VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সতীন্দৰ জৈনৰ জামিন অস্বীকাৰ দিল্লী আদালতৰ

জৈনক জিম্মাত লোৱাৰ পিছত  তেওঁৰ সকলো দপ্তৰ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক আৱণ্টন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 18, 2022
in আইন
সতীন্দৰ জৈনৰ জামিন অস্বীকাৰ দিল্লী আদালতৰ
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

আজি দিল্লীৰ  আদালতে  মন্ত্ৰী সতীন্দৰ জৈনৰ জামিন আবেদন খাৰিজ কৰে ৷   ধন আত্মসাতৰ  গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল মন্ত্ৰী সতীন্দৰ জৈনক ৷

এই সন্দৰ্ভত বিশেষ ন্যায়াধীশ গীতাঞ্জলী গোৱেলে জৈনক জামিন দিয়াৰ কথা অস্বীকাৰ কৰি কয় যে, তেওঁক জামিন মঞ্জুৰ কৰাৰ বাবে মঞ্চখন উপযুক্ত নহয় ৷ আনহাতে  জামিনৰ আবেদন খাৰিজ কৰা হৈছে  বুলিও ন্যায়াধীশ গৰাকীয়ে  কয় ৷

জৈনক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল  ধন আত্মসাতৰ এটা গোচৰত । লগতে তেওঁক ধন আত্মসাৎ প্ৰতিৰোধ আইনৰ (পিএমএলএ) অপৰাধী ধাৰাৰ অধীনত জিম্মাত লোৱা হৈছিল। বৰ্তমান ন্যায়িক জিম্মাত আছে জৈন।

আনহাতে জৈনক জিম্মাত লোৱাৰ পিছত  তেওঁৰ সকলো দপ্তৰ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক আৱণ্টন কৰা হৈছিল।

Previous Post

‘মুভি কৰে ত’ আগ, ৰেষ্টুৰেণ্ট কৰে ত’ পাপ?’

Next Post

অসমৰ হিমা দাস, অম্লান বৰগোহাঁইলৈ বিত্তীয় সাহাৰ্য্য অসম এথলেটিকছ এছ’চিয়েশ্যনৰ

Related Posts

জিয়া খানৰ মাতৃ ৰাবিয়াৰ বিৰুদ্ধে জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰিবলৈ চিবিআই আদালতক অনুৰোধ জনাইছে সূৰজ পাঞ্চালীয়ে
আইন

জিয়া খানৰ মাতৃ ৰাবিয়াৰ বিৰুদ্ধে জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰিবলৈ চিবিআই আদালতক অনুৰোধ জনাইছে সূৰজ পাঞ্চালীয়ে

June 29, 2022
‘ছয় বছৰ বা ততোধিক শাস্তি পাবলগীয়া যিকোনো অপৰাধৰ সকলো ক্ষেত্ৰতে ফৰেনচিক তদন্ত হ’ব বাধ্যতামূলক’; কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ
আইন

‘ছয় বছৰ বা ততোধিক শাস্তি পাবলগীয়া যিকোনো অপৰাধৰ সকলো ক্ষেত্ৰতে ফৰেনচিক তদন্ত হ’ব বাধ্যতামূলক’; কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

June 27, 2022
দেশৰ উচ্চতম ন্যায়ালয়ে  স্কুলবাছৰ ক্ষেত্ৰত জাৰি কৰিছে কেইবাটাও নতুন  নিৰ্দেশনা
আইন

দেশৰ উচ্চতম ন্যায়ালয়ে স্কুলবাছৰ ক্ষেত্ৰত জাৰি কৰিছে কেইবাটাও নতুন নিৰ্দেশনা

June 25, 2022
অভিযুক্ত ‘বিশ্বপ’ৰ বিৰুদ্ধে কিয় আৰু কোনে বাতিল কৰিলে ‘পকচো’ গোচৰ ?
আইন

অভিযুক্ত ‘বিশ্বপ’ৰ বিৰুদ্ধে কিয় আৰু কোনে বাতিল কৰিলে ‘পকচো’ গোচৰ ?

June 15, 2022
নজিৰঃ একেদিনাই ১৯০ টা গোচৰৰ শুনানি গ্ৰহণ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ
আইন

নজিৰঃ একেদিনাই ১৯০ টা গোচৰৰ শুনানি গ্ৰহণ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ

June 10, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে ধেমালি কৰিছে আপোনালোকে – মেডিকেল কাউন্সেলিং কমিটীক কিয় ধমক দিলে উচ্চতম ন্যায়ালয়ে ?

June 8, 2022
Next Post
অসমৰ  হিমা দাস, অম্লান বৰগোহাঁইলৈ বিত্তীয় সাহাৰ্য্য অসম এথলেটিকছ এছ’চিয়েশ্যনৰ

অসমৰ হিমা দাস, অম্লান বৰগোহাঁইলৈ বিত্তীয় সাহাৰ্য্য অসম এথলেটিকছ এছ'চিয়েশ্যনৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7