VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নৱবিবাহিত দম্পতী নয়নতৰা, ভিগনেশ শিৱানলৈ আইনী জাননী প্ৰেৰণ কৰিব টিটিডিয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 11, 2022
in মনোৰঞ্জন
নৱবিবাহিত দম্পতী নয়নতৰা, ভিগনেশ শিৱানলৈ আইনী জাননী প্ৰেৰণ কৰিব টিটিডিয়ে
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে ভগৱান ভেংকটেশ্বৰৰ কল্যাণোৎসৱত অংশগ্ৰহণ কৰিবলৈ তিৰুমালা মন্দিৰত উপস্থিত হোৱা নৱবিবাহিত দম্পতী নয়নতৰা আৰু ভিগনেশ শিৱানে এক বিতৰ্কৰ সৃষ্টি কৰিছিল ৷  দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীক  জোতা পিন্ধি মাদা উহ পথত খোজ কাঢ়ি থকা অৱস্থাত দেখা পোৱাৰ পিছতেই সৃষ্টি হৈছিল এই বিতৰ্কৰ । কিয়নো তেওঁ  মূল মন্দিৰৰ চাৰিওফালে  জোতা পিন্ধি খোজ কাঢ়ি থকা আৰু ফটোৰ বাবে প’জ দিয়াৰ ভিডিঅ’ ফুটেজ  সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

টিটিডি নিয়ম অনুসৰি, উচ্চ ধৰ্মীয় গুৰুত্ব থকা মাদা ষ্ট্ৰীটত খোজ কঢ়াটো কঠোৰভাৱে নিষিদ্ধ।আনহাতে  দম্পতীহালে তেওঁলোকৰ ফটোগ্ৰাফাৰসকলক লগত লৈ আন এটা নিয়মো উলংঘা কৰিছিল ৷ কাৰণ  মন্দিৰটোত ব্যক্তিগত কেমেৰাৰ অনুমতি নাছিল।

মুখ্য সতৰ্কতা সুৰক্ষা বিষয়াই সংবাদ মাধ্যমৰ লোকসকলক কৈছিল যে, “নয়নতৰাক মাদা ষ্ট্ৰীটছত জোতাৰ সৈতে ঘূৰি ফুৰা দেখা গৈছিল। আমাৰ নিৰাপত্তাৰক্ষীয়ে লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। আমি চিচিটিভিত লক্ষ্য কৰিছো যে তেওঁলোকে তাত ফটোশ্বুট কৰিছিল,” ।তেওঁ লগতে  কৈছিল যে টিটিডি বোৰ্ডে নিয়ম অমান্য কৰাৰ বাবে নয়নতৰা আৰু ভিগনেশ শিৱানক জাননী প্ৰদান কৰি আইনীভাৱে আগবাঢ়িব।

 

Previous Post

ৰঞ্জী ট্ৰফীত শতক অর্জন মমতা বেনার্জী মন্ত্ৰীসভাৰ সদস্যৰ

Next Post

কামলৈ যাবলৈ কোৱাৰ বাবে পত্নীক চুৰীৰে হানি হত্যা কৰি স্বামীৰ আত্মহত্যা , ক’ত ঘটিল এই ঘটনা

Related Posts

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন
মনোৰঞ্জন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?
মনোৰঞ্জন

কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?

June 23, 2022
হলিউডৰ  প্ৰকল্প কিয় প্ৰতাখ্যান কৰিলে জনপ্ৰিয় বলীউড অভিনেতা অনিল কাপুৰে
মনোৰঞ্জন

হলিউডৰ প্ৰকল্প কিয় প্ৰতাখ্যান কৰিলে জনপ্ৰিয় বলীউড অভিনেতা অনিল কাপুৰে

June 22, 2022
কইনাৰ ৰূপত ৰেম্পত খোজ কাঢ়িলে শ্বেহনাজ গিলে
মনোৰঞ্জন

কইনাৰ ৰূপত ৰেম্পত খোজ কাঢ়িলে শ্বেহনাজ গিলে

June 20, 2022
‘মুভি কৰে ত’ আগ, ৰেষ্টুৰেণ্ট কৰে ত’ পাপ?’
মনোৰঞ্জন

‘মুভি কৰে ত’ আগ, ৰেষ্টুৰেণ্ট কৰে ত’ পাপ?’

June 18, 2022
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে
মনোৰঞ্জন

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে

June 17, 2022
Next Post
কামলৈ যাবলৈ কোৱাৰ বাবে পত্নীক  চুৰীৰে হানি হত্যা কৰি স্বামীৰ আত্মহত্যা , ক’ত ঘটিল এই ঘটনা

কামলৈ যাবলৈ কোৱাৰ বাবে পত্নীক চুৰীৰে হানি হত্যা কৰি স্বামীৰ আত্মহত্যা , ক’ত ঘটিল এই ঘটনা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7