VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?

অগ্নাশয়ৰ কৰ্কট ৰোগৰ সম্ভাৱনীয়তা বৃদ্ধি কৰে মেদবহুলতা আৰু মধুমেহ ৰোগে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 28, 2023
in জীৱন
অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে প্ৰতি বছৰে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা । এক মাৰাত্মক ৰোগ এই অগ্নাশয়ৰ কৰ্কট ৰোগ ।অৱশ্যে সোনকালে দেখা নাযায় এই ৰোগৰ লক্ষণবোৰ । ইয়াৰ বাবেই এই ৰোগৰ অধিকাংশ ৰোগীৰ প্ৰায় শেষ  পৰ্যায়তহে ধৰা পৰে এই ৰোগ। সেয়েহে এনে পৰিস্থিতিত ৰোগীৰ চিকিৎসাও এক প্ৰত্যাহ্বান হৈ পৰে।

গুৰুগ্ৰামৰ চি কে বিৰলা হাস্পতালৰ অংক’লজী চেণ্টাৰৰ সঞ্চালক ডাঃ বিনয় গাইকৱাড়ে  কয় যে অগ্নাশয়ত সংঘটিত হোৱা ৰোগৰ বাবেই  কৰ্কট ৰোগৰ কবলত পৰে বহুলোক। পেটৰ বিষৰ পৰা আৰম্ভ হোৱা এই ৰোগৰ জণ্ডিচো এটা প্ৰধান লক্ষণ। অগ্নাশয়ৰ চাৰিওফালে থকা কোষবোৰ হঠাতে দ্ৰুতগতিত বৃদ্ধি হ’বলৈ আৰম্ভ কৰাৰ ফলত এই ৰোগত আক্ৰান্ত হয় ৰোগী ।

অস্ত্ৰোপচাৰৰ দ্বাৰা কৰা হয় অগ্নাশয়ৰ কৰ্কট ৰোগৰ চিকিৎসা ।লগতে  কেমোথেৰাপি আৰু ৰেডিঅ’থেৰাপিও কৰা হয় এই ৰোগত আক্ৰান্ত ৰোগীসকলক।

অগ্নাশয় কেন্সাৰৰ লক্ষণ  সমূহ হ’ল ভোক কমি যোৱা, ছালৰ খজুৱতি,পাতল পায়খানা,প্ৰস্ৰাৱৰ ৰং সলনি হযোৱা,অনিয়ন্ত্ৰিত ডায়েবেটিছ,শৰীৰৰ দুৰ্বলতা,ভৰিৰ ৰঙা পৰা বা ভৰি গৰম হৈ থকা আদি ৷

চিকিৎসকে কয় যে অগ্নাশয়ৰ কেন্সাৰ হোৱাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও ধূমপান আৰু বংশগত  কাৰণত এই ৰোগ  হ’ব পাৰে। ইয়াৰ উপৰিও মদ্যপান, মেদবহুলতা, লিভাৰ চিৰ’ছিছ আৰু ডায়েবেটিছ আদিও এই ৰোগৰ  কাৰক। অগ্নাশয়ৰ কৰ্কট ৰোগৰ চিকিৎসা কৰাটো অতি কঠিন। এই ওগত আক্ৰান্ত মুঠ ৰোগীৰ মাত্ৰ ৫ শতাংশহে বাচি থাকে। ইয়াৰ কাৰণ হ’ল শেষ পৰ্যায়তহে ধৰা পৰে বেছিভাগ ৰোগীৰ  ৰোগ  । আনহাতে বেছিভাগ ক্ষেত্ৰতে ৰোগীৰ লক্ষণসমূহ ৫০ বছৰ বয়সৰ পিছতহে গম পোৱা যায়।

মধুমেহ ৰোগীৰ অগ্নাশয়ৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বহু গৱেষণাৰ পৰা দেখা গৈছে যে টাইপ-২ ৰোগ ধৰা পৰাৰ পিছত মানুহৰ অগ্নাশয়ৰ কেন্সাৰ ৰোগী ধৰা পৰিছে। সেয়েহে মানুহে  মেদবহুলতা আৰু মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।

Previous Post

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি

Next Post

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী

Related Posts

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?
জীৱন

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?

March 20, 2023
নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে
জীৱন

নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে

March 18, 2023
ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা,  গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?
জীৱন

ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা, গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?

March 17, 2023
সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া
জীৱন

সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া

March 16, 2023
গৰমৰ দিনত সঘনাই  পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?
জীৱন

গৰমৰ দিনত সঘনাই পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?

March 16, 2023
ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা
জীৱন

ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা

March 15, 2023
Next Post
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7