VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 29, 2023
in মনোৰঞ্জন
ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

 

‘ডন ৩’ চিনেমাক লৈ বলিউডত সর্বত্ৰে চর্চা আৰম্ভ হৈছে ৷কাম আৰম্ভ হোৱাৰ আগতেই ইটোৰ পিছত সিটো জল্পনা-কল্পনাই ছবিখনক চর্চিত কৰি তুলিছে ৷ ‘ডন’ আৰু ‘ডন ২’ৰ পিছত শ্বাহৰুখ খানে ‘ডন ৩’লৈ ঘূৰি অহাৰ কথা আছিল। কিন্তু  ‘ডন ৩’ ছবিখনৰ বাবে শ্বাহৰুখে সন্মতি প্ৰদান নকৰিলে ৷ ইয়াৰ পাছতে  শ্বাহৰুখৰ স্থানত  ডন -৩ ছবিৰ অভিনেতাৰ সন্ধান চলি আছে । কিছুদিন আগতে শুনা গৈছিল যে ফাৰহান আখতাৰে সেই অভিনেতাজন লাভ কৰিছে । ৰণবীৰ সিঙক ‘ডন ৩’ ছবিখনৰ বাবে চূড়ান্ত কৰা হৈছে বুলি খবৰ ওলাইছিল । কিন্তু নতুন খবৰ অনুসৰি  পৰিচালক ফাৰহানেও ছবিখনত ‘ডন’ৰ চৰিত্ৰত অভিনয়ৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ।‘ডন’ হৈছে পৰিচালক হিচাপে ফাৰহানৰ অন্যতম সফল ছবি । ২০০৬ চনত ‘ডন’, ২০১১ চনত মুক্তি লাভ কৰা ‘ডন ২’ই ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল । এই দুখন ছবিৰ জৰিয়তে ফাৰহানে বক্স অফিচত সফলতা লাভ কৰাৰ লগতে সমালোচকৰ প্ৰশংসাও লাভ কৰে। অমিতাভ বচ্চনৰ পিছত শ্বাহৰুখ খানে ‘ডন’ হিচাপে নিজৰ বাবে এক সুকীয়া পৰিচয় সৃষ্টি কৰিছিল। কিন্তু ২০১১ চনত মুক্তি পোৱা ‘ডন ২’ৰ পিছত তেওঁ এই ভূমিকাৰ পৰা দীঘলীয়া বিৰতি লৈছিল। এই বছৰত ‘ডন ৩’ পুনৰ নির্মাণ কৰাৰ কথা চিন্তা চর্চা কৰা হয় ৷ ফাৰহানে চিত্ৰনাট্য লিখাৰ কাম প্ৰায় শেষ কৰিছে।

 

‘ডন ৩’ ছবিখনৰ বাবে শ্বাহৰুখ খানে সন্মতি প্ৰদান কৰা নাই ৷  ‘পাঠান’ৰ সফলতা আৰু ‘জোৱান’ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উন্মাদনাৰ সাক্ষী হোৱাৰ পিছত, তেওঁৰ কেৰিয়াৰৰ এই পৰ্যায়ত শ্বাহৰুখে ‘মাছ এণ্টাৰটেইনাৰ’ ধাৰাৰ ছবিৰ প্ৰতি অধিক আগ্ৰহী। আঠৰ পৰা আশীজন লোকক মনোৰঞ্জন দিব পৰা ছবিত তেওঁ সময় কটাব বিচাৰে। ‘ডন ৩’ৰ চিত্ৰনাট্য পঢ়ি শ্বাহৰুখে অনুভৱ কৰিলে যে এই ছবিখন সেই ধাৰাটোৰ লগত খাপ নাখায়। সেইবাবেই তেওঁ ‘ডন ৩’ ছবিখন ঘূৰাই দিলে। আনহাতে, ‘দিল ধড়কনে দো’, ‘গোলি বয়’ আদি ছবিৰ বাবেই ফাৰহানে ইতিমধ্যে ৰণবীৰৰ সৈতে যথেষ্ট পৰিচিত। তাৰ ওপৰত ভিত্তি কৰি ফাৰহানে ৰণবীৰৰ কথা ভাবিলে। অৱশ্যে ‘ডন’ৰ চৰিত্ৰত ৰণবীৰ কিমান উপযোগী হ’ব সেই লৈ ছবিখনৰ নিৰ্মাতাসকলৰ দ্বিধা আতৰা নাই ৷আনহাতে ফাৰহানে ইতিমধ্যে ‘ৰক অন’, ‘জিণ্ডেগী না মিলেগী ড’বাৰা’ আদি ছবিৰে নিজকে প্ৰতিষ্ঠিত অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিছে। ‘ডন’ৰ চৰিত্ৰত তেওঁৰ বেয়া অনুভৱ নহ’ব বুলি নির্মাতাসকলে  ভাবে।প্ৰায় এযুগ পূৰ্বে ফাৰহানে তেওঁৰ শেষৰখন ছবি পৰিচালনা কৰিছিল। ইয়াৰ পিছত তেওঁ অভিনয়ত ব্যস্ত হৈ পৰিল। এইবাৰ তেওঁ আকৌ কেমেৰাৰ পিছফালে ঘূৰি আহিব বিচাৰে। কিন্তু শেষত ‘ডন’ৰ চৰিত্ৰত কোনজন অভিনেতাক দেখা যাব সেই লৈ যথেষ্ট জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

 

Previous Post

নতুন সংসদ ভৱন উদ্বোধনীৰ লগত মুকলি কৰা ৭৫ টকাৰ স্মাৰক মুদ্ৰা ক্ৰয় কৰিব বিচাৰে নেকি ? কেনেকৈ লাভ কৰিব এই মুদ্ৰা

Next Post

মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

Related Posts

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা
মনোৰঞ্জন

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

September 30, 2023
হেৰী পটাৰৰ  নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত  মাইকেল গাম্বনৰ মৃত্যু
মনোৰঞ্জন

হেৰী পটাৰৰ নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত মাইকেল গাম্বনৰ মৃত্যু

September 29, 2023
‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ
মনোৰঞ্জন

‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ

September 27, 2023
কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা
মনোৰঞ্জন

কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা

September 26, 2023
ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
Next Post
মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7