিতিলৈ  আমন্ত্ৰণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 29, 2022
in মনোৰঞ্জন
অস্কাৰ সমিতিত যোগদান কৰিবলৈ আমন্ত্ৰণ পোৱা প্ৰথমজন তামিল অভিনেতা সূৰ্য
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

তামিল ছলচ্চিত্ৰ জগতত আনন্দৰ বন্যা বোঁৱালে এটি খবৰে ৷ তামিল চলচ্চিত্ৰ জগতৰ জনপ্ৰিয়  অভিনেতা সূৰ্য পৰিগণিত  হৈছে অস্কাৰ সমিতিলৈ আমন্ত্ৰণ পোৱা  প্ৰথমজন   অভিনেতা হিচাপে । উল্লেখযোগ্য যে এইবাৰ সূৰ্যৰ সৈতে  কাজলকে ধৰি মুঠ ৩৯৭ জন শিল্পীক ২০২২ৰ  অস্কাৰ সমিতিলৈ  আমন্ত্ৰণ জনোৱা হৈছে।

মঙলবাৰে ‘একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সে’ তামিল অভিনেতা সূৰ্যক  মুঠ ৩৯৭জন শিল্পী সহিতে ২০২২ চনৰ অস্কাৰ সংগঠকৰ সদস্য সমিতিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়। তালিকাভূক্ত শিল্পী সকলৰ ভিতৰত  সূৰ্য, কাজল আৰু ৰীমা কাগতিয়ে এই বছৰ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব। ই সঁচাকৈয়ে তামিল অভিনেতাজনৰ বাবে এক বৃহৎ সাফল্য।

উল্লেখনীয় যে আমাজন প্ৰাইম ভিডিঅ’ত মুকলি কৰা সূৰ্যৰ ‘জয় ভীম’ আৰু ‘ সূৰাৰাই পট্ৰু’ৱে ইতিমধ্যে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিছে। যদিও তেওঁ অভিনীত বহুতো ব্লকবাষ্টাৰ চলচ্চিত্ৰ আছে  তথাপি এই দুখন চলচ্চিত্ৰই  দৰ্শকৰ অধিক সমাদৰ লাভ কৰিছে।

জানিব পৰা গৈছে ২০২২ চনৰ শ্ৰেণীত ৭১ জন অস্কাৰ মনোনীত আৰু ১৫ জন অস্কাৰ বিজয়ী  থাকিব। অস্কাৰ সমিতিত যোগদান কৰা প্ৰথম তামিল অভিনেতা সূৰ্যৰ  বাবে  প্ৰকৃতাৰ্থত ই এক অভূতপূৰ্ব সন্মান।সূৰ্যৰ সৈতে জনপ্ৰিয় বলীউড অভিনেত্ৰী  কাজল আৰু ৰীমা কাগতি হ’ব ২০২২ চনৰ শ্ৰেণীৰ অংশ।

উল্লেখযোগ্য যে এই বছৰৰ অস্কাৰ বিজয়ী আৰিয়ানা ডিবোজ, ট্ৰয় কোটচুৰ আৰু চিঅ’ডিএৰ লেখক-পৰিচালক চিয়ান হেডাৰকো পৰিচালক আৰু লেখক শাখালৈ আমন্ত্ৰণ জনোৱা হৈছে। আমন্ত্ৰণকাৰীসকলে সঞ্চালক আৰু লেখকসহ মুঠ ১৭ টা এ.এম.পি.এ.এছ. শাখাৰ ভিতৰত এটা শাখা বাছনি কৰিব লাগিব আৰু ইয়াৰ অংশ হ’ব লাগিব।

 

Previous Post

জিয়া খানৰ মাতৃ ৰাবিয়াৰ বিৰুদ্ধে জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰিবলৈ চিবিআই আদালতক অনুৰোধ জনাইছে সূৰজ পাঞ্চালীয়ে

Next Post

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

Related Posts

গাড়ী  দুৰ্ঘটনাত পতিত  অভিনেত্ৰী এনি হেচেক  চিকিৎসালয়ত ভৰ্তি
মনোৰঞ্জন

গাড়ী দুৰ্ঘটনাত পতিত অভিনেত্ৰী এনি হেচেক চিকিৎসালয়ত ভৰ্তি

August 6, 2022
“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”
মনোৰঞ্জন

“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”

August 5, 2022
‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ  বিশ্ব প্ৰিমিয়াৰত  অসম সন্তান  ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’
মনোৰঞ্জন

‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ বিশ্ব প্ৰিমিয়াৰত অসম সন্তান ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’

August 4, 2022
এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই
মনোৰঞ্জন

এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই

August 3, 2022
এজন অভিনেতাৰ অভিনয়ৰ বাবে নিৰ্দিষ্ট বয়স থাকে নেকি?
মনোৰঞ্জন

এজন অভিনেতাৰ অভিনয়ৰ বাবে নিৰ্দিষ্ট বয়স থাকে নেকি?

August 2, 2022
মৃত্যুৰ ভাবুকি,  ছলমান খানক প্ৰদান কৰা হ’ল অস্ত্ৰৰ অনুজ্ঞাপত্ৰ
মনোৰঞ্জন

মৃত্যুৰ ভাবুকি, ছলমান খানক প্ৰদান কৰা হ’ল অস্ত্ৰৰ অনুজ্ঞাপত্ৰ

August 1, 2022
Next Post
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7