VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমসহ চাৰি ৰাজ্যত সমষ্টি পুনৰ নির্ধাৰণক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ , কি কি বিষয় দৃষ্টিগোচৰ কৰা হ’ল সর্বোচ্চ ন্যায়ালয়ৰ !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 26, 2022
in আইন
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

অসমসহ চাৰি ৰাজ্যৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ  সীমা পুণৰ নির্ধাৰণক লৈ দেশৰ সর্বোচ্চ ন্যায়ালয়ত ৰুজু হৈছে গোচৰ ৷ অসম ,অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ সমষ্টিসমূহৰ সীমা  পুণৰ নির্ধাৰণক লৈ ৰুজু হৈছে এই গোচৰ ৷ উচ্চতম ন্যায়ালয়ে সোমবাৰে এক গোচৰৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰ , ৰাজ্য চৰকাৰ ,নির্বাচন আয়োগসহ অন্যান্য পক্ষসমূলৈ জাননী জাৰি কৰে ৷আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা অধিবক্তাই সমষ্টিসমূহৰ সীমা পুনৰ নির্ধাৰণৰ বাবে ২০২০ চনৰ  ২৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ নিৰ্দেশৰ  কথা উল্লেখ কৰে ৷ এই নির্দেশৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে  উত্তৰ-পূর্বাঞ্চলৰ  চাৰিখন ৰাজ্যত সীমা নিৰ্ধাৰণৰ কচৰৎ চলোৱাৰ অনুমতি দিছিল ৷ তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ মাৰ্চ মাহত সীমা নিৰ্ধাৰণ আয়োগ গঠন কৰিবলৈ অধিসূচনা জাৰি কৰিছিল।অধিবক্তাজনে এইবুলিও কয় যে  কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ লগতে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডতো বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ উদ্দেশ্যে আয়োগ গঠন কৰা হৈছে ৷ কিন্তু আয়োগৰ অনুশীলন কেৱল জম্মু-কাশ্মীৰতে সীমাবদ্ধ কৰি ৰখা হৈছে ৷

শুনানিৰ পিছত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, নির্বাচন আয়োগ আদিৰ পৰা সঁহাৰি বিচৰাৰ উপৰি  আবেদনকাৰীক উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ষ্টেণ্ডিং অধিবক্তাসকললৈ  আবেদন প্ৰেৰণৰ  অনুমতি প্ৰদান কৰে ৷

অধিবক্তা গাইচাংপৌ গাংমেইৰ জৰিয়তে দাখিল কৰা আবেদনখনত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ আৰু নাগালেণ্ড ৰাজ্যৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ অস্বীকাৰ কৰাটো অন্যায়, অযুক্তিকৰ আৰু অবৈধ বুলি উল্লেখ কৰা হৈছে। উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ আৰু নাগালেণ্ড ৰাজ্যৰ বাবে সীমা নিৰ্ধাৰণ দাবী সমিতিয়ে এই আবেদন দাখিল কৰিছে।

আবেদনখনত অভিযোগ কৰা অনুসৰি  ২০০২ চনত সীমা নিৰ্ধাৰণ আইন সংশোধন হোৱাৰ ইতিমধ্যে দুটা দশক অতিক্ৰম কৰাৰ পাছতো  আইন-শৃংখলাজনিত সমস্যা উদ্ভৱ  হোৱাৰ আশংকা কৰি উত্তৰ-পূবৰ চাৰিখন ৰাজ্য অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ আৰু নাগালেণ্ডত সমষ্টিসমূহৰ পুনৰ নির্ধাৰণ কৰা হোৱা নাই ৷

Previous Post

সোমবাৰে ৰণবীৰ কাপুৰ অভিনীত চামছেৰাৰ বুকিং ৭০ শতাংশ হ্ৰাস

Next Post

সেউজীয়া হাইড্ৰ’জেনৰ পৰা ভৱিষ্যতৰ বিনিয়োগলৈকে, কি ক’লে গৌতম আদানীয়ে ?

Related Posts

গুৱাহাটীত যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ গুৱাহাটী  উচ্চ ন্যায়ালয়ে  গঠন কৰিছে তিনিজনীয়া পেনেল
আইন

গুৱাহাটীত যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰিছে তিনিজনীয়া পেনেল

August 5, 2022
দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে ইউ ইউ ললিতৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ বর্তমানৰ মুখ্য ন্যায়াধীশৰ
আইন

দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে ইউ ইউ ললিতৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ বর্তমানৰ মুখ্য ন্যায়াধীশৰ

August 4, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

সন্তান জন্ম দিবলৈ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধীক ১৫ দিনৰ পেৰল উচ্চ ন্যায়ালয়ৰ, কি কাৰণত উচ্চতম ন্যায়লয়ত প্ৰত্যাহবান জনালে ৰাজস্থান চৰকাৰে

August 1, 2022
মিডিয়াৰ ভুমিকাক কঠোৰ সমালোচনা  কৰি দেশৰ মুখ্য ন্যায়াধীশে ক’লে গণতন্ত্ৰ পিছুৱাই নিছে সংবাদমাধ্যমে
আইন

মিডিয়াৰ ভুমিকাক কঠোৰ সমালোচনা কৰি দেশৰ মুখ্য ন্যায়াধীশে ক’লে গণতন্ত্ৰ পিছুৱাই নিছে সংবাদমাধ্যমে

July 23, 2022
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ
আইন

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ

July 21, 2022
পত্নীক এটিএম হিচাপে ব্যৱহাৰ কৰাটো মানসিক নিৰ্যাতনৰ সমান: কৰ্ণাটক উচ্চ ন্যায়ালয়
আইন

পত্নীক এটিএম হিচাপে ব্যৱহাৰ কৰাটো মানসিক নিৰ্যাতনৰ সমান: কৰ্ণাটক উচ্চ ন্যায়ালয়

July 19, 2022
Next Post
সেউজীয়া হাইড্ৰ’জেনৰ পৰা ভৱিষ্যতৰ বিনিয়োগলৈকে, কি ক’লে গৌতম আদানীয়ে ?

সেউজীয়া হাইড্ৰ'জেনৰ পৰা ভৱিষ্যতৰ বিনিয়োগলৈকে, কি ক'লে গৌতম আদানীয়ে ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7