VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে বাচনি কৰা ১০ বিচাৰপতিৰ নাকচ কৰিলে কেন্দ্ৰই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 29, 2022
in আইন
পেগাছাছ কাণ্ডঃ পশ্চিমবংগ চৰকাৰে নিয়োগ কৰা আয়োগৰ তদন্তত  উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ১০ গৰাকী ন্যায়াধীশক উন্নীতকৰণৰ বাবে দিয়া পৰামৰ্শকেন্দ্ৰীয় চৰকাৰৰ পৰা গ্ৰহণ কৰা নাই। ২৫ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে ওভতাই  দিয়া ফাইলসমূহত ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বি এন কিৰপালৰ পুত্ৰ জ্যেষ্ঠ অধিবক্তা সৌৰভ কিৰপালৰ নামো সন্নিবিষ্ট হৈ আছে ৷ প্ৰকাশ পোৱা অনুসৰি  কলেজিয়ামে পুনৰ প্ৰেৰণ কৰা কৰা কিছুমান ন্যায়াধীশৰ ফাইলো ঘূৰাই দিয়া হৈছে।

চলিত মাহৰ আৰম্ভণিতে এনডিটিভিক দিয়া এক সাক্ষাৎকাৰত  কিৰপালে কয় যে তেওঁৰ যোগ্যতাক তেওঁ সমকামী বাবেই বিচাৰ কৰি চোৱা হোৱা নাই ৷৫০ বছৰীয়া  কিৰপালে এনডিটিভিক কয় যে চৰকাৰে মুকলিকৈ সমকামী বুলি প্ৰকাশ কৰা ব্যক্তিক বিচাৰপীঠত নিযুক্তি দিব বুলি মই নাভাবো ৷  ২০১৭ চনৰ পৰাই তেওঁৰ নিযুক্তি স্থবিৰ হৈ আছে ৷

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে  ন্যায়াধীশ নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত নতুনকৈ গুৰুত্ব আৰোপ কৰাৰ বাবে এই স্থবিৰতাৰ সৃষ্টি হৈছে।নিযুক্তিৰ ক্ষেত্ৰত আদালতে নিৰ্ধাৰন কৰি দিয়া সময়সীমাৰ  ভিতৰত “ইচ্ছাকৃতভাৱে” নিযুক্তি নিদিয়াৰ অভিযোগ উত্থাপন কৰি শীৰ্ষ আদালতত এখন আবেদন দাখিল কৰা হৈছে।ইয়াৰ পূৰ্বে আজি সন্ধিয়া উচ্চতম ন্যায়ালয়ে ন্যায়িক নিযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিলম্ব কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷

ন্যায়ালয়ে কয় যে কলেজিয়ামে এবাৰ এটা নাম পুনৰাবৃত্তি কৰিলেই সেয়া চূড়ান্ত ৷ ই (চৰকাৰে) নামবোৰ এনেদৰে বিচাৰাধীন কৰি ৰাখি সীমা অতিক্ৰম কৰিছে ৷ ন্যায়াধীশ এছ কে কৌল আৰু এ এছ অকাৰ বিচাৰপীঠে কয় যে এই সমস্যাটো সমাধান কৰক আৰু এই সন্দৰ্ভত তেওঁলোকক ন্যায়িক সিদ্ধান্ত ল’বলৈ যাতে বাধ্য নকৰায় ৷

কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে এই বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰি আঙুলিয়াই দিছে যে ১৯৯১ চনৰ পূৰ্বে চৰকাৰেই ন্যায়াধীশ নিযুক্তি দিছিল ৷ বৰ্তমানৰ ব্যৱস্থাটো আছিল এটা ন্যায়িক নির্দেশৰ ফলাফল ৷

 

Previous Post

সপ্তাহত চাৰিদিনকৈ কাম কৰিয়েই সম্পূর্ণ দৰমহা লাভ কৰিব কর্মচাৰীয়ে, কোনদেশত গ্ৰহণ কৰা হৈছে এই নতুন নিয়ম ?

Next Post

একেটা শিলতে খোদিত ২৪ ফুট ওখ অন্ধ্ৰ প্ৰদেশৰ বীৰ অঞ্জনেয় স্বামীৰ এই মন্দিৰ

Related Posts

আই আই টি খড়গপুৰত মৃত্য হোৱা অসমৰ ছাত্ৰ ফাইজানৰ বুকু আৰু মূৰত স্পষ্ট আঘাতৰ চিন , দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কলকাতা উচ্চ ন্যায়ালয়ত
আইন

আই আই টি খড়গপুৰত মৃত্য হোৱা অসমৰ ছাত্ৰ ফাইজানৰ বুকু আৰু মূৰত স্পষ্ট আঘাতৰ চিন , দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কলকাতা উচ্চ ন্যায়ালয়ত

June 6, 2023
ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ
আইন

ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ

May 25, 2023
বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ
আইন

বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

May 19, 2023
চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?
আইন

চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?

May 17, 2023
‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’
আইন

‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’

May 17, 2023
প্ৰশাসনিক ক্ষমতা  থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়
আইন

প্ৰশাসনিক ক্ষমতা থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়

May 11, 2023
Next Post
একেটা  শিলতে খোদিত  ২৪ ফুট  ওখ অন্ধ্ৰ প্ৰদেশৰ  বীৰ অঞ্জনেয় স্বামীৰ এই মন্দিৰ

একেটা শিলতে খোদিত ২৪ ফুট ওখ অন্ধ্ৰ প্ৰদেশৰ বীৰ অঞ্জনেয় স্বামীৰ এই মন্দিৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7