VOICE 24x7
Friday, June 24, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ঋতু অনুসৰি শিলিখা বিভিন্ন দ্ৰব্যৰ লগত ব্যৱহাৰ হয় । কোন ঋতুত শিলিখা কেনেকৈ খালে অধিক উপকাৰ হয় জানো আহক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 23, 2022
in জীৱন
ঋতু অনুসৰি শিলিখা বিভিন্ন দ্ৰব্যৰ লগত ব্যৱহাৰ হয় । কোন ঋতুত শিলিখা কেনেকৈ খালে অধিক উপকাৰ হয় জানো আহক
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফল হ’ল শিলিখা। শিলিখাই সকলো বেমাৰ হৰি নিব পাৰে বাবে শিলিখাৰ অন্য এটা নাম হ’ল হৰীতকী। শিলিখাক অমৃতৰ সমান বুলিও কোৱা হয়।
জনবিশ্বাস আছে যে , গণেশ চতুৰ্দশীত হোম -যজ্ঞ শেষ হোৱাৰ পিছত ব্যৱহাৰ হোৱা শিলিখাৰ সামান্য পৰিমাণ খালেই সৰ্বপাপ নাশ হয় বুলি ভক্ত সকলে বিশাস কৰে।
শিলিখা গুণৰ আকৰ। শিলিখা অন্য খাদ্যদ্ৰব্যৰ লগত মিহলাই খালে তাৰ ফল ভিন্ন পোৱা যায়। অৰ্থাৎ শিলিখাৰ ফল ব্যৱহাৰ অনুসৰি গুণ বেলেগ হোৱা পৰিলক্ষিত হয়।

শিলিখা চোবাই খালে সহজে ভোক লাগে , অৰ্থাৎ হজম শক্তি বাঢ়ে।
শিলিখা ভাজি খালে বায়ু , পিত্ত আৰু কফ নাশ হয়।
শিলিখা পিহি পানীত তিয়াই পানীখিনি খালে কেঁচুমূৰীয়া আৰু গ্ৰহণী ৰোগ ভাল হয়।
শিলিখা সিজাই খালে মল সংগ্ৰহ কৰে।
শিলিখা নিমখৰ লগত খালে কফ নাশ আৰু হজম শক্তি বাঢ়ে।
শিলিখা চেনিৰ লগত খালে পিত্ত নাশ হয়।
শিলিখা পানীত তিয়াঁই ৰাখি সেই পানীৰে চকু ধুলে চকুৰ দৃষ্টি শক্তি বাঢ়ে।
শিলিখা ঘিউৰ লগত খালে বায়ু নাশ হয়।
শিলিখাৰ মাংসাল খিনি গুড়ত সিজাই খালে সকলো ৰোগ নাশ হয়।

ঋতু অনুসৰি শিলিখা বিভিন্ন দ্ৰব্যৰ লগত ব্যৱহাৰ হয় আৰু সেইমতে ভিন্ন গুণ পোৱা যায়।

বাৰিষা কালত নিমখৰ লগত।
শৰৎ কালত চেনিৰ লগত।
শীতকালত শুকান আদাৰ পাউদাৰৰ লগত ।
শীতৰ শেষত পিপলিৰ লগত।
বসন্ত কালত মৌৰ লগত।
শিলিখা বিভিন্ন ঋতুত বিভিন্ন দ্ৰব্যৰ লগত খালে সকলো ধৰণৰ ৰোগ ভাল হয় আৰু দিৰ্ঘায়ু হয়।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

এতিয়া আমৰ বতৰ। গাওঁ -চহৰত উভৈনদী হৈ আছে ধুনীয়া ধুনীয়া আম। আম খোৱাৰ আগতে জানি লওঁক আমৰ বিষয়ে
জীৱন

এতিয়া আমৰ বতৰ। গাওঁ -চহৰত উভৈনদী হৈ আছে ধুনীয়া ধুনীয়া আম। আম খোৱাৰ আগতে জানি লওঁক আমৰ বিষয়ে

June 24, 2022
১০ ছেকেণ্ডলৈকে এখন ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰা ব্যক্তিৰ মৃত্যুৰ আশংকা অধিক , কি কি তথ্য পোহৰলৈ আহিছে নতুন গৱেষণাত !!
জীৱন

১০ ছেকেণ্ডলৈকে এখন ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰা ব্যক্তিৰ মৃত্যুৰ আশংকা অধিক , কি কি তথ্য পোহৰলৈ আহিছে নতুন গৱেষণাত !!

June 23, 2022
যি কোনো বয়সতে এই ৰোগ হ’ব পাৰে যদিও শিশু সকলক সাধাৰণতে এই ৰোগে বেছিকৈ আক্ৰমণ কৰে। জানো আহকচোন ৰোগৰ বিষয়ে আৰু প্ৰতিকাৰৰ উপায়
জীৱন

যি কোনো বয়সতে এই ৰোগ হ’ব পাৰে যদিও শিশু সকলক সাধাৰণতে এই ৰোগে বেছিকৈ আক্ৰমণ কৰে। জানো আহকচোন ৰোগৰ বিষয়ে আৰু প্ৰতিকাৰৰ উপায়

June 22, 2022
সৌন্দৰ্যৰ ৰাণী বগা গোলাপ সুগন্ধিদায়ক হোৱাৰ উপৰিও আছে ঔষধি গুণ – জানো আহকচোন
জীৱন

প্ৰেমৰ প্ৰতীক গোলাপক ফুলৰ ৰাণী বুলি কোৱা হয়। সৌন্দৰ্যময়ী গোলাপৰো আছে আৰু বহুত নজনা কথা

June 21, 2022
আপোনাৰ বাৰু কলেষ্টেৰল হৈছে নেকি?
জীৱন

আপোনাৰ বাৰু কলেষ্টেৰল হৈছে নেকি?

June 20, 2022
জণ্ডিছ ৰোগী সকলে এই পাচলি বিধক পথ্য হিচাপে গ্ৰহণ কৰিব পাৰে। জানো আহকচোন বতৰৰ এই পাচলি বিধৰ বিষয়ে
জীৱন

জণ্ডিছ ৰোগী সকলে এই পাচলি বিধক পথ্য হিচাপে গ্ৰহণ কৰিব পাৰে। জানো আহকচোন বতৰৰ এই পাচলি বিধৰ বিষয়ে

June 18, 2022
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7