VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 8, 2023
in জীৱন
আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

বহুতৰে ঘৰত লাফিংবুদ্ধৰ মূৰ্তি থকা দেখিবলৈ পোৱা যায়। সাধাৰণতে ড্ৰইংৰুমৰ টেবুলত বা কোনোবা এটা স্থানত লাফিংবুদ্ধৰ মূৰ্তি সজাই থোৱা হয়। কিন্তু এই মূৰ্তিটো ৰখাৰ নিৰ্দিষ্ট স্থান আছে। লাফিং বুদ্ধৰ মূৰ্তি ঘৰৰ সঠিক স্থানত ৰখা নহয় তেনেহ’লে নানা সমস্যাৰ সৃষ্টি হয়। যদি এই মূৰ্তি আমি ঘৰৰ সঠিক স্থানত ৰাখিব পাৰো তেতিয়াহ’লে পৰিয়ালত কোনো ধৰণৰ দুখ কষ্ট নহয়। মনৰ ইচ্ছা পূৰণ হয় আৰু বহুত সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰে। গতিকে লাফিং বুদ্ধৰ মূৰ্তি কোন স্থানত ৰাখিলে সঠিক উপকাৰ পোৱা যায় সেই বিষয়ে জানো আহক—-

১) ঘৰৰ প্ৰতিটো কোনত লাফিংবুদ্ধ ৰাখিলে প্ৰতিটোৰে একো একোটা বিশেষ ফল পোৱা যায়।
২) ঘৰৰ পূৱদিশত এই মূৰ্তি ৰাখিলে সুখ-শান্তি অটুট থাকে আৰু পৰিয়ালৰ লোক সকলৰ মাজত মিলাপ্ৰীতি বৰ্তি থাকে।
৩) ঘৰৰ মূখ্য দুৱাৰৰ পিনে মুখ কৰি ড্ৰইং ৰুমত এই মূৰ্তি ৰাখিলে কোনো নিগেটিভ এনাৰ্জি ঘৰত প্ৰৱেশ কৰিব নোৱাৰে।
৪) ষ্টাডি ৰুমত লাফিং বুদ্ধৰ মূৰ্তি ৰাখিলে পঢ়া-শুনাত মনোযোগ বাঢ়ে।
৫) অফিচত এই মূৰ্তি ৰাখিলে আৰ্থিক উন্নতি ভাল হয় আৰু কাম কাজত সাফল্য আহে।
৬) ঘৰৰ বাগিচাত যদি এই মূৰ্তি স্থাপন কৰা হয় তেনেহ’লে নানা ধৰণৰ চিন্তা-ভাৱনাৰ পৰা মুক্তি লাভ কৰিব পাৰি।
৭) গোসাই ঘৰত এই মূৰ্তি ৰাখিলে বহুত উপকাৰ পোৱা যায়। যাৰ ফলত ঘৰত বহুত পজেটিভ এনাৰ্জি ঘৰলৈ অহাত সহায় হয়।
৮) যি সকল লোকে চাকৰি পোৱাত বিফল হৈ আছে তেওঁলোকে ঘৰৰ দক্ষিণ-পূৱ কোণত এই বুদ্ধ মূৰ্তি ৰাখিলে সুফল পাব পাৰে।
৯) বাস্তুশাস্ত্ৰ অনুসৰি লাফিং বুদ্ধ কেতিয়াও পাকঘৰত , ডাইনিং ৰুমত , শোৱা কোঠালিত বা বাথৰুমৰ ওচৰত ৰখাটো উচিত নহয়।
১০) লাফিং বুদ্ধৰ মূৰ্তি মাটিত ৰাখিব নালাগে। মাটিৰ পৰা ৩০ ছে: মি: ওপৰত টেবুল এখনত ৰাখিব লাগে।

 

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

Related Posts

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?
জীৱন

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?

March 20, 2023
নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে
জীৱন

নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে

March 18, 2023
ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা,  গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?
জীৱন

ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা, গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?

March 17, 2023
সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া
জীৱন

সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া

March 16, 2023
গৰমৰ দিনত সঘনাই  পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?
জীৱন

গৰমৰ দিনত সঘনাই পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?

March 16, 2023
ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা
জীৱন

ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা

March 15, 2023
Next Post
আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7