VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটীত যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰিছে তিনিজনীয়া পেনেল

এগৰাকী মহিলাই দাখিল কৰা পিআইএলৰ শুনানিৰ সময়ত এই নিৰ্দেশনা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 5, 2022
in আইন
গুৱাহাটীত যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ গুৱাহাটী  উচ্চ ন্যায়ালয়ে  গঠন কৰিছে তিনিজনীয়া পেনেল
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

অসমৰ গুৱাহাটী চহৰত ভয়ংকৰ যান-বাহনৰ বিশৃংখলতা হ্ৰাস কৰিবলৈ গুৱাহাটী  উচ্চ ন্যায়ালয়ে  জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। ৰীতা দাস মজুমদাৰ নামৰ এগৰাকী মহিলাৰ দ্বাৰা দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন (পিআইএল)ৰ শুনানিৰ সময়তে এই  নিৰ্দেশনা জাৰি কৰে উচ্চ ন্যায়ালয়ে ৷ মজুমদাৰে তেওঁৰ আবেদনত উল্লেখ কৰিছিল যে কেনেদৰে যান-জঁটৰ ফলত মহানগৰীৰ লোকসকলৰ জীৱন অতি বিপদজনক হৈ পৰিছে।

সেয়েহে এই আবেদনৰ শুনানিৰ সময়ত আদালতে তিনিজন বিষয়াৰ এখন সমিতি গঠনৰ নিৰ্দেশ দিছে, যিয়ে  যান-জঁটৰ  মূল্যায়ন  কৰি চহৰখনত যান-জঁট নিয়ন্ত্ৰণৰ বাবে পৰামৰ্শ আগবঢ়াব।

উল্লেখযোগ্য যে তিনিজনীয়া সমিতিখনত থাকিব ডিচিপি (ট্ৰেফিক), গুৱাহাটী মহানগৰ, জিএমচিৰ উপায়ুক্ত আৰু অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ দ্বাৰা মনোনীত এজন বিষয়া । তদুপৰি, অসমৰ পৰিবহণ সচিব আদিল হুছেইন আৰু আইজিপি নিতুল গগৈক সমিতিখনৰ নোডেল বিষয়া হিচাপে মনোনীত কৰা  হৈছে।

সমিতিখনে গুৱাহাটী চহৰৰ মুখ্য পথ, বজাৰ আৰু অন্যান্য স্থান পৰিদৰ্শন কৰিব য’ত নিয়মীয়াকৈ যান-জঁট থাকে আৰু এনে অঞ্চলবোৰত যান-জঁটৰ সমস্যা সমাধানৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰিব।

উল্লেখ্য যে আদালতৰ নিৰ্দেশনা অনুযায়ী সমিতিৰ বিষয়াসকলক প্ৰয়োজন হ’লে এই উদ্দেশ্যৰ বাবে আৰক্ষী কৰ্মচাৰীৰ সহায় ল’বলৈ অনুমতি দিয়া হৈছে ।  জানিব পৰা মতে আদালতে পেনেলক তেওঁলোকৰ প্ৰাথমিক প্ৰতিবেদন ২২ আগষ্টত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

পদকৰ আশা সজীৱ কৰি ৰখা হিমাই আজি খেলিব ছেমি ফাইনেল

Related Posts

দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে ইউ ইউ ললিতৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ বর্তমানৰ মুখ্য ন্যায়াধীশৰ
আইন

দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে ইউ ইউ ললিতৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ বর্তমানৰ মুখ্য ন্যায়াধীশৰ

August 4, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

সন্তান জন্ম দিবলৈ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধীক ১৫ দিনৰ পেৰল উচ্চ ন্যায়ালয়ৰ, কি কাৰণত উচ্চতম ন্যায়লয়ত প্ৰত্যাহবান জনালে ৰাজস্থান চৰকাৰে

August 1, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

অসমসহ চাৰি ৰাজ্যত সমষ্টি পুনৰ নির্ধাৰণক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ , কি কি বিষয় দৃষ্টিগোচৰ কৰা হ’ল সর্বোচ্চ ন্যায়ালয়ৰ !!

July 26, 2022
মিডিয়াৰ ভুমিকাক কঠোৰ সমালোচনা  কৰি দেশৰ মুখ্য ন্যায়াধীশে ক’লে গণতন্ত্ৰ পিছুৱাই নিছে সংবাদমাধ্যমে
আইন

মিডিয়াৰ ভুমিকাক কঠোৰ সমালোচনা কৰি দেশৰ মুখ্য ন্যায়াধীশে ক’লে গণতন্ত্ৰ পিছুৱাই নিছে সংবাদমাধ্যমে

July 23, 2022
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ
আইন

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ

July 21, 2022
পত্নীক এটিএম হিচাপে ব্যৱহাৰ কৰাটো মানসিক নিৰ্যাতনৰ সমান: কৰ্ণাটক উচ্চ ন্যায়ালয়
আইন

পত্নীক এটিএম হিচাপে ব্যৱহাৰ কৰাটো মানসিক নিৰ্যাতনৰ সমান: কৰ্ণাটক উচ্চ ন্যায়ালয়

July 19, 2022
Next Post
পদকৰ আশা সজীৱ কৰি ৰখা  হিমাই আজি খেলিব ছেমি ফাইনেল

পদকৰ আশা সজীৱ কৰি ৰখা হিমাই আজি খেলিব ছেমি ফাইনেল

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7