VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘বিক্ৰান্ত ৰোণা’ চলচ্চিত্ৰৰ প্ৰশংসাৰে পঞ্চমুখ দৰ্শক

আজি মুক্তি লাভ কৰিলে কিচ্চা সুদীপ অভিনীত ‘বিক্ৰান্ত ৰোণা’ই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 28, 2022
in মনোৰঞ্জন
‘বিক্ৰান্ত ৰোণা’ চলচ্চিত্ৰৰ  প্ৰশংসাৰে পঞ্চমুখ দৰ্শক
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

আজি মুক্তি লাভ কৰা কিচ্চা সুদীপ অভিনীত  একচন-এডভেঞ্চাৰ ‘বিক্ৰান্ত ৰোণা’ নামৰ চলচ্চিত্ৰখনে  সমগ্ৰ ভাৰতবৰ্ষৰ দৰ্শকসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। আজি  পৰ্দাত মুক্তি লাভ কৰা  চলচ্চিত্ৰখনত সুদীপে বিক্ৰান্ত ওৰফে লৰ্ড অফ দা ডাৰ্ক নামৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে তেওঁৰ শত্ৰুসকলক প্ৰতি মূহুৰ্ততে সন্ত্ৰস্ত কৰি ৰাখে ।

দৰ্শকক  আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা  ছবিখনত জেকলিন ফাৰ্ণাণ্ডেজ, নিৰুপ ভাণ্ডাৰী আৰু নীতা অশোক আদি অভিনেতা সকলেও শক্তিশালী অভিনয় কৰিছে। এইখন ভাৰতীয় চলচ্চিত্ৰ জগতত এখন   দুঃসাহসিক চলচ্চিত্ৰ যাক  সাগৰত নিৰ্মাণ কৰা হৈছে আৰু য’ত সুদীপ এজন আৰক্ষী যি প্ৰতিমূহুৰ্ততে নিজৰ কলিজাটো হাতত লৈ ফুৰে।

অনুপ ভাণ্ডাৰীৰ দ্বাৰা পৰিচালিত ছবিখনে  দৰ্শকৰ ওপৰত এক বৃহৎ প্ৰভাৱ পেলাইছে।আজি ৰাতিপুৱা চলচ্চিত্ৰখন উপভোগ কৰা  চিনেদৰ্শকসকলে দাবী কৰিছে যে কেজিএফ: অধ্যায় ২ আৰু আৰআৰআৰৰ পিছত কিচ্চা সুদীপ অভিনীত ছবিখনে তেওঁলোকক যথেষ্ট মনোৰঞ্জন দিবলৈ সক্ষম হৈছে । দৰ্শকে অনুভৱ কৰে যে চিনেমাটোগ্ৰাফী, ভিজুৱেল, একচন আৰু সংগীতকে আদি কৰে সামগ্ৰিক ভাৱেও  চলচ্চিত্ৰখনে সফলত  লাভ কৰিছে।

সামাজিক মাধ্যমত তেওঁলোকৰ মন্তব্যৰে  খলকনি তুলিছে দৰ্শকসকলে ৷ সামাজিক মাধ্যমৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে  যে বিজিএমত বেঙৰ দ্বাৰা সমৰ্থিত চমৎকাৰ ভিজুৱেল। আৰ আৰ আৰ  আৰু কেজিএফ২ৰ  পিছত  ভি.আৰ. হৈছে আন এখন মনোৰঞ্জনমূলক দক্ষিণ চলচ্চিত্ৰ য’ত চলচ্চিত্ৰকাহিনীয়ে নতুন উচ্চতা স্পৰ্শ কৰে।

আন এজনে কৈছে, “ভি আৰ’ ভাৰতৰ শ্ৰেষ্ঠ ৩ ডি চলচ্চিত্ৰৰ ভিতৰত এখন ৷

‘বিক্ৰান্ত ৰোণা ছবিখন’ ক জি ষ্টুডিঅ’ৰ দ্বাৰা উপস্থাপন কৰা হৈছে, জেক মঞ্জুনাথে শালিনী আৰ্টছৰ অধীনত ছবিখন প্ৰযোজনা কৰিছে ৷ আনহাতে  ইনভেনিঅ অৰিজিন্সৰ অলংকাৰ পাণ্ডিয়ানৰ দ্বাৰা সহ-প্ৰযোজিত আৰু অনুপ ভাণ্ডাৰীৰ দ্বাৰা পৰিচালিত  ছবিখন কানাড়া, তামিল, তেলেগু, মালায়ালম আৰু হিন্দীকে ধৰি মুঠ পাঁচটা ভাৰতীয় ভাষাত মুক্তি দিয়া হ’ব। ছবিখন ইতিমধ্যে পিভিআৰ পিকচাৰ্ছে উত্তৰ ভাৰতত বিতৰণ কৰিছে ৷

Previous Post

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ ঘোষণা- যিকোনো মুহুর্তত আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু

Next Post

২০৩৩ চনত মঙল গ্ৰহৰ শিল-মাটিৰ নমুনা অনা হ’ব পৃথিৱীলৈ, প্ৰেৰণ কৰা হ’ব হেলিকপ্টাৰ-ৰবট

Related Posts

শুভ জন্মদিন ‘প্ৰিন্স অৱ টলিউড’আৰু  ‘গ্ৰীক গড অৱ টলিউড’
মনোৰঞ্জন

শুভ জন্মদিন ‘প্ৰিন্স অৱ টলিউড’আৰু ‘গ্ৰীক গড অৱ টলিউড’

August 9, 2022
মুক্তি পালে ‘দিল্লী ক্ৰাইম চিজন ২’ ৰ ট্ৰেইলাৰ:
মনোৰঞ্জন

মুক্তি পালে ‘দিল্লী ক্ৰাইম চিজন ২’ ৰ ট্ৰেইলাৰ:

August 8, 2022
গাড়ী  দুৰ্ঘটনাত পতিত  অভিনেত্ৰী এনি হেচেক  চিকিৎসালয়ত ভৰ্তি
মনোৰঞ্জন

গাড়ী দুৰ্ঘটনাত পতিত অভিনেত্ৰী এনি হেচেক চিকিৎসালয়ত ভৰ্তি

August 6, 2022
“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”
মনোৰঞ্জন

“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”

August 5, 2022
‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ  বিশ্ব প্ৰিমিয়াৰত  অসম সন্তান  ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’
মনোৰঞ্জন

‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ বিশ্ব প্ৰিমিয়াৰত অসম সন্তান ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’

August 4, 2022
এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই
মনোৰঞ্জন

এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই

August 3, 2022
Next Post
২০৩৩ চনত  মঙল গ্ৰহৰ শিল-মাটিৰ নমুনা অনা হ’ব পৃথিৱীলৈ, প্ৰেৰণ কৰা হ’ব হেলিকপ্টাৰ-ৰবট

২০৩৩ চনত মঙল গ্ৰহৰ শিল-মাটিৰ নমুনা অনা হ’ব পৃথিৱীলৈ, প্ৰেৰণ কৰা হ’ব হেলিকপ্টাৰ-ৰবট

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7