VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভেলেণ্টাইন ডে’ৰ পূর্বে একেলগে দেখা গ’ল ছাৰা-কার্তিকক, পুনৰ প্ৰেমৰ সম্পর্ক গঢ়িছে নেকি দুই তাৰকাই!!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 9, 2023
in মনোৰঞ্জন
ভেলেণ্টাইন ডে’ৰ পূর্বে একেলগে দেখা গ’ল ছাৰা-কার্তিকক, পুনৰ প্ৰেমৰ সম্পর্ক গঢ়িছে নেকি দুই তাৰকাই!!
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

ভেলেণ্টাইন ডে’ ৰ প্ৰাকক্ষণত বলীউডতো বলিছে প্ৰেমৰ বতাহ ৷ শেহতীয়াকৈ জয়ছলমেৰত সিদ্ধাৰ্থ আৰু কিয়াৰাই বিবাহ পাশত আৱদ্ধ হোৱাৰ সময়তে চর্চালৈ আহিছে বলিউডৰ আন এক যুটী ৷ তেওঁলোক হৈছে ছাৰা আলী খান আৰু কাৰ্তিক আৰিয়ান।  ভেলেণ্টাইন ডে’ৰ পূৰ্বে দুয়োকে একেলগে দেখা গৈছিল। যাৰ বাবে চর্চা আৰম্ভ হৈছে যে  তাৰকা দুগৰাকী  পুনৰ ওচৰ চাপি আহিছে নেকি?

শেহতীয়াকৈ দুয়ো গৰাকী একেলগে থকা ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ছবিখনত চাৰা আৰু কাৰ্তিকক ইজনে সিজনৰ লগত কথা পাতি থকা দেখা গৈছে। দুয়োৰে মুখত  হাঁহি। ছবিখনৰ পৰা স্পষ্ট হৈ পৰিছে যে দুয়োগৰাকী তাৰকাই ইজনে সিজনৰ সংগ উপভোগ কৰি আছে। বৰ্তমান ‘লাভ আজ কল’ যুটিটোৱে কোনো ছবিতে একেলগে কাম কৰা নাই। কিন্তু এই বৈঠক ব্যক্তিগত? কৌতুহলী হৈ পৰিছে অনুৰাগীসকল। ইতিমধ্যে ছ’চিয়েল মিডিয়াত দুয়োগৰাকী তাৰকাৰ সম্পৰ্কৰ কথা আৰম্ভ হৈছে। বহুতে কয় যে ছাৰা আৰু কাৰ্তিক ইজনে সিজনক  ভাল পায়।

ইমতিয়াজ আলীৰ ছবি ‘লাভ আজ কাল ২’ ২০২০ চনত মুক্তি লাভ কৰিছিল। সেই ছবিখনত একেলগে কাম কৰাৰ সময়তে ছাৰা আৰু কাৰ্তিকৰ ৰোমাঞ্চৰ উৰাবাতৰি ওলাইছিল। ছবিখনে দৰ্শকৰ মনত কোনো সাচ বহুৱাব নোৱাৰিলেও অভিনেতা দুগৰাকীৰ মাজৰ কেমিষ্ট্ৰীয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। পিছত কৰণ জোহৰৰ ‘কফী উইথ কৰণ শ্ব’ত ছাৰাইও কাৰ্তিকৰ সৈতে থকা সম্পৰ্ক স্বীকাৰ কৰে। কিন্তু সেই সম্পৰ্ক বেছি দিন নাথাকিল। আন এক অনুষ্ঠানত কাৰ্তিকে প্ৰকাশ কৰে যে তেওঁ ডেৰ বছৰ ধৰি অকলশৰীয়া হৈ আছে। সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছতো কেইবাবাৰো একেলগে দেখা গৈছে ছাৰা আৰু কাৰ্তিকক। বিভিন্ন বঁটা প্ৰদান অনুষ্ঠানৰ পৰা পাৰ্টিলৈকে, দুয়োজন তাৰকাক হাঁহি মাতি কথা পাতি থকা দেখা গৈছিল ৷ ১৪ ফেব্ৰুৱাৰীৰ আগতে চাৰা আৰু কাৰ্তিকৰ জীৱনলৈ প্ৰেম ঘূৰি আহিছে নেকি? আশাবাদী তাৰকা যুটিৰ অনুৰাগী।

Previous Post

জোখতকৈ চুটিকৈ কাটিলে মডেলৰ চুলি, ২ কোটি ক্ষতিপুৰণ দিবলৈ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ, চেলুন দ্বাৰস্থ উচ্চতম ন্যায়ালয়ৰ!

Next Post

হাতত নাই ধন, কান্ধত কঢ়িয়াই নিলে পত্নীৰ মৃতদেহ

Related Posts

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো  কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?
মনোৰঞ্জন

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?

March 31, 2023
অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত  অভিনয় কৰিব বাণী কাপুৰে
মনোৰঞ্জন

অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত অভিনয় কৰিব বাণী কাপুৰে

March 30, 2023
পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?
মনোৰঞ্জন

পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?

March 29, 2023
কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ
মনোৰঞ্জন

কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ

March 28, 2023
ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত
মনোৰঞ্জন

ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত

March 27, 2023
কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?
মনোৰঞ্জন

কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?

March 25, 2023
Next Post
হাতত নাই ধন, কান্ধত কঢ়িয়াই নিলে পত্নীৰ মৃতদেহ

হাতত নাই ধন, কান্ধত কঢ়িয়াই নিলে পত্নীৰ মৃতদেহ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7