VOICE 24x7
Sunday, January 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ ৭৭ বছৰ বয়সত দেহাৱসান, অভিনয় কৰিছিল বহু হিন্দী-মাৰাঠী ছবিত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 26, 2022
in মনোৰঞ্জন
প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ ৭৭ বছৰ বয়সত দেহাৱসান, অভিনয় কৰিছিল বহু হিন্দী-মাৰাঠী ছবিত
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

কেইবাখনো ছবিত অভিনয়েৰে হিন্দী ছবিজগতলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা প্ৰবীন অভিনেতা বিক্ৰম গোখলে আৰু নাই ৷ শনিবাৰে বিয়লি পুনেত ৭৭ বছৰ বয়সত মৃত্যু হয় প্ৰবীণ অভিনেতা গৰাকীৰ ৷ তেও চিকিৎসাধীন হৈ থকা  চিকিৎসালয়খনৰ আনুষ্ঠানিক বিবৃতিত এইদৰে কয় – “আমি এই কথা প্ৰকাশ কৰি অত্যন্ত দুখিত যে বিশিষ্ট অভিনেতা  বিক্ৰম গোখলেৰ আজি বিভিন্ন অংগ বিকলতাৰ বাবে দীননাথ মংগেশকাৰ চিকিৎসালয়ত মৃত্যু হৈছে। আমাৰ গভীৰ শোক প্ৰকাশ কৰিছো।” কিছুদিনৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ থকা অভিনেতাগৰাকী লাইফ চাপৰ্টত আছিল। বিক্ৰম গোখলেৰ মৃতদেহ বাল গন্ধৰ্ব শৱগৃহত ৰখা হ’ব ৷পৰিয়াল আৰু অনুৰাগীয়ে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত শনিবাৰে সন্ধিয়া ৬ বজাত পুনেৰ বৈকুণ্ঠ শ্মশানত অনুষ্ঠিত হ’ব অভিনেতাগৰাকীৰ শেষকৃত্য অনুষ্ঠান। চলিত সপ্তাহৰ আৰম্ভণিতে প্ৰবীণ অভিনেতা গৰাকীৰ মৃত্যুৰ উৰাবাতৰি প্ৰচাৰ হৈছিল ৷ তেওঁৰ কন্যাই  এই বাতৰি খণ্ডন কৰিছিল।

বিক্ৰম গোখলেই তেওঁৰ বিস্তৃত কেৰিয়াৰৰ সময়ছোৱাত মাৰাঠীৰ লগতে হিন্দী ছবিত অভিনয় কৰিছিল ৷  অমিতাভ বচ্চনৰ অগ্নিপথ, সঞ্জয় লীলা ভাঞ্চালীৰ হম দিল দে চুকে ছনম, মিছন মংগল, হিচকি, আইয়াৰী, বেং বেং!, দে ডানা ডান আৰু ভূল ভুলয়াৰ দৰে বহু ছবিত  তেওঁ অভিনয় কৰিছিল।হম দিল দে চুকে চনমত তেওঁ ঐশ্বর্য ৰায়ৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ ৪০ বছৰতকৈও অধিক সময়ৰ কেৰিয়াৰত তেওঁ কেইবাটাও টিভি শ্ব’তো অভিনয় কৰিছিল।

বিক্ৰম গোখলে ১৯৭১ চনত অমিতাভ বচ্চনৰ পাৰৱানা ছবিৰে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। ২০১০ চনত মাৰাঠী ছবি অনুমতিত কৰা কামৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। মাৰাঠী ছবি ‘আঘাট’ৰ জৰিয়তেও তেওঁ পৰিচালনাৰ ক্ষেত্ৰখনত খোজ দিয়ে ৷ অভিনেতাগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল মাৰাঠী ছবি গোদাৱৰীত। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ নিকাম্মা নামৰ ছবিত শিল্পা শ্বেট্টী আৰু অভিমন্যু দছানীৰ সৈতে অভিনয় কৰিছিল ।

Previous Post

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক প্ৰদান ৰাষ্ট্ৰীয় আইন দিৱস বটাঁ

Next Post

ছিৰাম ইনষ্টিটিউটৰ মালিকৰ ভেশ ধৰি লুটিলে ১ কোটি টকা, আৰক্ষীৰ জালত পৰিল ৭ অভিযুক্ত

Related Posts

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি
মনোৰঞ্জন

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি

January 28, 2023
বহুল ভাৱে চৰ্চিত দক্ষিণাত্যৰ তাৰকা ৰজনীকান্তৰ এটা বক্তব্য
মনোৰঞ্জন

বহুল ভাৱে চৰ্চিত দক্ষিণাত্যৰ তাৰকা ৰজনীকান্তৰ এটা বক্তব্য

January 27, 2023
কোন বাৰু এইগৰাকী বলীউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ?
মনোৰঞ্জন

কোন বাৰু এইগৰাকী বলীউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ?

January 26, 2023
‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ লাভ কৰাটো  সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে  হ’ব এক সোণালী মুহূৰ্ত
মনোৰঞ্জন

‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ লাভ কৰাটো সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে হ’ব এক সোণালী মুহূৰ্ত

January 25, 2023
বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল
মনোৰঞ্জন

বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল

January 24, 2023
মুক্তিলাভ কৰিলে  অক্ষয়-ইমৰাণ অভিনীত ছবি ‘চেলফি’ৰ ট্ৰেইলাৰে
মনোৰঞ্জন

মুক্তিলাভ কৰিলে অক্ষয়-ইমৰাণ অভিনীত ছবি ‘চেলফি’ৰ ট্ৰেইলাৰে

January 23, 2023
Next Post
ছিৰাম ইনষ্টিটিউটৰ মালিকৰ ভেশ ধৰি লুটিলে ১ কোটি টকা, আৰক্ষীৰ জালত পৰিল ৭ অভিযুক্ত

ছিৰাম ইনষ্টিটিউটৰ মালিকৰ ভেশ ধৰি লুটিলে ১ কোটি টকা, আৰক্ষীৰ জালত পৰিল ৭ অভিযুক্ত

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7