VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আমাৰ খাদ্যত থকা চৰ্বি হজম কৰাত বিশেষভাৱে সহায় কৰে গলব্লাডাৰত জমা ৰখা পিত্ত পানীয়ে। গলব্লাডাৰত ষ্টোন বা পাথৰ নোহোৱাকৈ কেনেকৈ ভালে ৰাখিব পাৰো জানো আহক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 2, 2022
in জীৱন
আমাৰ খাদ্যত থকা চৰ্বি হজম কৰাত বিশেষভাৱে সহায় কৰে গলব্লাডাৰত জমা ৰখা পিত্ত পানীয়ে। গলব্লাডাৰত ষ্টোন বা পাথৰ নোহোৱাকৈ কেনেকৈ ভালে ৰাখিব পাৰো জানো আহক
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

গলব্লাডাৰ যকৃতৰ এক সৰু অংগ। যকৃত উৎপন্ন কৰা বাইল পিত্তনলী গলব্লাডাৰে জমা কৰি ৰাখে। পিত্তনলী হালধীয়া , সেউজীয়া মিশ্ৰিত জুলীয়া পদাৰ্থ । আৰু এই জুলীয়া পদাৰ্থ বিধ পানী , কলেষ্টেৰল , চৰ্বি , প্ৰ’টিন আৰু বিলিৰুবিনেৰে গঠিত। বিলিৰুবিন সেউজীয়া ৰঙৰ কিচটিক নলীকা এডালেৰে গলব্লাডাৰক ক্ষুদ্ৰান্ত্ৰৰ লগত সংযোগ কৰে। আমি খোৱা খাদ্যবোৰ যেতিয়া ক্ষুদ্ৰান্তত পৰেগৈ তেতিয়া গলব্লাডাৰে জমা ৰখা পিত্তপানী এৰি দিয়ে আৰু এই পিত্ত পানীয়ে আমাৰ আহাৰত থকা চৰ্বি হজম কৰাত সহায় কৰে। আমাৰ খাদ্যত থকা চৰ্বি হজম কৰাত বিশেষভাৱে সহায় কৰে গলব্লাডাৰত জমা ৰখা পিত্ত পানীয়ে।গ’ল ব্লাডাৰৰ প্ৰধান ৰোগ হ’ল ষ্টোন বা পাথৰ। গলব্লাডাৰক সুস্থ ভাৱে ৰাখিবলৈ হলে-
১) নিয়মিত ভাৱে ঠাণ্ডাপানী যথেষ্ট পৰিমাণে খাব লাগে। সদায় অন্ততঃ ৩ লিটাৰকৈ পানী খাব লাগে।
২) পাতে গজাৰ ৪/৫ খন কেঁচা পাত ধুই চোবাই খোৱা ভাল। পাতে গজাই পাথৰ ভাঙিব পাৰে।
৩) গোমধানৰ বীজ ২৫ গ্ৰাম খুন্দি ২ গিলাচ পানীত সিজাই পানীখিনি আধা হ’লে ঠাণ্ডা কৰি ২ বাৰকৈ আহাৰ খোৱাৰ পিছত খাব লাগে। একনেদৰে ৮/১০ দিন খালে উপকাৰ পোৱা যায়।
৪) তিঁয়হ উপকাৰী। সদায় এটাকৈ তিঁয়হ খাব লাগে।
৫) চৰ্বি জাতীয় খাদ্য বিশেষকৈ মাংস খাব নালাগে। অধিক মচলা যুক্ত খাদ্য খোৱা ভাল নহয়।
৬) কলেষ্টেৰল যুক্ত খাদ্য খোৱা উচিত নহয়। বিশেষকৈ বয়স বাঢ়ি অহাৰ লগে লগে এনে খাদ্য খাব নালাগে।
৭) নিচাযুক্ত বস্তু আৰু ধূমপান অপকাৰী।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক
জীৱন

চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক

August 6, 2022
স্বাস্থ্যৰ ক্ষেত্ৰত নেমুৰ উপকাৰিতা
জীৱন

গোল নেমু বহুত বেমাৰৰ মহৌষধ স্বৰূপ হোৱাৰ উপৰিও গোল নেমুৰ আছে আৰু কিছু বিশেষ কথা।জানো আহক

August 5, 2022
তুলসীৰ ১০ টা বিস্ময়কৰ ঔষধি গুণ
জীৱন

তুলসী গছক কিয় তীৰ্থৰ দৰে পৱিত্ৰ গছ বুলি কোৱা হয় জানেনে বাৰু ? আপোনাৰ চোতালত থকা তুলসী জোপায় কিহৰ সংকেত দিয়ে , জানো আহক

August 4, 2022
নিম্ন ৰক্তচাপত ভূগি আছে নেকি? ঘৰুৱা পদ্ধতিৰে নিৰাময় কঁৰো আহক
জীৱন

নিম্ন ৰক্তচাপত ভূগি আছে নেকি? ঘৰুৱা পদ্ধতিৰে নিৰাময় কঁৰো আহক

August 2, 2022
তিতাকেৰেলা খাবলৈ তিতা যদিও ইয়াৰ ঔষধি গুণ জানিলে আপোনাৰ মন মিঠা হৈ পৰিব
জীৱন

তিতাকেৰেলা খাবলৈ তিতা যদিও ইয়াৰ ঔষধি গুণ জানিলে আপোনাৰ মন মিঠা হৈ পৰিব

August 1, 2022
আমাৰ শৰীৰৰ কিছুমান সমস্যা ঘৰুৱা উপায়েৰেও আমি সমাধান কৰিব পাৰোঁ। জানো আহক-
জীৱন

আমাৰ শৰীৰৰ কিছুমান সমস্যা ঘৰুৱা উপায়েৰেও আমি সমাধান কৰিব পাৰোঁ। জানো আহক-

July 30, 2022
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7