VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অভিযুক্ত ‘বিশ্বপ’ৰ বিৰুদ্ধে কিয় আৰু কোনে বাতিল কৰিলে ‘পকচো’ গোচৰ ?

কিয় প্ৰত্যাহাৰ কৰা হ'ল প্ৰসন্ন কুমাৰ চেমুৱেলৰ বিৰুদ্ধে অপৰাধমূলক প্ৰক্ৰিয়া ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 15, 2022
in আইন
অভিযুক্ত ‘বিশ্বপ’ৰ বিৰুদ্ধে কিয় আৰু কোনে বাতিল কৰিলে ‘পকচো’ গোচৰ ?
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

আজি  কৰ্ণাটক উচ্চ ন্যায়ালয়ে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ অধীনত এটা গোচৰত অভিযুক্ত প্ৰসন্ন কুমাৰ চেমুৱেলৰ বিৰুদ্ধে অপৰাধমূলক প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিছে।চহৰখনৰ এখন বিদ্যালয়ৰ চৌহদত কিছুমান ছোৱালীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত ২০১৫ চনত ভাৰতীয় দণ্ডবিধি (আইপিচি) আৰু পকচো আইনৰ অধীনত প্ৰসন্ন কুমাৰ চেমুৱেলকে ধৰি পাঁচজন লোকৰ বিৰুদ্ধে  ৰুজু কৰা হৈছিল গোচৰ।

যদিও আৰক্ষীয়ে প্ৰসন্ন কুমাৰৰ বিৰুদ্ধে আৰোপ প্ৰত্যাহাৰ কৰিছিল কিন্তু বিচাৰৰ সময়ত  তেওঁক ২০১৭চনৰ ডিচেম্বৰত চৰকাৰী অধিবক্তাৰ দ্বাৰা দাখিল কৰা আবেদনৰ ভিত্তিত মাতি পঠোৱা হৈছিল।  উচ্চ ন্যায়ালয়ৰ সন্মুখত ই আছিল এক প্ৰত্যাহ্বান স্বৰূপ।

২৫ মে’ত কুমাৰৰ বিৰুদ্ধে প্ৰক্ৰিয়া বাতিল কৰাৰ সময়ত ন্যায়াধীশ হেমন্ত চন্দনাগৌদাৰে কয়, “অভিযোগপত্ৰৰ সামগ্ৰীয়ে এই কথা প্ৰকাশ নকৰে যে আবেদনকাৰীয়ে উপৰোক্ত অপৰাধ সংঘটিত কৰিছে আৰু লগতে তদন্তকাৰী বিষয়াই ১৯ নৱেম্বৰ, ২০১৯ ত এই আদালতৰ সন্মুখত বিশেষভাৱে কৈছে যে আবেদনকাৰীৰ বিৰুদ্ধে কোনো সামগ্ৰী উপলব্ধ নহয়।”

লগতে তেওঁ এনেদৰে কয় যে “অৱশ্যে, দণ্ডাধীশে অভিযোগপত্ৰৰ সামগ্ৰী অনুসৰণ নকৰাকৈ, নিজ চিন্তা অবিহনে চমন জাৰী কৰিছে আৰু সেইটো অনুমোদিত নহয় ,ই আইনৰ প্ৰক্ৰিয়াৰ অপব্যৱহাৰ,” ।

আনহাতে উক্ত ঘটনা সন্দৰ্ভত মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, নতুন চিডিএছৰ নিযুক্তি সোনকালেই কৰা হ’ব ৷ উল্লেখযোগ্য যে ,প্ৰসন্ন কুমাৰ চেমুৱেল দক্ষিণ ভাৰতৰ গীৰ্জাৰ (চিএছআই) কৰ্ণাটক চেণ্ট্ৰেল ডায়চিচ, বেংগালুৰুৰ এজন বিশ্বপ

Previous Post

পৃথিৱীৰ বাহিৰত বাস কৰা জীৱৰ সন্ধান লাভৰ দাবী চীনা বিজ্ঞানীৰ, বিশ্বৰ সর্ববৃহৎ ৰেডিঅ’ টেলিস্ক’পত ধৰা পৰিল সংকেত

Next Post

ভাৰত-ইজৰাইল-আৰৱক লৈ আমেৰিকাই গঠন কৰিলে নতুন গোট, কি কি ক্ষেত্ৰত কৰিব সহযোগিতা

Related Posts

সতীন্দৰ জৈনৰ জামিন অস্বীকাৰ দিল্লী আদালতৰ
আইন

সতীন্দৰ জৈনৰ জামিন অস্বীকাৰ দিল্লী আদালতৰ

June 18, 2022
নজিৰঃ একেদিনাই ১৯০ টা গোচৰৰ শুনানি গ্ৰহণ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ
আইন

নজিৰঃ একেদিনাই ১৯০ টা গোচৰৰ শুনানি গ্ৰহণ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ

June 10, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে ধেমালি কৰিছে আপোনালোকে – মেডিকেল কাউন্সেলিং কমিটীক কিয় ধমক দিলে উচ্চতম ন্যায়ালয়ে ?

June 8, 2022
নাবালকসকলৰ বাবে টেটু নিষিদ্ধ কৰিছে চীনা কৰ্তৃপক্ষই
আইন

নাবালকসকলৰ বাবে টেটু নিষিদ্ধ কৰিছে চীনা কৰ্তৃপক্ষই

June 7, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

জগন্নাথ মন্দিৰৰ আশে-পাশে নতুন নিৰ্মাণ-খননৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

June 3, 2022
সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা, জামিন দি এসপ্তাহ চৰবত আৰু খোৱাপানী  বিলাবলৈ কাক নির্দেশ দিলে আদালতে !
আইন

সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা, জামিন দি এসপ্তাহ চৰবত আৰু খোৱাপানী বিলাবলৈ কাক নির্দেশ দিলে আদালতে !

May 25, 2022
Next Post
ভাৰত-ইজৰাইল-আৰৱক লৈ আমেৰিকাই গঠন কৰিলে নতুন গোট, কি কি ক্ষেত্ৰত কৰিব সহযোগিতা

ভাৰত-ইজৰাইল-আৰৱক লৈ আমেৰিকাই গঠন কৰিলে নতুন গোট, কি কি ক্ষেত্ৰত কৰিব সহযোগিতা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7