VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সংগীতানুষ্ঠানৰ সময়ত অনুৰাগীয়ে নিক জোনাছলৈ দলিয়াই দিলে বেণ্ড, খঙতে কি কৰিলে প্ৰিয়ংকাৰ স্বামীয়ে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 22, 2023
in মনোৰঞ্জন
সংগীতানুষ্ঠানৰ সময়ত অনুৰাগীয়ে নিক জোনাছলৈ দলিয়াই দিলে বেণ্ড, খঙতে  কি কৰিলে প্ৰিয়ংকাৰ স্বামীয়ে ?
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

ৰাজপথত হওক বা সংগীতানুষ্ঠানত হওক,  প্ৰিয় সংগীতজ্ঞসকলৰ অনুৰাগীয়ে তেওঁলোকক সন্মুখত দেখিলে প্ৰায়ে বিভিন্ন ধৰণৰ আচৰণ কৰে। কেতিয়াবা অনুৰাগীৰ অদ্ভুত আচৰণৰ বাবে কণ্ঠশিল্পীসকলৰ ক্ষোভিত হৈ পৰে ৷ কেইবামাহো পূৰ্বে মঞ্চত গান গাই থকাৰ সময়তে এজন অনুৰাগীয়ে অৰিজিত সিঙৰ হাতত ধৰিছিল। কিছুদিন পূৰ্বে আমেৰিকাত কাৰ্ডি বিক লক্ষ্য কৰি  পানীয় দলিয়াই দিয়া হৈছিল । গায়কজনে খঙতে মাইকটো পিছলৈ দলিয়াই দিছিল। এইবাৰ নিক জ’নাছৰ লগত অনুৰূপ ঘটনা সংঘটিত হ’ল ৷

 

টৰন্টোত জোনাছ ব্রাদাৰ্ছৰ সংগীতানুষ্ঠানৰ সময়ত প্ৰিয়ংকাৰ স্বামী নিক জোনাছলৈ হাতত পৰিধান কৰা বেণ্ড নিক্ষেপ কৰে এজন দৰ্শকে। নিকৰ বুকুত বেণ্ডটোৱে খুন্দা মাৰে ৷ হঠাৎ ঘটা ঘটনাটোৱে নিকক আচৰিত কৰি তোলাৰ লগে লগে তেওঁ  আঙুলি টোৱাই যাতে পুনৰ যাতে তেনে নকৰে তাৰ বাবে সকীয়াই দিয়ে ৷  এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত বিয়পি পৰে। অনুৰাগীৰ আচৰণক সমালোচনা কৰি নেটিজেনসকলে লিখিছে, “প্লিজ বন্ধ কৰক! মানুহে বুজি নাপায় যে এজন শিল্পীক তেনে ব্যৱহাৰ কৰাটো ঠিক নহয়।” কোনোবাই মন্তব্য কৰিছে, ”নিকে কেইবাবাৰো কৈছে অনুগ্ৰহ কৰি এইটো নকৰিবা।” কাৰণ, প্ৰথমবাৰৰ বাবে নহয়। কিছুদিন পূৰ্বে নিকৰ শ্ব’ৰ সময়ত এগৰাকী মহিলাই আণ্ডাৰৱেৰ দলিয়াই দিছিল ৷ সেইদিনা নিকৰ শ্ব’ত প্ৰিয়ংকাও উপস্থিত আছিল। এনেধৰণৰ আণ্ডাৰৱেৰ নিক্ষেপ কৰাৰ ঘটনা আগতেও সংঘটিত হৈছে।

​

Previous Post

মাত্ৰ সাতখন টি-২০ খেলি এছিয়া কাপত সুযোগ পাই নিজেই আচৰিত হৈছে তিলক বার্মা

Next Post

নগাঁৱৰ বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ৩৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Related Posts

সুমিত সাগৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল কণ্ঠশিল্পী গীতালি দেৱী
মনোৰঞ্জন

সুমিত সাগৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল কণ্ঠশিল্পী গীতালি দেৱী

November 28, 2023
মুক্তিৰ পাছতে জনপ্ৰিয়তা লাভ কৰিছে ৰঙাটাপু-১৯৮২, মুক্তিৰ প্ৰথম দিনটোতে উপার্জন ৮.৫ লাখ
মনোৰঞ্জন

মুক্তিৰ পাছতে জনপ্ৰিয়তা লাভ কৰিছে ৰঙাটাপু-১৯৮২, মুক্তিৰ প্ৰথম দিনটোতে উপার্জন ৮.৫ লাখ

November 26, 2023
ভাগ হ’ব নেকি বচ্চন পৰিয়ালৰ সম্পত্তি ? কাৰ নামত অমিতাভ বচ্চনে লিখি দিলে বাংলো প্ৰতীক্ষা
মনোৰঞ্জন

ভাগ হ’ব নেকি বচ্চন পৰিয়ালৰ সম্পত্তি ? কাৰ নামত অমিতাভ বচ্চনে লিখি দিলে বাংলো প্ৰতীক্ষা

November 25, 2023
বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী চুমি বৰা-ফটোগ্ৰাফাৰ তার্কিক বৰা, ৰাজস্থানৰ উদয়পুৰৰ বিলাসী হোটেলত ডেষ্টিনেচন ৱেডিং
মনোৰঞ্জন

বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী চুমি বৰা-ফটোগ্ৰাফাৰ তার্কিক বৰা, ৰাজস্থানৰ উদয়পুৰৰ বিলাসী হোটেলত ডেষ্টিনেচন ৱেডিং

November 25, 2023
ঐশ্বৰ্যৰ লগত বচ্চন পৰিয়ালৰ তিক্ততা চৰম পর্যায়ত নেকি? অমিতাভে নাতিনীয়েক আৰাধ্যাক নজনালে  জন্মদিনৰ শুভেচ্ছা!
মনোৰঞ্জন

ঐশ্বৰ্যৰ লগত বচ্চন পৰিয়ালৰ তিক্ততা চৰম পর্যায়ত নেকি? অমিতাভে নাতিনীয়েক আৰাধ্যাক নজনালে জন্মদিনৰ শুভেচ্ছা!

November 18, 2023
চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ দেহাৱসান, যুঁজ ছবিৰ বাবে লাভ কৰিছিল ৰজত কমল বঁটা
মনোৰঞ্জন

চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ দেহাৱসান, যুঁজ ছবিৰ বাবে লাভ কৰিছিল ৰজত কমল বঁটা

November 17, 2023
Next Post
নগাঁৱৰ বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ৩৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁৱৰ বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ৩৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7