VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কাৰাগাৰতে থাকিব লাগিব আপৰ মন্ত্ৰী সত্যেন্দৰ জৈন, নাকচ হ’ল জামিন আৱেদন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 17, 2022
in আইন
কাৰাগাৰতে থাকিব লাগিব আপৰ মন্ত্ৰী সত্যেন্দৰ জৈন, নাকচ হ’ল জামিন আৱেদন
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

এনফর্চমেণ্ট সঞ্চালকালয়ৰ (ইডি)ৰ তদন্ত চলি থকা ধন সৰবৰাহৰ গোচৰৰ অভিযুক্ত আপৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বৃহস্পতিবাৰে দিল্লীৰ এখন আদালতে জামিন নাকচ কৰে। বিশেষ ন্যায়াধীশৰ আদালতে এই গোচৰৰ সহ অভিযুক্ত বৈভৱ আৰু অংকুশ জৈনৰ জামিন নাকচ কৰে।৩০ মে’ত অবৈধ ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত  গ্ৰেপ্তাৰ কৰা  জৈন বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে ৷

ছেপ্টেম্বৰ মাহত যেতিয়া  অভিযুক্ত সকলৰ জামিনৰ শুনানি চূড়ান্ত পৰ্যায়ত আছিল, তেতিয়া ইডিয়ে পক্ষপাতিত্বৰ আশংকা উত্থাপন কৰাৰ লগতে বিশেষ ন্যায়াধীশ গীতাঞ্জলি গোৱেলৰ আদালতৰ পৰা নতুন ন্যায়াধীশলৈ গোচৰটো হস্তান্তৰ কৰাৰ বাবে আবেদন দাখিল কৰিছিল। ২৩ ছেপ্টেম্বৰত ইডিৰ আবেদনৰ অনুমতি প্ৰদান কৰে ৷

যদিও জৈন আৰু অন্যান্য অভিযুক্তই নতুন ন্যায়াধীশক হস্তান্তৰৰ অনুমতিক প্ৰত্যাহ্বান জনাইছিল, তথাপিও দিল্লী উচ্চ ন্যায়ালয়ে ১ অক্টোবৰত এই আবেদন নাকচ কৰি কয় যে বিচাৰ আদালতৰ ন্যায়াধীশৰ দ্বাৰা ইডিৰ পক্ষপাতিত্বৰ আশংকা যুক্তিসংগত ৷ ইয়াৰ  লগে লগে কাৰাগাৰতে  জৈন কাৰাগাৰতে আৱদ্ধ হৈ থাকিব লগীয়া হোৱাটো নিশ্চিত হ’ল ৷

 

 

Previous Post

শীঘ্ৰে বিয়াত বহিবলৈ সাজু তমান্না ভাটিয়া, কোন হ’ব দৰা

Next Post

গ্ৰীষ্মকালত অষ্ট্ৰিয়াৰ মনোমোহা  প্ৰাকৃতিক সৌন্দৰ্য্যই  আকৰ্ষণ কৰে সমগ্ৰ বিশ্ববাসীক

Related Posts

ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ
আইন

ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ

May 25, 2023
বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ
আইন

বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

May 19, 2023
চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?
আইন

চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?

May 17, 2023
‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’
আইন

‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’

May 17, 2023
প্ৰশাসনিক ক্ষমতা  থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়
আইন

প্ৰশাসনিক ক্ষমতা থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়

May 11, 2023
দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?
আইন

দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?

May 9, 2023
Next Post
গ্ৰীষ্মকালত অষ্ট্ৰিয়াৰ মনোমোহা  প্ৰাকৃতিক সৌন্দৰ্য্যই  আকৰ্ষণ কৰে সমগ্ৰ বিশ্ববাসীক

গ্ৰীষ্মকালত অষ্ট্ৰিয়াৰ মনোমোহা  প্ৰাকৃতিক সৌন্দৰ্য্যই  আকৰ্ষণ কৰে সমগ্ৰ বিশ্ববাসীক

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7