VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিশা খোৱাৰ পিছত অস্বস্তি পায় নেকি? ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত কি কি খাদ্য পৰিহাৰ কৰিব লাগে?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 10, 2023
in জীৱন
নিশা খোৱাৰ পিছত অস্বস্তি পায় নেকি? ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত কি কি খাদ্য পৰিহাৰ কৰিব লাগে?
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

 

শৰীৰৰ যত্ন ল’বলৈ স্বাস্থ্যসন্মত খাদ্যাভ্যাস অতি জৰুৰী। পুষ্টিবিদৰ পৰা ডাক্তৰলৈকে সকলোৱে সেই কথাত একমত প্ৰকাশ কৰি আহিছে । খাদ্যত উপস্থিত থকা বিভিন্ন পুষ্টিকৰ উপাদানে শৰীৰক ভিতৰৰ পৰা সুস্থ কৰি ৰখাত সহায় কৰে। গতিকে খাদ্য খোৱাৰ ক্ষেত্ৰত নিয়ম বর্তাই ৰাখিলৈ  চিকিৎসকে পৰামর্শ প্ৰদান কৰে ৷ আপুনি কি খায় যিমানে গুৰুত্বপূৰ্ণ, কেতিয়া খায় সেয়াও সিমানেই গুৰুত্বপূৰ্ণ। দিনটোৰ যিকোনো সময়তে আপুনি বিচৰা সকলো খাদ্য খাব নোৱাৰে। ই বিপৰীতমুখী প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। কিছুমান বিশেষ খাদ্য আছে, যিবোৰ নিশা পৰিহাৰ কৰাটো ভাল।

দৈ

 

ৰাতি দৈ খোৱাৰ পিছত বহু লোকৰ পাচনতন্ত্ৰৰ সমস্যা হয়। বিশেষকৈ যিসকলৰ চৰ্দি আৰু কাহত আক্ৰান্ত তেওঁলোকে ৰাতি  দৈ নাখালে ভাল। চিকিৎসকে কয় যে সূৰ্যাস্তৰ পিছত দৈ খালে শৰীৰৰ ভিতৰত শ্লেষ্মা জমা হ’বলৈ আৰম্ভ কৰে। ফলত চৰ্দি আৰু কাহৰ প্ৰাদুৰ্ভাৱ স্বাভাৱিকতে বাঢ়ি যায়।

 

আটা-ময়দা

 

ৰাতি বহু ঘৰত ৰুটি থাকে। কোৰোবাৰ ঘৰত আটাৰ ৰুটি থাকে, কোৰাবাৰ ঘৰত ময়দাৰ ৰুটি খাবলৈ পছন্দ কৰে। কিন্তু আটাৰে তৈয়াৰী যিকোনো খাদ্য হজম হ’বলৈ বহু সময় লাগে। যিসকলৰ ৰাতি দেৰিকৈ খোৱাৰ অভ্যাস আছে, তেওঁলোকে ৰাতি আটা ভিত্তিক খাদ্য নোখোৱাই ভাল। পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰে। মেদবহুলতাও এক বিপদজনক।

 

চালাড

 

খাদ্যৰ সৈতে বহুতে ৰাতি চালাড খায়। কিন্তু কেঁচা শাক-পাচলিৰ চালাড ৰাতি খাব নালাগে। শাক-পাচলিত প্ৰচুৰ পৰিমাণে আঁহ থাকে। বহুতে ৰাতি আঁহ হজম কৰাত অসুবিধা পায়। দুপৰীয়া বা ৰাতিপুৱা কেঁচা চালাড খাওক ৷

কফি

 

কফিত  অধিক পৰিমাণে কেফেইন থাকে। ৰাতি চকলেট, কফিৰ দৰে বস্তু খালে কেফেইনৰ বাবে টোপনিৰ অসুবিধা হ’ব পাৰে। বহুতৰে ৰাতি কাম কৰাৰ অভ্যাস আছে। টোপনি নোহোৱা কৰিবলৈ কাপৰ পিছত কাপ কফি সেৱন কৰে । এই অভ্যাসৰ ফলত অনিদ্ৰা হ’ব পাৰে।

Previous Post

অভিলেখ সৃষ্টি কৰি চীনৰ ৰাষ্ট্ৰপতি হিচাপে তৃতীয়বাৰৰ বাবে নির্বাচিত জি জিনপিং

Next Post

মাওবাদীৰ সৈতে সংঘৰ্ষ, ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত গুলীৱিদ্ধ দুই কোব্ৰা

Related Posts

এছপিএফ ৩০, ৪০, ৫০, ইমানবোৰ ধৰণৰ ছানস্ক্ৰীণ! কোনটো আপোনাৰ ছালৰ লগত খাপ খুৱাই কেনেধৰণৰ ছাণস্ক্ৰীণ ব্যৱহাৰ কৰিলে সুফল পাব ?
জীৱন

এছপিএফ ৩০, ৪০, ৫০, ইমানবোৰ ধৰণৰ ছানস্ক্ৰীণ! কোনটো আপোনাৰ ছালৰ লগত খাপ খুৱাই কেনেধৰণৰ ছাণস্ক্ৰীণ ব্যৱহাৰ কৰিলে সুফল পাব ?

March 31, 2023
পুৰুষতকৈ মহিলাৰ গড় আয়ুস কিয় বেছি? নতুন গৱেষণাই উদ্ভাৱন কৰিছে ৰহস্য
জীৱন

পুৰুষতকৈ মহিলাৰ গড় আয়ুস কিয় বেছি? নতুন গৱেষণাই উদ্ভাৱন কৰিছে ৰহস্য

March 30, 2023
আঠুৰ বিষত কষ্ট পাই আছে নেকি ? কি কাৰণত আঠুৰ বিষ হয় জানেনে বাৰু ?
জীৱন

আঠুৰ বিষত খোজ কাঢ়িব পৰা নাই নেকি ? কেনেকৈ সকাহ পাব জানো আহকচোন

March 30, 2023
বিৰাট- ৰণবীৰৰ দৰে দাড়ি ৰাখিব বিচাৰে নেকি ? গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?
জীৱন

বিৰাট- ৰণবীৰৰ দৰে দাড়ি ৰাখিব বিচাৰে নেকি ? গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?

March 28, 2023
শয়ন কক্ষ কোন দিশত হ’লে সুখ সমৃদ্ধি বাঢ়ে , জানো আহক
জীৱন

টোপনিৰ পৰা উঠি ভুলতেও এই বস্তুবোৰ নাচাব। নহ’লে জীৱনত দুৰ্দশাই এৰি নিদিব

March 28, 2023
সোঁ হাতৰ তলুৱাত ‘ M ‘ চিহ্ন আছে নেকি ? যদি আছে কি হয় জানেনে বাৰু ?
জীৱন

সোঁ হাতৰ তলুৱাত ‘ M ‘ চিহ্ন আছে নেকি ? যদি আছে কি হয় জানেনে বাৰু ?

March 25, 2023
Next Post
মাওবাদীৰ সৈতে সংঘৰ্ষ, ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত গুলীৱিদ্ধ দুই কোব্ৰা

মাওবাদীৰ সৈতে সংঘৰ্ষ, ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত গুলীৱিদ্ধ দুই কোব্ৰা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7