VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

দেশদ্ৰোহ আইন স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নির্দেশ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 11, 2022
in আইন
মহিলাই মহিলাৰ বিৰুদ্ধে কৰা অপৰাধ অধিক গুৰুতৰ , কিয় ক’লে উচ্চতম ন্যায়ালয়ে
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

দেশদ্ৰোহৰ অভিযোগত বিভিন্ন সময়ত গ্ৰেপ্তাৰ হোৱা লোকসকলৰ বাবে আছে সুখবৰ ৷ দেশদ্ৰোহ আইনৰ বিৰুদ্ধে আজি এক ঐতিহাসিক নির্দেশ প্ৰদান কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে ৷ এটা গোচৰৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে চৰকাৰে এই আইনখন পুণৰীক্ষণ  নকৰা পর্যন্ত  স্থগিত ৰাখিবলৈ নির্দেশ দিছে ৷ উচ্চতম ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ নির্দেশত কয়  যে দেশদ্ৰোহৰ বাবে কাৰাগাৰত থকা সকলে জামিনৰ বাবে আদালতৰ কাষ চাপিব পাৰে।

তদুপৰি দেশদ্ৰোহৰ বাবে কোনো নতুন এজাহাৰ পঞ্জীয়ন কৰিব নোৱাৰিব  আৰক্ষীয়ে ৷ চৰকাৰে আইনখন পুনৰ বিবেচনা কৰাৰ সময়ত সকলো অমীমাংসিত গোচৰ স্থগিত ৰাখিব লাগিব ৷ মুখ্য ন্যায়াধীশ এন ভি ৰমনে কয়- “পৰৱৰ্তী পুনৰীক্ষণ  সমাপ্ত নোহোৱালৈকে আইনৰ এই ধাৰা ব্যৱহাৰ নকৰাটো উচিত হ’ব। আমি আশা কৰোঁ যে কেন্দ্ৰ আৰু ৰাজ্যই ১২৪ এ (দেশদ্ৰোহ আইন)ৰ অধীনত যিকোনো এজাহাৰ পঞ্জীয়ন কৰাৰ পৰা বিৰত থাকিব বা পুনৰ পৰীক্ষা সমাপ্ত নোহোৱালৈকে ইয়াৰ অধীনত  বিচাৰ প্ৰক্ৰিয়া আৰম্ভ নকৰিব ৷ যদি কোনো নতুন গোচৰ ৰুজু কৰা হয়, অভিযুক্তসকলে আদালতৰ কাষ চাপিব পাৰে। আইনৰ অপব্যৱহাৰ প্ৰতিহত কৰিবলৈ কেন্দ্ৰই ৰাজ্যসমূহক নিৰ্দেশনা প্ৰদান কৰাৰ স্বাধীনতা আছে।”

চৰকাৰে সোমবাৰে ব্ৰিটিছসকলে মহাত্মা গান্ধীৰ বিৰুদ্ধে ব্যৱহাৰ কৰা দেশদ্ৰোহী আইন পুনৰীক্ষণৰ সিদ্ধান্ত ঘোষণা কৰে। কিন্তু  আজি  কেন্দ্ৰই যুক্তি দিছিল যে যদিও এই আইনৰ পুণৰীক্ষণ হ’ব লাগে তৎসত্বেও ইয়াক  স্থগিত কৰিব  নালাগে।

আৱেদনকাৰীসকলক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে কয় যে সমগ্ৰ ভাৰতত ৮০০ৰো অধিক দেশদ্ৰোহৰ গোচৰ আছে আৰু ১৩,০০০ লোক কাৰাগাৰত আছে ৷ ভইচ ২৪*৭ ত এই আইনখনৰ সৱিশেষ সামৰি এক প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল ৷

 

Previous Post

গুণোৎসৱৰ আৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

Next Post

অশান্ত জর্জৰ শ্ৰীলংকালৈ সৈন্য প্ৰেৰণ নকৰে ভাৰতে , কি ক’লে উচ্চায়ুক্তই

Related Posts

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

ৰাজীৱ গান্ধীৰ হত্যাকাৰীক মুক্তি দিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

May 18, 2022
তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব এজন অসমীয়া
আইন

তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব এজন অসমীয়া

May 18, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

সময়মতে হ’ব নীট -পিজিৰ প্ৰৱেশ পৰীক্ষা, পিছুৱাই দিবলৈ কৰা আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 13, 2022
বাৰাণসীৰ মছজিদ চৌহদত থকা মন্দিৰত পূজা- অর্চনাৰ অনুমতি বিচাৰি আৱেদন, জৰীপৰ নির্দেশ আদালতৰ
আইন

বাৰাণসীৰ মছজিদ চৌহদত থকা মন্দিৰত পূজা- অর্চনাৰ অনুমতি বিচাৰি আৱেদন, জৰীপৰ নির্দেশ আদালতৰ

May 12, 2022
১৪ মে’ত ৰঙিয়াৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত
আইন

১৪ মে’ত ৰঙিয়াৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

May 5, 2022
মহিলাই মহিলাৰ বিৰুদ্ধে কৰা অপৰাধ অধিক গুৰুতৰ , কিয় ক’লে উচ্চতম ন্যায়ালয়ে
আইন

ক’ভিড ভেকচিন ল’বলৈ কাকো বাধ্য কৰাব নোৱাৰে- কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?

May 2, 2022
Next Post
অশান্ত জর্জৰ শ্ৰীলংকালৈ  সৈন্য প্ৰেৰণ নকৰে ভাৰতে , কি ক’লে উচ্চায়ুক্তই

অশান্ত জর্জৰ শ্ৰীলংকালৈ সৈন্য প্ৰেৰণ নকৰে ভাৰতে , কি ক’লে উচ্চায়ুক্তই

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7