VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সন্তান সঠিক বয়সত ওখ হোৱা নাই নেকি ? আপুনি প্ৰতিদিনে এই খাদ্যবোৰ খুৱাই আছেনে?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 23, 2022
in জীৱন
সন্তান  সঠিক বয়সত ওখ হোৱা নাই নেকি ? আপুনি প্ৰতিদিনে এই খাদ্যবোৰ খুৱাই  আছেনে?
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

ক’ভিড মহামাৰীৰ পিছত জীৱনশৈলীৰ ভয়াৱহ পৰিৱৰ্তনৰ লগে লগে শিশুৰ স্বাভাৱিক উচ্চতা  বৃদ্ধিৰ সমস্যাই দেখা দিছে ৷ সাধাৰণতে শিশুৰ বৃদ্ধি বছৰি ৬ৰ পৰা ৭ চেণ্টিমিটাৰ পর্যন্ত হ’ব লাগে ৷  এটি শিশু কিমান ওখ হ’ব সেয়া বহু পৰিমাণে নিৰ্ভৰ কৰে এজনৰ জেনেটিক্সৰ ওপৰত। কিন্তু যিসকলৰ এই জিনীয় সুবিধা নাই, তেওঁলোকে অতিৰিক্ত কষ্ট কৰিবলগীয়া হয়। কিন্তু কঠোৰ পৰিশ্ৰমৰ পিছতো যদি ফলাফল পোৱা নাযায় তেন্তে পিতৃ-মাতৃ চিন্তিত হৈ পৰে। চিকিৎসক আৰু পুষ্টিবিদসকলৰ মতে উচ্চতা বৃদ্ধিৰ বাবে শাৰীৰিক ব্যায়ামৰ লগতে পুষ্টিকৰ খাদ্যও প্ৰয়োজনীয়। যদি সঠিক বয়সত শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পুষ্টি নাথাকে, তেন্তে খেলা-ধূলা বা ব্যায়াম কৰিলেও সুফল লাভ কৰিব নোৱাৰিব ৷ কি কি খাদ্য আপুনি নিতৌ শিশুক খুৱাব লাগে জানেনে ?

১) সেউজীয়া শাক-পাচলিঃ সতেজ শাক-পাচলি পুষ্টিকৰ উপাদানৰে ভৰপূৰ। উচ্চতা বৃদ্ধিৰ লগে লগে হাড়ৰ শক্তি অতি গুৰুত্বপূৰ্ণ। যিকোনো ধৰণৰ পাচলিয়ে হাড়ৰ ঘনত্ব বৃদ্ধি কৰাত সহায় কৰে।

২) ব্ৰকলিঃব্ৰকলিয়ে মগজুৰ গঠন আৰু শৰীৰৰ সামগ্ৰিক বৃদ্ধিৰ লগত জড়িত সকলো হৰম’নৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰিব পাৰে।

৩) বীনঃপ্ৰটিন, আঁহ, মেগনেছিয়াম, আইৰণ আৰু পটাছিয়ামযুক্ত বীন শিশুৰ বাবে অতি উপকাৰী। প্ৰতিদিনে বীনেৰে তৈয়াৰী বিভিন্ন বস্তু মেনুত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক।

৪) কণীঃশিশুৰ সামগ্ৰিক বিকাশত প্ৰটিন, কলিন, ফেটি এচিডৰ যথেষ্ট গুৰুত্ব আছে। এই সকলোবোৰ যৌগ কণীত পোৱা যায়। পুষ্টিবিদসকলৰ মতে প্ৰতিদিনে ৪টা কণী খোৱাটো শিশুৰ বাবে ক্ষতিকাৰক নহয় ৷ ই উপকাৰীহে।

৫) গাখীৰঃহাড়ৰ ঘনত্ব বৃদ্ধিৰ বাবে গাখীৰৰ বিকল্প নাই। গাখীৰত থকা কেলচিয়ামৰ পৰিমাণ সাধাৰণতে আন কোনো বস্তুত পোৱা নাযায়। গতিকে শিশুটিৰ যদি গাখীৰৰ পৰা  কোনো সমস্যা নাই, তেন্তে প্ৰতিদিনে গাখীৰ খুৱাব লাগে।

৬) বিলাহীঃআঁহ আৰু ভিটামিন এ সমৃদ্ধ বিলাহীয়ে শিশুৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। লগতে ওখ হোৱাত সহায় কৰে।

৭) মাংসঃবাহিৰত প্ৰচেছড মাংসৰ সামগ্ৰী খোৱাৰ পৰিৱৰ্তে পুষ্টিবিদসকলে ঘৰতে বনোৱা কুকুৰাৰ মাংসৰ সামগ্ৰী খোৱাৰ পৰামৰ্শ দিয়ে। কুকুৰাৰ মাংসত প্ৰটিন আৰু ভিটামিন বি ১২ থাকে। শিশুৰ শাৰীৰিক গঠন উন্নত কৰাত সহায়ক হয়।

 

Previous Post

ইন্সপেক্টৰ অৱধেশ কুমাৰ সিঙৰ বিশ্ব অভিলেখ

Next Post

মুকলি আকাশৰ তললৈ আহিব চার্লছ শোভৰাজ , ‘বিকিনি কিলাৰ’ হিচাপে পৰিচিত চার্লছৰ অপৰাধনামাই আপোনাক কৰি তুলিব শিহৰিত ?

Related Posts

ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য
জীৱন

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?
জীৱন

অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?

January 28, 2023
সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন
জীৱন

সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন

January 28, 2023
অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক
জীৱন

অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক

January 27, 2023
নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে  নিসংগতাৰ অনুভূতি
জীৱন

নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে নিসংগতাৰ অনুভূতি

January 26, 2023
ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো
জীৱন

ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো

January 26, 2023
Next Post
মুকলি আকাশৰ তললৈ আহিব চার্লছ শোভৰাজ , ‘বিকিনি কিলাৰ’ হিচাপে পৰিচিত চার্লছৰ অপৰাধনামাই আপোনাক কৰি তুলিব শিহৰিত ?

মুকলি আকাশৰ তললৈ আহিব চার্লছ শোভৰাজ , ‘বিকিনি কিলাৰ’ হিচাপে পৰিচিত চার্লছৰ অপৰাধনামাই আপোনাক কৰি তুলিব শিহৰিত ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7