VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ফেন উঠিলেই ভালনে !! চুলিৰ যত্নৰ বাবে কেনেধৰণৰ শ্বেম্পু ব্যৱহাৰ কৰিব?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 11, 2023
in জীৱন
ফেন উঠিলেই ভালনে !! চুলিৰ যত্নৰ বাবে  কেনেধৰণৰ শ্বেম্পু ব্যৱহাৰ কৰিব?
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

ঘৰুৱা ঔষধৰ বাহিৰেও চুলিৰ যত্নৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ তিনিটা প্ৰসাধন সামগ্ৰী হ’ল তেল, চেম্পু আৰু কণ্ডিচনাৰ। ডাক্তৰৰ পৰা আৰম্ভ কৰি বিউটিচিয়ানলৈকে সকলোৱে ৰাসায়নিক মুক্ত প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। নামী ব্ৰেণ্ড হওক বা সাধাৰণ চেম্পু হওক, বেছিভাগ ক্ষেত্ৰতে ৰাসায়নিক পদাৰ্থ থাকে। বিশেষকৈ চেম্পুত ছালফেটৰ ব্যৱহাৰৰ বিষয়ে বহুতৰে মতামত বেলেগ বেলেগ। কিছুমানৰ মতে এই যৌগটোৱে চুলি বা মূৰৰ ছাল অত্যধিক শুকান কৰি তোলে। একাংশৰ মতে মূৰৰ ছালত জমা হোৱা ধূলি পৰিষ্কাৰ কৰিবলৈ ছালফেট অতি গুৰুত্বপূৰ্ণ। কিন্তু এই যৌগটো কিয় শ্বেম্পুত দিয়া হয় জানেনে?

 

এই ছালফেট কি?

 

কেৱল শ্বেম্পু নহয়, যিকোনো চাফাই সামগ্ৰীত এই যৌগ থাকে। ‘ছডিয়াম ল’ৰিল ছালফেট’ আৰু ‘ছডিয়াম ল’ৰেথ ছালফেট’ হৈছে চেম্পুত সাধাৰণতে ব্যৱহাৰ কৰা দুবিধ ছালফেট। বাহ্যিক ধূলি আৰু প্ৰদূষণৰ লগতে মূৰৰ ছালৰ পৰা প্ৰাকৃতিকভাৱে নিৰ্গত হোৱা তেলে মূৰৰ ছালৰ ক্ষতি কৰে। যদি শ্বেম্পু কৰাৰ সময়ত মূৰত ফেন কম হয়, তেন্তে বুজিব লাগে যে চেম্পুত যথেষ্ট পৰিমাণৰ ‘এছ এল এছ’ থাকে।

 

এনে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰৰ পৰা কোন বিৰত থাকিব লাগে?

 

যদিও ই মূৰৰ ছালখন অতি ভালদৰে পৰিষ্কাৰ কৰিব পাৰে, তথাপিও এই ছালফেটে সংবেদনশীল ছালৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। ‘আমেৰিকান একাডেমী অৱ ডাৰ্মেট’লজী’ৰ তথ্য অনুসৰি যদি কাৰোবাৰ পূৰ্বৰ যিকোনো ধৰণৰ ছালৰ এলাৰ্জীৰ ইতিহাস আছে তেন্তে তেওঁলোকে এনে প্ৰসাধন সামগ্ৰী ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে। লগতে যিবোৰ প্ৰসাধন সামগ্ৰীৰ গোন্ধ প্ৰবল আৰু ‘আলফা-হাইড্ৰক্সি এচিড’ থাকে সেইবোৰ ব্যৱহাৰ কৰাটো ভাল। ছালৰ ফোহা, খজুৱতি, ৰঙা পৰা বা যিকোনো সংক্ৰমণ হ’লে এই ৰাসায়নিক ভিত্তিক প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰিব। ছালফেট মুক্ত শ্বেম্পু ব্যয়বহুল যদিও ছালৰ বাবে ভাল।

 

Previous Post

দ্বিতীয় বিশ্বযুদ্ধৰ বোমা নিষ্ক্ৰিয় কৰাৰ সময়ত শক্তিশালী বিস্ফোৰণে কপাঁই তুলিলে ব্ৰিটিছ চহৰ

Next Post

আপোনাৰ পচন্দ বাতৰি কি ? বৰ্তমান যেন নিউজ নহয় ভিউজহে; কিন্তু কিয় এনে হ’বলৈ পাইছে

Related Posts

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?
জীৱন

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?

March 20, 2023
নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে
জীৱন

নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে

March 18, 2023
ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা,  গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?
জীৱন

ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা, গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?

March 17, 2023
সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া
জীৱন

সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া

March 16, 2023
গৰমৰ দিনত সঘনাই  পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?
জীৱন

গৰমৰ দিনত সঘনাই পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?

March 16, 2023
ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা
জীৱন

ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা

March 15, 2023
Next Post
আপোনাৰ পচন্দ বাতৰি কি ? বৰ্তমান যেন নিউজ নহয় ভিউজহে; কিন্তু কিয় এনে হ’বলৈ পাইছে

আপোনাৰ পচন্দ বাতৰি কি ? বৰ্তমান যেন নিউজ নহয় ভিউজহে; কিন্তু কিয় এনে হ’বলৈ পাইছে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7