VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহিলা আৰু শিশুক যৌন উৎপীড়ন কৰাৰ বাবে আমেৰিকান পপ গায়ক কেলিক ৩০ বছৰৰ কাৰাদণ্ড

দোষী সাব্যস্ত হোৱাৰ ন মাহৰ পিছত কাৰাদণ্ডেৰে দণ্ডিত ৫৫ বছৰীয়া আমেৰিকান পপ গায়ক আৰ কেলী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 30, 2022
in আইন
মহিলা আৰু শিশুক যৌন উৎপীড়ন কৰাৰ বাবে  আমেৰিকান পপ গায়ক কেলিক ৩০ বছৰৰ কাৰাদণ্ড
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

মহিলা আৰু শিশুক কৰা যৌন উৎপীড়নৰ বাবে দোষী সাব্যস্ত হোৱাৰ ন মাহৰ পিছত, ৫৫ বছৰীয়া আমেৰিকান পপ গায়ক আৰ কেলীক বুধবাৰে (স্থানীয় সময়অনুসৰি) দণ্ডিত কৰা হয়।পপ গায়ক কেলীক ৩০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত  কৰা হৈছে।

জানিবপৰা মতে আৰ কেলীক বিগত বৰ্ষৰ ছেপ্টেম্বৰত নিউয়ৰ্কৰ আদালতে আঠগৰাকী মহিলা সৰবৰাহ কৰাৰ বাবে দোষী সাব্যস্ত কৰিছিল। তেতিয়াৰ পৰাই  তেওঁৰ শাস্তিৰ ওপৰত বিতৰ্ক চলি আহিছে।

তেওঁৰ বাবে আজীৱন কাৰাদণ্ড বিচাৰি আছিল অভিযোজকে।তেওঁ যুক্তি দিছিল যে তেওঁৰ ফান্দত অহা মহিলা আৰু শিশুসকলৰ ওপৰত গায়ক গৰাকীৰ  কোনো ধৰণৰ দয়া-মমতা নাছিল। তেওঁ  দুটা দশক ধৰি অত্যাচাৰ কৰিছিল মহিলা আৰি শিশুসকলক ।

আদালতৰ মতে  কেলীয়ে ১৯৯৪ চনত গায়িকা আলিয়াক বিয়া কৰাইছিল যেতিয়া তেওঁৰ বয়স মাত্ৰ ১৫ বছৰ আছিল।কিন্তু প্ৰমাণপত্ৰখনে তেতিয়া তেওঁক ১৮ বছৰ বয়সৰ বুলি দেখুৱাইছিল। অৱশ্যে পিছত তেওঁলোকৰ বিবাহ বাতিল কৰা হৈছিল। অৱশ্যে  ন বছৰৰ পিছত   আলিয়াৰ এখন বিমান দুৰ্ঘটনাত মৃত্যু হয়।

Previous Post

আজি বিশ্ব গ্ৰহাণু দিৱস , কিয় আৰু কেতিয়াৰ পৰা পালন কৰা হয় এই দিৱস!! গ্ৰহাণু কি আপুনি জানেনে ?

Next Post

‘মোক্ষ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ’লৈ অসমৰ চুটি ছবি ‘ সিহঁত দৌৰি গ’ল’

Related Posts

গুৱাহাটীত যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ গুৱাহাটী  উচ্চ ন্যায়ালয়ে  গঠন কৰিছে তিনিজনীয়া পেনেল
আইন

গুৱাহাটীত যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰিছে তিনিজনীয়া পেনেল

August 5, 2022
দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে ইউ ইউ ললিতৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ বর্তমানৰ মুখ্য ন্যায়াধীশৰ
আইন

দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে ইউ ইউ ললিতৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ বর্তমানৰ মুখ্য ন্যায়াধীশৰ

August 4, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

সন্তান জন্ম দিবলৈ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধীক ১৫ দিনৰ পেৰল উচ্চ ন্যায়ালয়ৰ, কি কাৰণত উচ্চতম ন্যায়লয়ত প্ৰত্যাহবান জনালে ৰাজস্থান চৰকাৰে

August 1, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

অসমসহ চাৰি ৰাজ্যত সমষ্টি পুনৰ নির্ধাৰণক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ , কি কি বিষয় দৃষ্টিগোচৰ কৰা হ’ল সর্বোচ্চ ন্যায়ালয়ৰ !!

July 26, 2022
মিডিয়াৰ ভুমিকাক কঠোৰ সমালোচনা  কৰি দেশৰ মুখ্য ন্যায়াধীশে ক’লে গণতন্ত্ৰ পিছুৱাই নিছে সংবাদমাধ্যমে
আইন

মিডিয়াৰ ভুমিকাক কঠোৰ সমালোচনা কৰি দেশৰ মুখ্য ন্যায়াধীশে ক’লে গণতন্ত্ৰ পিছুৱাই নিছে সংবাদমাধ্যমে

July 23, 2022
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ
আইন

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ

July 21, 2022
Next Post
‘মোক্ষ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ’লৈ অসমৰ চুটি ছবি ‘ সিহঁত দৌৰি গ’ল’

‘মোক্ষ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ’লৈ অসমৰ চুটি ছবি ‘ সিহঁত দৌৰি গ’ল’

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7