VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটীৰ “মাজুলীৰ এসাঁজ”ৰ প্ৰতিস্থাপক তথা স্বত্বাধিকাৰী ৰাজীৱ বৰাৰ মৃত্যু

দীৰ্ঘদিন বৃক্ক ৰোগত ভূগি থকা ৰাজীৱ বৰাই আজি পুৱা কলিকতাত ইহলীলা সম্বৰণ কৰে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 10, 2022
in জীৱন
গুৱাহাটীৰ “মাজুলীৰ এসাঁজ”ৰ প্ৰতিস্থাপক তথা স্বত্বাধিকাৰী ৰাজীৱ বৰাৰ মৃত্যু
0
SHARES
40
VIEWS
Share on FacebookShare on Twitter

অসমৰ এগৰাকী সাংস্কৃতিক কৰ্মী তথা গুৱাহাটীৰ  এখন প্ৰতিস্থিত আৰু প্ৰখ্যাত “মাজুলীৰ এসাঁজ” নামৰ থলুৱা অসমীয়া খাদ্যৰ ৰেষ্টুৰাঁখনৰ প্ৰতিস্থাপক তথা স্বত্বাধিকাৰী ৰাজীৱ বৰাৰ মৃত্যুত শোকস্তব্ধ অসমবাসী ৷আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী ,সকলোৰে প্ৰিয়ভাজন ৰাজীৱ বৰা এজন সক্ৰিয় সাংস্কৃতিক কৰ্মীও ৷

সত্ৰীয়া নৃত্য, খোল বাদ্য তথা বৰগীতকে ধৰি মহাপুৰুষ গুৰুদুজনাৰ সৃষ্ট সংস্কৃতিৰ বিশদ জ্ঞানেৰে পৰিপূৰ্ণ ৰাজীৱ বৰাই আজি পুৱা কলিকতাৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘ সময় ধৰি বৃক্ক ৰোগৰ জৰিয়তে জীৱন-মৰণৰ সতে যুঁজি থকা ব্যক্তি গৰাকীয়ে মৃত্যুৰ  সময়ত তেওঁৰ পত্নী নিৱেদিতা শৰ্মা আৰু  পুত্ৰ জোনাকীমনক এৰি থৈ যায় ৷

 

তেখেতৰ মৃত্যুত সামাজিক মাধ্যম যোগে গভীৰ  শোক প্ৰকাশ কৰাৰ লগতে শোকস্তব্ধ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে অসমৰ বহুকেইজন জ্যেষ্ঠশিল্পীৰ লগতে তেওঁৰ বন্ধুবৰ্গ আৰু  অনুৰাগী সকলে ৷

ৰাজীৱ বৰাৰ  নশ্বৰ দেহ এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে গুৱাহাটীলৈ অনাৰ যো জা চলি আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে ।

Previous Post

নতুন ৰূপ লৈ আধুনিক নক্সালে প্ৰৱেশৰ চেষ্টা কৰিছে গুজৰাটত, নাম নোলোৱাকৈ আপক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

Next Post

জনপ্ৰিয় ক্ৰিকেটাৰ ধোনীয়ে মুকলি কৰিলে ভাৰতত তৈয়াৰী ‘দ্ৰোণী ড্ৰোন’

Related Posts

কভিড ভেকচিন লোৱাৰ পিছত যুৱক-যুৱতীসকলৰ হাৰ্ট এটেকৰ আশংকা বাঢ়িছে নেকি? আইচিএমআৰৰগৱেষণাত কি তথ্য পোহৰলৈ আহিছে !!
জীৱন

কভিড ভেকচিন লোৱাৰ পিছত যুৱক-যুৱতীসকলৰ হাৰ্ট এটেকৰ আশংকা বাঢ়িছে নেকি? আইচিএমআৰৰগৱেষণাত কি তথ্য পোহৰলৈ আহিছে !!

November 1, 2023
স্বাস্থ্য নহয়, মনো বেয়া হ’ব পাৰে আপোনাৰ পোহনীয়া কুকুৰটোৰ? কি  কামৰ পৰা বিৰত থাকি আপোনাৰ পোহনীয়া জন্তুটোৰ মন ভালে ৰাখিব পাৰি জানেনে ?
জীৱন

স্বাস্থ্য নহয়, মনো বেয়া হ’ব পাৰে আপোনাৰ পোহনীয়া কুকুৰটোৰ? কি কামৰ পৰা বিৰত থাকি আপোনাৰ পোহনীয়া জন্তুটোৰ মন ভালে ৰাখিব পাৰি জানেনে ?

October 11, 2023
ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয়  সাপ্তাহিক বন্ধ
জীৱন

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

August 19, 2023
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’
জীৱন

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

August 19, 2023
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
Next Post
জনপ্ৰিয় ক্ৰিকেটাৰ ধোনীয়ে মুকলি কৰিলে ভাৰতত তৈয়াৰী ‘দ্ৰোণী ড্ৰোন’

জনপ্ৰিয় ক্ৰিকেটাৰ ধোনীয়ে মুকলি কৰিলে ভাৰতত তৈয়াৰী 'দ্ৰোণী ড্ৰোন'

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7