VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গোল নেমু বহুত বেমাৰৰ মহৌষধ স্বৰূপ হোৱাৰ উপৰিও গোল নেমুৰ আছে আৰু কিছু বিশেষ কথা।জানো আহক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 5, 2022
in জীৱন
স্বাস্থ্যৰ ক্ষেত্ৰত নেমুৰ উপকাৰিতা
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

১)    ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে গোল নেমুৰ ৰস ৫ চামুচ খোৱাৰ উপৰি গোল নেমুৰ ৰস  শালমইনা হোৱা ঠাইত সানিলে মুখৰ শালমইনা নোহোৱা হয়।

২)     আঙুলহাৰা ৰোগত গোল নেমু এটাৰ মধ্য অংশত এটা বিন্ধা কৰি বেমাৰ হোৱা আঙুলিটো তাত কিছু সময় ভৰাই ৰাখিলে যন্ত্ৰনা লাঘব হয়।

৩)     ভৰিত উপচোকা লাগিলে গোল নেমু এটা ফালি উপচোকা হোৱা ঠাইত সানিব লাগে।

৪)      কোনো কীট-পতঙ্গই কামুৰিলে গোল নেমুৰ ৰস সানিলে জ্বলনি পোৰণি নোহোৱা হয়।

৫)      শৰীৰত গোল নেমুৰ ৰস সানিলে গাত মহে কামুৰিব নোৱাৰে।

৬)      কোনো বিষাক্ত ফল খালে গোল নেমুৰ ৰস খালে সুফল পোৱা যায়।

৭)       গৰমৰ দিনত গাৰ দুৰ্গন্ধ নাইকীয়া কৰি সুগন্ধি কৰিবৰ বাবে গা ধোৱা পানীত গোল নেমুৰ ৰস মিহলি কৰি গা ধুব লাগে।

৮)       কঁকালৰ বিষ , গাঁঠিৰ বিষ , ভৰিৰ বুঢ়া আঙুলি উখহা আদিত গোল নেমুৰ ৰস ব্যৱহাৰ কৰিলে সুফল পাব পাৰি।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক
জীৱন

চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক

August 6, 2022
তুলসীৰ ১০ টা বিস্ময়কৰ ঔষধি গুণ
জীৱন

তুলসী গছক কিয় তীৰ্থৰ দৰে পৱিত্ৰ গছ বুলি কোৱা হয় জানেনে বাৰু ? আপোনাৰ চোতালত থকা তুলসী জোপায় কিহৰ সংকেত দিয়ে , জানো আহক

August 4, 2022
নিম্ন ৰক্তচাপত ভূগি আছে নেকি? ঘৰুৱা পদ্ধতিৰে নিৰাময় কঁৰো আহক
জীৱন

নিম্ন ৰক্তচাপত ভূগি আছে নেকি? ঘৰুৱা পদ্ধতিৰে নিৰাময় কঁৰো আহক

August 2, 2022
তিতাকেৰেলা খাবলৈ তিতা যদিও ইয়াৰ ঔষধি গুণ জানিলে আপোনাৰ মন মিঠা হৈ পৰিব
জীৱন

তিতাকেৰেলা খাবলৈ তিতা যদিও ইয়াৰ ঔষধি গুণ জানিলে আপোনাৰ মন মিঠা হৈ পৰিব

August 1, 2022
আমাৰ শৰীৰৰ কিছুমান সমস্যা ঘৰুৱা উপায়েৰেও আমি সমাধান কৰিব পাৰোঁ। জানো আহক-
জীৱন

আমাৰ শৰীৰৰ কিছুমান সমস্যা ঘৰুৱা উপায়েৰেও আমি সমাধান কৰিব পাৰোঁ। জানো আহক-

July 30, 2022
এটা সুস্থ নিৰোগী শৰীৰৰ অধিকাৰী কেনেকৈ হ’ব জানো আহক
জীৱন

এটা সুস্থ নিৰোগী শৰীৰৰ অধিকাৰী কেনেকৈ হ’ব জানো আহক

July 29, 2022
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7